উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৪৬ জন লােকে, গুৱাহাটীত মৃত ১৩
নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধিৰ লগতে অব্যাহত আছে মৃত্যুৰ ঘটনাও। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৪৬ জনকৈ লােকৰ। উল্লেখ্য যে বুধবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৫৫ জন লােকে প্ৰাণ হেৰুৱাইছিল। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৪,৯৩৬ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে … Read more