একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

নিউজ ডেস্ক। একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এই চিতাৰ জুইয়ে যেন দেই নিলে গাঁওখনৰ প্ৰতিজন ব্যক্তিৰ হৃদয়। শোকবিহ্বল হৈ পৰা গাঁওখনৰ বতাহত কেৱল ভাঁহি থাকিল কান্দোৰল ৰোল। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত মৌৱাটাৰীত বুধবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ৩ বন্ধুৱে। কংকন অধিকাৰী নিশা এখন পালছাৰ ২২০ বাইকেৰে আহি … Read more

বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

নিউজ ডেস্ক। ৰাজ‍্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত দুৰ্ঘটনাৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাই আহিছে। বুধবাৰে নিশা ধুবুৰী জিলাৰ চাপৰ মোৱাতাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত ২ জন লোক থিতাতে নিহত হোৱাৰ লগতে বঙাইগাঁও চিকিৎসালয়লৈ নি থকা অৱস্থাত অন্য এজন লোকৰ মৃত্যু ঘটে। কংকন অধিকাৰী মৃত্যু হোৱা লোক কেইজনক দক্ষিণ … Read more

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

নিউজ ডেস্ক। ‘চৰণেহে জানে মৰণৰ ঠাই, চুচৰি বাগৰি তালৈকে যায়’। -এই আপ্তবাক্যশাৰীৰ দৰেই যেন এক ঘটনা সংঘটিত হ’ল দৰং জিলাৰ ছিপাঝাৰত। পৱিত্ৰ নামঘৰত অনুষ্ঠিত এক মাংগলিক অনুষ্ঠানত ভাগ লৈ থকা অৱস্থাতে ঢলি পৰা আকস্মিকভাৱে মৃত্যুক সাবটি ল’লে নগেন হাজৰিকা নামৰ কৃষি বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে। জানিব পৰা মতে, প্ৰয়াত হাজৰিকাৰ ঘৰ ছিপাঝাৰৰ দক্ষিণ চুবুৰিত। ছিপাঝাৰ … Read more

ভাল খবৰ! প্ৰথমবাৰৰ বাবে গুৱাহাটীত প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটা

বিহুৰ সময়তে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হ’ব গুৱাহাটীত। অহা ১১ এপ্ৰিলত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। কবি নীলমণি ফুকনক অহা ১১ এপ্ৰিলত ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হ’ব এই বঁটা।  অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকিব জ্ঞানপীঠ কমিটীৰ সকলো সদস্য। এই অনুষ্ঠানত বঁটা প্ৰাপক ফুকনে তেওঁৰ … Read more

বহিঃৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ প্ৰেমিকৰ মৃত্যু, চাৰি দিন পিছতেই প্ৰমিকাই ল’লে ভয়ংকৰ সিদ্ধান্ত…

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। সুদূৰ হায়দৰাবাদত কৰ্মৰত অৱস্থাত প্ৰেমিকৰ মৃত্যুৰ দুদিন পিছতেই চৰম পন্থা হাতত ল’লে অসমত থকা প্ৰেয়সীয়ে। বাছি ল’লে আত্মহননৰ পথ। এই ঘটনাৰ স্থান নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰাৰ কেকুৰীবাৰী। জানিব পৰা মতে ৰিম্পী দাস( ১৭) নামৰ এই যুৱতী গৰাকীয়ে শুকুৰবাৰে দিনৰ দহ মান বজাত আত্মহনন পথ বাচি লয়। উল্লেখ্য যে যােৱা ২৮ … Read more

মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত…

নিউজ ডেস্ক। অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত। নদীবান্ধ বিৰোধী শ্ল’গান লিখাৰ অভিযোগত দেওবাৰে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পী নীলিম মহন্তক মঙলবাৰে হাজিৰ কৰোৱা হয় ইটানগৰৰ এখন স্থানীয় আদালতত। ইফালে একে অভিযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মানৱাধিকাৰ কৰ্মী তথা অধিবক্তা ইবো মিলিকো মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয়। য’ত আদালতে দুয়োজনৰে জামিন মঞ্জুৰ কৰে। আদালতে … Read more

