এম্বুলেন্স নাহিল! অৱশেষত এক্সভেটৰত উঠাই পথ দুৰ্ঘটনাত আহত যুৱকক হাস্পতাললৈ লৈ গ’ল ৰাইজে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সময়মতে ১০৮ এম্বুলেন্স সেৱা লাভ নকৰাৰ বাবেই এক্সভেটৰেৰে হাস্পতাললৈ লৈ যাবলগীয়া হ’ল দুৰ্ঘটনাগ্ৰস্ত এজন যুৱকক। সামাজিক মাধ্যমত দুৰ্ঘটনাত আহত এজন যুৱকক এক্সভেটৰত উঠাই হাস্পতাললৈ নিয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ কটনী। জানিব পৰা মতে, মঙলবাৰে কটনীত সংঘটিত এক পথ দুৰ্ঘটনাত আহত হৈছিল এজন যুৱক। शिवराज सरकार … Read more

মৰ্মান্তিক! আকাশমাৰ্গত খোল নাখালে পেৰাচুট, প্ৰশিক্ষণৰ সময়তে শ্বহীদ হ’ল সেনা জোৱান সুৰজপাল

নিউজ ডেস্কঃ আকৌ আকাশ মাৰ্গত পেৰাচুট খোল নোখোৱাৰ বাবেই প্ৰশিক্ষণৰ সময়ত শ্বহীদ হ’বলগীয়া হ’ল এগৰাকী সেনা জোৱান। শনিবাৰে লেহত সেনাৰ প্ৰশিক্ষণৰ সময়ত পেৰাচুট খোল নোখোৱাৰ বাবেই মাটিত পৰি প্ৰাণ হেৰুৱায় সুৰজপাল পচৌৰী নামৰ ৩০ বৰ্ষীয় ভাৰতীয় সেনা জোৱান গৰাকীয়ে। জানিব পৰা মতে, শ্বহীদ সুৰজপাল পচৌৰীৰ ঘৰ উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ নন্দৰাম নাগৰীয়া গাঁৱত। জোৱানগৰাকীৰ মৃত্যুৰ … Read more

হেলমেট পৰিধান নকৰিলে ষ্টাৰ্ট নহয় বাইক! নতুন উদ্ভাৱনেৰে চমক এজন যুৱকৰ…

নিউজ ডেস্ক। অভাৱেই আৱিস্কাৰৰ মূল। এই কথাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এজন যুৱকে। নিজৰ ভাতৃক এক পথ দুৰ্ঘটনাত অকালতে হেৰুওৱা যুৱকজনে উদ্ভাৱন কৰিলে এক নতুন প্ৰযুক্তি। বাইকৰ আৰােহীয়ে হেলমেট পৰিধান নকৰা পৰ্যন্ত ষ্টাৰ্ট নহয় বাইক। উল্লেখ্য যে কিছুদিন পূৰ্বে সুনীল আহৰৱাৰ নামৰ ১৯ বছৰীয়া যুৱকজনৰ ভাতৃয়ে হেলমেট পৰিধান নকৰা বাবে মূৰত আঘাত প্ৰাপ্ত হৈ … Read more

আকাশমাৰ্গত পেৰাচ্যুটৰ বিজুতি, বিমানৰ পৰা জাঁপ দিয়া সেনা বাহিনীৰ কমাণ্ডােৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিমানৰ পৰা জাঁপ দিয়াৰ সময়ত প্ৰশিক্ষণৰত ভাৰতীয় সেনাৰ কমাণ্ডােৰ মৃত্যু। আকাশ মাৰ্গত পেৰাচ্যুট খোল নোখোৱাৰ বাবেই এনেদৰে শ্বহীদ হ’বলগীয়া হ’ল সুৰজপাল পচৌৰী নামৰ সেনাৰ কমাণ্ডােজনে। জানিব পৰা মতে, লাডাখৰ লেহত সংঘটিত হয় এই ঘটনা। শ্বহীদ জোৱানগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ নন্দৰাম নাগৰীয়া গাঁৱত। শনিবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনা। … Read more

মৰ্মান্তিক! বাইক আৰোহীক পৰিয়ালক ভুল দিশেৰে আহি খুন্দা ট্ৰেক্টৰৰ, দুবছৰীয়া পুত্ৰসহ মৃত্যু পতি-পত্নীৰ

