৯৪ বছৰ বয়সতো দুঃসাহসিক প্ৰদৰ্শন! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযােগিতাত সোণ-ব্ৰঞ্জৰ পদক জয় ‘আইতা’ৰ

নিউজ ডেস্কঃ বয়স মাথোঁ এটা পৰিসংখ্যাহে… এই কথাই প্ৰমাণ কৰিলে ভাৰতৰ ৯৪ বছৰীয়া ভগৱানী দেৱী ডাগৰে। যি বয়সত মানুহে সাধাৰণতে সঠিকভাৱে উঠা-বহাকে কৰিব নোৱাৰে, সেই সময়তে বিদেশৰ মাটিত ভাৰতবাসীক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হ’ল ভগৱানী দেৱীয়ে। বিশ্ব মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপৰ জ্যেষ্ঠ নাগৰিক শাখাত ১০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ পিছত শ্বট পুটতো ব্ৰঞ্জৰ পদক লাভ … Read more

চিকিৎসা বিজ্ঞানৰ চমক! ঔষধৰ পৰীক্ষামূলক প্রয়োগত সম্পূৰ্ণৰূপে সুস্থ হ’ল কেন্সাৰৰ ১৮ ৰোগী

নিউজ ডেস্ক। চিকিৎসা বিজ্ঞানৰ চৰম উৎকৰ্ষৰ সময়তাে যেন তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে মাৰাত্মক কেন্সাৰ ৰােগ। দিনকদিনে বৃদ্ধি পাইছে বিভিন্ন প্ৰকাৰৰ কেন্সাৰত আক্ৰান্ত লােকৰ সংখ্যা। এই বেমাৰ প্ৰতিৰােধ আৰু নিৰ্মূলৰ ক্ষেত্ৰত এইবাৰ নতুন সফলতা লাভ কৰিছে এদল চিকিৎসা বিজ্ঞানীয়ে। এবিধ ঔষধৰ পৰীক্ষামূলক প্ৰয়ােগৰ পিছতে অধিক উজ্জ্বল হৈ পৰিছে কেন্সাৰৰ পৰা প্ৰতিকাৰৰ সম্ভাৱনীয়তা। দীৰ্ঘদিন ধৰি মলদ্বাৰ … Read more

পলকতে ঘটিল এটা ঘটনা, ট্ৰাকৰ চকাৰ পিষ্ট হোৱাৰ পৰা মাতৃয়ে ৰক্ষা কৰিলে সন্তানক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে? সাক্ষাৎ মৃত্যুৰ দুৱাৰদলিৰ পৰা যেন ঘূৰি আহিল মাতৃ-পুত্ৰ। আচলতে মূহুৰ্তৰ ভিতৰতে মাতৃয়ে দেখুওৱা তৎপৰাতৰ বাবেই প্ৰাণ বাচিল সন্তানটিৰ। সামাজিত মাধ্যমত ভাইৰেল হৈ পৰিছে দুৰ্ঘটনাৰ এনে এটি লোমহৰ্ষক ভিডিঅ’। য’ত এগৰাকী মহিলাই পলকতে দেখুওৱা তৎপৰতাই জীৱন ৰক্ষা কৰে কণমানি সন্তানটিৰ। দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মহিলাগৰাকীও। ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা … Read more

এইবাৰ একেলগে যুটি বান্ধিছে হিৰো আলম আৰু ভুৱন বাদ্যকাৰে! শীঘ্ৰে মুক্তি পাব নতুন গীত

নিউজ ডেস্ক। এইবাৰ একেলগে যুটি বান্ধিছে দুই ভাইৰেল গায়ক হিৰো আলম আৰু ভূৱন বাদ্যকাৰ। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে দুয়োগৰাকী ভাইৰেল গায়কে একেলগে ষ্টুডিঅ’ত গান ৰেকৰ্ডিং কৰি থকাৰ ফটো। আনহাতে হিৰো আলমেও কলকতাৰ দমদম বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত ফেচবুক লাইভযোগে জনাইছে ভূৱন বাদ্যকাৰৰ সৈতে এটা গীত গোৱাৰ বাবে পশ্চিমবংগলৈ অহাৰ কথা। উল্লেখ্য যে, … Read more

নিজ গাঁৱখনৰ প্ৰথমজন ছাত্ৰ হিচাপে অধ্যয়নৰ বাবে বিদেশলৈ গ’ল পৱন, দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ…

নিউজ ডেস্ক। সুদূৰ কানাডাত শিক্ষা গ্ৰহণ কৰিবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতৰ ৫ গৰাকীকৈ ছাত্ৰই। দক্ষিণ অণ্টাৰিঅ’ৰ কুইণ্টেষ্ট চহৰৰ ৪০১নং ঘাইপথত শনিবাৰে এখন যাত্ৰীবাহী ভান আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মাজৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱায় ছাত্ৰবন্ধু কেইজনে। হাৰিয়ানাৰ এখন সৰু গাঁও লীলাছৰ পৰা উচ্চ শিক্ষাৰ বাবে কানাডালৈ যোৱা ২৩ বৰ্ষীয় পৱন কুমাৰৰো প্ৰাণ কাঢ়ি নিলে … Read more

