এদিনতে সম্পন্ন লক্ষাধিক ক’ভিড পৰীক্ষা, ৬.੦২ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ-৮৯ জনৰ মৃত্যু

নিউজ ডেস্ক। অসম চৰকাৰে ক’ভিড-১৯ৰ সংক্ৰমণ ৰােধৰ বাবে লােৱা কেতবােৰ পদক্ষেপৰ ইতিবাচক ফলাফল যেন ক্ৰমাৎ প্ৰকাশ পাইছে। বিগত দুদিন ধৰি ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে ক’ভিডত সংক্ৰমণৰ হাৰ। অৱশ্যে উদ্বেগজনকভাৱে হ্ৰাস পােৱা নাই ক’ভিডত মৃত্যু হােৱা লােকৰ সংখ্যা। বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি সংক্ৰমণৰ হাৰ ৬.੦২ … Read more

মংগলবাৰে ৬.৪৭ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৭৩ জনৰ মৃত্যু

নিউজ ডেস্ক। অসম চৰকাৰে ক’ভিড-১৯ৰ সংক্ৰমণ ৰােধৰ বাবে লােৱা কেতবােৰ পদক্ষেপৰ ইতিবাচক ফলাফল যেন ক্ৰমাৎ প্ৰকাশ পাইছে। ইয়াৰ ফলতে মংগলবাৰে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ বিগত সপ্তাহৰ পৰা মংগলবাৰ পৰ্যন্ত সৰ্বনিম্ন স্তৰলৈ নামিছে। মংগলবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইট কৰি প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি সংক্ৰমণৰ হাৰ ৬.৪৭ শতাংশ। তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত ৯੦,২৫১ জনৰ … Read more

কােকৰাঝাৰঃ ক’ভিড-১৯ত পজিটিভ মহিলাই চৰকাৰী চিকিৎসালয়ত জন্ম দিলে সুস্থ সন্তান

নিউজ ডেস্ক। ৰাজ্যত ক’ভিডৰ দ্বিতীয়টাে ঢৌৰ মাজতে নিতৌ আক্ৰান্ত হৈছে পাঁচ সহস্ৰাধিক লােক। চহৰাঞ্চলৰ সমানে বহু গ্ৰামাঞ্চলতাে বিয়পি পৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ। ইয়াৰ মাজতে এটা ভাল খবৰ। প্ৰসৱৰ পূৰ্বে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত এগৰাকী মহিলাই চৰকাৰী চিকিৎসালয়ত জন্ম দিলে এটি সুস্থ শিশু। মঙলবাৰে কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মহিলাগৰাকীয়ে প্ৰসৱ কৰে শিশুটি। জানিব পৰা মতে, … Read more

টিংৰাই বিস্ফােৰণৰ আঁৰত আলফা (স্বাধীন)ৰ হাত! গ্ৰেপ্তাৰ দুই যুৱক, জব্দ বিস্ফােৰণত ব্যৱহৃত বাইক

নিউজ ডেস্ক। আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাই ৩ মাহৰ বাবে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘােষণা কৰিলেও যােৱা ১৫ মে’ত তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত সংঘটিত গ্ৰেনেড বিস্ফােণৰ আঁৰত সংগঠনটােৰ হাত থকা বুলি নিশ্চিত কৰিছে অসম আৰক্ষীয়ে। উল্লেখ্য যে এই বিস্ফােৰণৰ ঘটনাত দুজন লােকে প্ৰাণ হেৰুৱাইছিল, লগতে গুৰুতৰভাৱে আহত হৈছিল আন দুজন লােক। ইপিনে, অসমৰ মুখ্যমন্ত্ৰী ডঃ … Read more

ৰাজ্যত ক’ভিড-১৯ত ৯২ জনৰ মৃত্যু, ৬ সহস্ৰাধিক নতুনকৈ আক্ৰান্ত

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে। ৰবিবাৰে ৫৬ জন লােকৰ এই ৰােগৰ সংক্ৰমণত মৃত্যু ঘটাৰ বিপৰীত সােমবাৰে উদ্বেগজনকভাৱে ৯২ জনৰ এই ৰােগত মৃত্যু ঘটে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই তথ্য। তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৬,৩৯৪ জন। ইয়াৰে গুৱাহাটীত … Read more

