মৃত্যুৰ পাছতাে ৪ জনৰ জীৱন পােহৰাই তুলিলে অভিনেতা পুনীত ৰাজকুমাৰে
নিউজ ডেস্ক। যোৱা ২৯ অক্টোবৰত হৃদ ৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু হৈছিল কানাড়া অভিনেতা পুনীত ৰাজকুমাৰৰ। যাৰ বাবে সমগ্ৰ দেশতে পৰিছিল শোকৰ ছাঁ। তেওঁৰ মৃত্যুৰ পিছতেই তেওঁৰ পৰিয়ালে তেওঁৰ চকু দান কৰাৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি তেওঁৰ চকু চাৰিজন লোকক দান কৰা হৈছিল। সেই সকলৰ ভিতৰত আছিল এগৰাকী মহিলা আৰু তিনিজন পুৰুষ। তেওঁলোকক বেংগালুৰুৰ নাৰায়ণ … Read more