নিউজ ডেস্কঃ ভুল দিশেৰে অহা ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰোহী এটা পৰিয়ালৰ! এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আজমেৰ জিলাত। শুকুৰবাৰে সংঘটিত এই দুৰ্ঘটনাত মৃত্যু ঘটে এহাল দম্পতীৰ লগতে তেওঁৰ দুবছৰীয়া কনিষ্ঠ পুত্ৰৰ। দুৰ্ঘটনাত দম্পতীহালৰ ৪ বছৰীয়া জ্যেষ্ঠ পুত্ৰ আৰু আন এজন কিশোৰ গুৰুতৰভাৱে আহত হয়। আহত সকলক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব … Read more

মৃত ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন, দৰাৰ সাজত প্ৰতিবাদত নামিল ১০২ বছৰীয়া বৃদ্ধ…

নিউজ ডেস্কঃ মৃত ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন। বিয়াৰ সাজ পিন্ধি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল শোভাযাত্ৰা বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে এগৰাকী ১০২ বছৰীয়া বৃদ্ধই। এনে এক অদ্ভূত আৰু আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ৰোহতক জিলাত। জানিব পৰা মতে, ৰোহতকৰ নিৱাসী দিলো চান্দ নামৰ এগৰাকী ১০২ বৰ্ষীয় বৃদ্ধক চৰকাৰী নথিত মৃত লিপিবদ্ধ কৰি যোৱা … Read more

শোকাবহ! মেলাৰ পৰা উভতি অহাৰ সময়ত টেংকাৰ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ, মহিলাসহ ৬ জনৰ মৃত্যু

নিউজ ডেস্কঃ মেলাৰ পৰা উভতি অহাৰ সময়ত ৰাজপথত বাইক আৰোহীক বচাবলৈ গৈ বিপৰীত দিশৰ পৰা অহা টেংকাৰত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ। এই দুৰ্ঘটনাত এগৰাকী মহিলা আৰু এগৰাকী কিশোৰীসহ মৃত্যু ঘটে ৬ জনকৈ লোকৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চিৰোহী জিলাত। এই দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে টেংকাৰখনে আই কাৰ বাহনখনক বহু দূৰলৈকে চোঁচৰাই লৈ … Read more

আশ্বৰ্যকৰ! ব্যস্ত ঘাইপথৰ ট্ৰেফিক পইন্টৰ ওপৰত ওলমি ৰৈছে এখন দুৰ্ঘটনাগ্ৰস্ত বাহন, সামাজিক মাধ্যমত ভাইৰেল দৃশ্য…

নিউজ ডেস্কঃ ভাৰতত প্ৰতিদিনে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় ৩ শতাধিক লোকে। দুৰ্ঘটনাই কাৰোবাৰ শিৰৰ সেন্দুৰ মচি পেলায়, কাৰোবাৰ বুকু উদং কৰি থৈ যায়। প্ৰতিদিনে ভয়াবহ হাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে চৰকাৰ আৰু প্ৰশাসনে। শেহতীয়াকৈ পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেই চাৰিচকীয়া বাহনত যাত্ৰা কৰা সকলো যাত্ৰীয়ে চিট … Read more

এয়াই জীৱন যুদ্ধ! এমুঠি ভাতৰ বাবে ৰে’লৰ ভিতৰত চকলেট বিক্ৰী এগৰাকী বৃদ্ধাৰ, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ জীয়াই থকাৰ তাড়নাই মানুহক কাম কৰিবলৈ সাহস দিয়ে। সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এমুঠি ভাতৰ বাবে এগৰাকী বৃদ্ধাই কৰা সংগ্ৰামৰ এক ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত এগৰাকী বৃদ্ধাক ৰে’লত যাত্ৰীসকলক চকলেট আৰু অন্য খাদ্য সামগ্ৰী বিক্ৰী কৰা দেখা গৈছে। ভিডিঅ’টো মায়ানগৰী মুম্বাই বুলি জানিব পৰা গৈছে। সামাজিক মাধ্যমত এগৰাকী ৰে’ল যাত্ৰীয়ে বৃদ্ধা গৰাকীৰ জীৱন … Read more

শোকাবহ! বিদ্যালয়লৈ যোৱাৰ পথত যাত্ৰীবাহী বাছে নিলে মহতিয়াই, শিক্ষয়িত্ৰীৰ মৃত্যু

নিউজ ডেস্কঃ মঙলবাৰে পুৱা বিদ্যালয়লৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলাগীয়া হয় এগৰাকী শিক্ষয়িত্ৰীয়ে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ হুডা ছেক্টৰ ৩ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত। জানিব পৰা মতে, ভাদোৱালীৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনুপমা (৫১)ই অইন দিনৰ দৰে মঙলবাৰে পুৱাও স্কুটী চলাই বিদ্যালয় অভিমুখে গৈ আছিল। সেই সময়তে বিপৰীত … Read more