ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল একমাত্ৰ পুত্ৰক! তাৰ পিছতে পুনৰ দুটি যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল এহাল বৃদ্ধ দম্পতী…
নিউজ ডেস্কঃ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত উকা হৈ পৰা জীৱনটো পুনৰ ভৰি পৰিল এহাল বৃদ্ধ দম্পতীৰ। পুত্ৰ শোকত ব্যথিত মনে যেন আকৌ পালে জীয়াই থকাৰ লক্ষ্য। এইবাৰ একেলগে দুটি সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে বৃদ্ধ দম্পতীহালে। পুনৰ শিশুৰ কলৰৱেৰে ভৰি পৰা ঘৰখনত খোজ দি আনন্দত আত্মহাৰা হৈ পৰিছে দম্পতীহাল। উল্লেখ্য যে, ২০১৯ চনৰ জুলাই … Read more