শােকাৱহ! পথাৰৰ মাজত খন্দা গাঁতত যুৱতীৰ সলিল সমাধি
নিউজ ডেস্ক। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ বৰিহাট অঞ্চলৰ কাশী গংগা (কাঁহি গংগা) পথাৰত কােনাে লােকে খন্দা দ গাঁতত পৰিল এজনী যুৱতীৰ সলিল সমাধি ঘটে। বিৱৰণী মতে, শিকাৰহাটী নিৱাসী শিল্পী ৰত্নেশ্বৰ দাস আৰু ৰঞ্জিতা দাসৰ কনিষ্ঠা কন্যা জুৰি দাসে (২৫) সােমবাৰে পুৱা মাকৰ সৈতে পথাৰৰ ভূঁই ৰুবলৈ গৈছিল। ঘটনাক্ৰমে পুখুৰীৰ … Read more