কিংবদন্তি অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু

কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ ৫২ বছৰ বয়সত মৃত্যু। বাতৰি অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ক্ৰিকেটাৰ গৰাকীৰ। জানিব পৰা মতে, শ্বেন ৱাৰ্ণক তেওঁৰ মেনেজমেণ্টৰ লোকে নিজ ভিলাত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকে অলেখ প্ৰচেষ্টা চলাইও ক্ৰিকেটাৰ গৰাকীক বচাব নোৱাৰিলে। আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক উইকেত দখলৰ অভিলেখেৰে ক্ৰিকেটৰ … Read more

একেলগে ৩ যমজ ভগ্নীক বিয়া এজন যুৱকৰ! সামাজিক মাধ্যমত চৰ্চিত এই ব্যতিক্ৰমী বিয়া

একেলগে তিনি যমজ ভগ্নীৰ বিবাহ সম্পন্ন হ’ল এজন পুৰুষৰ লগত। এই অদ্ভূত বিবাহখনে এতিয়া ছ’চিয়েল মিডিয়াত লাভ কৰিছে তীব্ৰ চৰ্চা। এই বিবাহখন সম্পন্ন হয় আফ্ৰিকাৰ কংগোৰ দেশত। জানিব পৰা মতে, অনুসৰি লুৱিজো নামৰ যুৱকজনে তিনি যমজ ভগ্নী ক্ৰমে-নাটালী, নাদেজ আৰু নাতাশাৰ পৰা একেলগে লাভ কৰিছিল বিবাহৰ প্ৰস্তাৱ। তিনিওৰে প্ৰেমত পৰা লুৱিজোৱে অৱশেষত তিনি যমজ ভগ্নীকে … Read more

ইউক্ৰেইনত ৰাছিয়ান মিছাইলৰ আক্ৰমণত ভাৰতীয় ছাত্ৰৰ মৃত্যু

ইউক্ৰেইনৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত ৰাছিয়াৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী ভাৰৰতী ছাত্ৰই। ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ভাৰতীয় ছাত্ৰজনৰ ৰাছিয়ান সেনাৰ আক্ৰমণতম মৃত্যু ঘটা বুলি জানিবলৈ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে। নিহত ছাত্ৰজনক কৰ্ণাটকৰ বাসিন্দা নবীন শেখৰাপ্পা চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, বাংগালুৰুৰ ছাত্ৰজন ইউক্ৰেইনত এমবিবিএছৰ চতুৰ্থ বৰ্ষত অধ্যয়নৰত আছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে সদৰী কৰা মতে, … Read more

ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 ম্ৰিয়া…

নিউজ ডেস্ক। ধ্বংসস্তুপত বিলীন হল বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফটখন। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজত ৰাছিয়ান সেনাই ধ্বংস কৰে সৰ্ববৃহৎ এয়াৰক্ৰাফট এন্ট’ন’ভ-২২৫ ম্ৰিয়া (AN-225 Mriya)। ইউক্ৰেইনৰ ফালৰ পৰা সদৰী কৰা অনুসৰি ৰাছিয়াই মিছাইল আক্ৰমণ কৰি ৰাজধানী কিয়েভত ধ্বংস কৰে ইউক্ৰেইনে নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট খন। উল্লেখ্য যে, AN-225 Mriya এয়াৰক্ৰাফট ১৯৮০ দশকত ছোভিয়েট ইউনিয়নৰ ভিতৰত ইউক্ৰেইনৰ এছ.এছ.আৰ.-ত এণ্টনভ … Read more

ঘৰৰ ল’ৰা উভতিল ঘৰলৈ! চীনা সেনাই মুকলি কৰি দিলে মিৰামক…

নিউজ ডেস্ক। অৱশেষত ঘৰৰ ল’ৰা উভতি আহিল ঘৰলৈ। সম্পূৰ্ণ এসপ্তাহৰ পিছত বৃহস্পতিবাৰে চীনা সেনাই মুকলি কৰি দিলে অৰুণাচলৰ পৰা অপহৰণ কৰা মিৰাম টাৰণক। ভাৰত চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৮ জানুৱাৰীত অৰুণাচল-চীনা সীমান্তৰ পৰা পিএলএয়ে অপহৰণ কৰা যুৱকজনক অৱশেষত মুকলি কৰি দিয়া হয়। ইফালে মিৰামক মুকলি কৰি দিয়াৰ পিছতে স্বস্তিৰ নিশ্বাস এৰিছে পৰিয়াল আৰু দেশবাসীয়ে। … Read more