ৰাইজে উদ্ধাৰ কৰা বনৰীয়া হাতী পোৱালিৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ বন্যপ্ৰাণীৰ বিভিন্ন কাৰণত অস্বাভাৱিক মৃত্যুৰ ঘটনা অব্যাহত আছে। কিছুদিন পূৰ্বে নগাঁৱত বজ্ৰপাতৰ ফলত ১৮ টাকৈ বনৰীয়া হাতীৰ একেলগে মৃত্যু ঘটাৰ পাছত এইবাৰ কামৰূপ জিলাৰ ছয়গাঁঁৱত এটা এমহীয়া হাতী পােৱালিৰ মৃত্যু ঘটে। উল্লেখ্য যে দুদিন পূ্ৰ্ব কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ছয়গাঁৱৰ জালুকবাৰীৰ সমীপত অতি দুৰ্গম মৰা বুঢ়াপাহাৰত শিলৰ ফাঁকত আবদ্ধ … Read more

ৰাজ্যত ক’ভিড-১৯ত অৰ্দ্ধ শতাধিকৰ মৃত্যু, বাঢ়িছে আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে। শনিবাৰে ৬৩ জন লােকৰ ক’ভিড-১৯ত মৃত্যু ঘটাৰ পাছত পুনৰ ৰবিবাৰে ৫৬ জন লােকৰ এই ৰােগৰ সংক্ৰমণত মৃত্যু ঘটে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই তথ্য। তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৩,৬৫০ জন। ইয়াৰে গুৱাহাটীত … Read more

ৰাজ্যত ক’ভিডত এদিনতে মৃত্যু ৬৩ জনৰ, তুলনামূলকভাৱে হ্ৰাস সংক্ৰমণৰ হাৰ

নিউজ ডেস্ক। শেহতীয়াকৈ ৰাজ্যত প্ৰতিদিনে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে। শুকুৰবাৰে পুনৰ ৭৬ জনৰ ক’ভিডত মৃত্যু হােৱাৰ পাছত পুনৰ শনিবাৰে মৃত্যু ঘটে ৬৩ জন লােকৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই উদ্বেগজনক তথ্য। তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৫,৩৪৭ জন। ইয়াৰে গুৱাহাটীত … Read more

ৰাইজৰ তৎপৰতাত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল বনৰীয়া হাতী আৰু পােৱালি

নিউজ ডেস্ক। নগাঁৱত সন্দেহজনক বজ্ৰপাতৰ ঘটনাত একেলগে ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে সকলাে প্ৰকৃতিপ্ৰেমী লােকক। তাৰ মাজতে আহিছে এক ভাল খবৰ। ৰাইজৰ তৎপৰতাৰ বাবেই নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল এটা বনৰীয়া হাতী তথা পােৱালি। বিগত কেইবাদিন ধৰি এটা পাহাৰীয়া শিলৰ ফাঁকত আবদ্ধ হৈ থকা হাতী দুটাক পানী আৰু খাদ্য যােগান ধৰি … Read more

ৰাজ্যৰ চহৰাঞ্চলত দিনৰ ১২ বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন, নিৰ্দেশনা জাৰি

নিউজ ডেস্ক। ৰাজ্যত অৰ্দ্ধ তলাবন্ধ বলৱৎ থকা সত্বেও চহৰাঞ্চলত ক’ভিড পৰিস্থিতিৰ বিশেষ উন্নতি ঘটা নাই। সেয়েহে চহৰাঞ্চলত সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰিছে অসম চৰকাৰে। নতুন নিৰ্দেশনা অনুসিৰ, কাইলৈ অৰ্থাৎ ১৬ মে’ৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰাঞ্চল তথা পৌৰসভা এলেকাসমূহত দিনৰ ১১ বজাতে বন্ধ কৰিব লাগিব সকলাে দােকান-পাহাৰ। ইয়াৰ লগতে দিনৰ ১২ বজাৰ পৰা কাৰ্যকৰী হ’ব … Read more