হাতীয়ে এফালৰ পৰা ধ্বংস কৰিলে কলৰ বাগান, স্পৰ্শ নকৰিলে চৰাইৰ বাহ থকা গছজােপাক!
নিউজ ডেস্ক। আচলতে হাতীক জনা যায় সৰ্ব শক্তিমান জন্তু হিচাপে। বিশেষকৈ বনৰীয়া হাতীৰ জাকবােৰে চলােৱা ধ্বংসলীলা নাইবা আন আন কাৰ্য নিয়ন্ত্ৰণ কৰাটাে আনকি মানুহৰ বাবেও অতি জটিল। হাতীয়ে একো নুবুজি ধ্বংসহে কৰে বুলি কয় সকলোৱে। কিন্তু তেনে এক শক্তিমান প্ৰাণীয়ে এইবাৰ দেখুৱালে মমতাৰ এক উজ্বল নিদৰ্শন। পাহাৰৰ পৰা অহা এদল বনৰীয়া হাতীয়ে এফালৰ পৰা ধংস … Read more