এম্বুলেন্সৰ খুন্দাত অকালতে প্ৰাণ গ’ল সদ্য বিবাহিত যুৱকৰ…

নিউজ ডেস্ক। বিয়াৰ এবছৰ সম্পূৰ্ণ পাৰ নৌহওতেই অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বঙাইগাঁও জিলাৰ কায়েথপাৰা গাঁৱৰ ২৭ বৰ্ষীয় মণি সূত্ৰধৰ নামৰ যুৱকজনে! বুধবাৰে নিশা জিলাখনৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটী আৰু এম্বুলেন্সৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় মণি সূত্ৰধৰে। জানিব পৰা মতে, মণি সূত্ৰধৰে নিশা আন দুজন বন্ধুৰ সৈতে এএছ ১৯কিউ ১৪৬৪ নম্বৰৰ … Read more

ঠিক হৈছিল বিয়াৰ দিন! কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল ঝুমা-দিলীপৰ প্ৰাণ

নিউজ ডেস্ক। বিয়াৰ দিন ঠিক হৈছিল। অতি শীঘ্ৰে সামাজিকভাৱে এক হোৱাৰ কথা আছিল দুয়োৰে। কিন্তু এটা ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে মষিমূৰ কৰি পেলালে তেওঁলোকৰ যুগ্ম জীৱনৰ সপোন। মৃত্যুৰ শীতল কোলাত ঢলি পৰিল বিহালীৰ গাংমৌথানৰ শান্তিপুৰৰ নিৱাসী ঝুমা দৰ্জী (৩৭) আৰু ধেমাজি থানাৰ অন্তৰ্গত ২নং বৰালী চুকৰ দিলীপ দৰ্জী (৪২)ৰ। এই দুৰ্ঘটনা মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত … Read more

হায়দৰাবাদত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছুইগীত কৰ্মৰত অসমৰ অমৰ ৰাভাই

নিউজ ডেস্ক। খাদ্য বিতৰণ প্ৰতিষ্ঠানত ডেলিভাৰী বয় হিচাপে কাম কৰি থকা অসমৰ এজন ৩৪ বছৰীয়া যুৱকৰ সোমবাৰে হাইদৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হয়। ঘটনাটো সংঘটিত হোৱাৰ সময়ত অমৰ ৰাভা নামৰ মৃত যুৱকজনে হায়দৰাবাদত খাদ্যৰ হােম ডেলিভাৰী কৰাৰ উদ্দেশ্যে গৈ আছিল। এই ঘটনাই হায়দৰাবাদত খাদ্য বিতৰণ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ বাবে কাম কৰা শ শ ডেলিভাৰী বয়ৰ মাজত … Read more

৩ বছৰীয়া প্ৰেম, ৪ বছৰীয়া বৈবাহিক জীৱনৰ কৰুণ পৰিসমাপ্তি! আৰক্ষী স্বামীৰ বন্দুকৰ গুলীত মৃত্যু গৰ্ভৱতী পত্নীৰ

নিউজ ডেস্ক। তিনি বছৰীয়া প্ৰেম, তাৰ পিছত বিবাহ! আৰু অৱশেষত স্বামীৰ চাৰ্ভিছ পিষ্টলৰ গুলীয়ে থকা সৰকা কৰিলে শৰীৰ! পেটত চাৰিমহীয়া সন্তানটোৰ বাবে দেখা অলেখ সপোন থানবান হৈ পৰিল মাত্ৰ এটা মুহূৰ্তৰ ভিতৰত। পাৰিবাৰিক সংঘাতৰ পৰিণতিত মৃত্যুক সাৱটি ল’বলগীয়া হ’ল জয়শ্ৰী চেতিয়াই। দেওবাৰে নিশা প্ৰায় ১ বজাত নিচাগ্ৰস্ত স্বামীৰ হাতৰ চাৰ্ভিছ কাৰ্বাইন পিষ্টলৰ দুটা গুলীয়ে বুকু … Read more