যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগত মৰ্মাহত হৈছে ৰাজ্যখনৰ সাংবাদিকসকল। মাত্ৰ বছৰ পূৰ্বে নিজ মাতৃক হেৰুওৱা সাংবাদিক মিন্টু তামুলীৰ মৃত্যুৰ খবৰে অসমৰ সংবাদ মহলতাে গভীৰ শােকৰ ছাঁ পেলাইছে। অতি কম সময়তে সংবাদজগতৰ চিনাকি মুখ হৈ পৰা তামুলীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩২ বছৰ। জানিব পৰা মতে বৃহস্পতিবাৰে বিয়লি হৃদক্ৰিয়া … Read more

দলং ভাঙি উফন্দি উঠা নৈত ডাম্পাৰসহ উটি যােৱা অসমৰ ৩ যুৱকৰ নাই কােনাে শুংসূত্ৰ

নিউজ ডেস্ক। মৌচুমীৰ আগমনৰ লগে লগে প্ৰবল বাৰিষই বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত। ঠায়ে-ঠায়ে পাহাৰত সংঘটিত ভয়াৱহ ভূমি স্খলনৰ ফলত বন্ধ হৈ পৰিছে বাট-পথ। আনহােতে, একাধিক ঠাইত উফন্দি উঠা নৈ-উপনৈয়ে উটুৱাই নিছে দলং। যাৰ ফলত বিভিন্ন অঞ্চলৰ সৈতে জিলা সদৰ সমূহৰ যােগাযােগাে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ইপিনে, চলিত সপ্ততাহৰ মংগলবাৰে … Read more

শােকাৱহ পথ দুৰ্ঘটনাত ৩ সেনা জােৱানৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। পাহৰৰ পৰা তললৈ খহি পৰিল সেনাৰ বাহন। ৩ সেনা জােৱানৰ মৃত্যু। এই ঘটনাৰ স্থান ছিকিম। জানিব পৰা মতে, বুধবাৰে ছিকিমৰ জৱাহৰলাল নেহৰু পথৰ ৬ মাইলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। পূব ছিকিমলৈ যাত্ৰা কৰি থকা এখন ট্ৰাক খাৱৈত পৰি যোৱাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। জানিব পৰা মতে ভাৰত-চীন … Read more

বিৰল প্ৰজাতিৰ ৰেড্ পাণ্ডা উদ্ধাৰ দুই যুৱকৰ, পুনৰ বনাঞ্চলত মুকলি

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত পুনৰ দৃশ্যমান হ’ল দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰেড্ পাণ্ডা। ৰাজ্যখনৰ শি-য়মি জিলাৰ মেচুকা উপ-সংমণ্ডলৰ য়াৰগিয়াপ-চু নদীৰ নামনি অংশৰ পৰা দুজন যুৱকে উদ্ধাৰ কৰে এটা বিৰল ৰেড্ পাণ্ডা। উদ্ধাৰ কৰা সেই জন্তুবিধ শনিবাৰে পুৱা বন বিভাগ আৰু প্ৰশাসনে এখন বনাঞ্চলত মুকলি কৰি দিয়ে। খবৰ অনুসৰি, মেচুকা চহৰৰ টনি মচিং আৰু টাকাৰ কোটিন মচু নামৰ … Read more

বৃহৎ সাফল্য! ২১ কোটি টকা মূল্যৰ সোণৰ বিস্কুট জব্দ DRI ৰ, আটক ২

নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতলৈ নিতৌ যেন সােঁত বৈছে অবৈধ সােণৰ। সহজ ধনৰ লালসাত এই চােৰাং বেহাত নামি পৰিছে বহু লােক। এইবাৰ কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা বিভাগৰ গুৱাহাটী মণ্ডলৰ নেতৃত্বত চলা অভিযানত জব্দ হ’ল বিপুল পৰিমাণৰ চােৰাং সােণৰ বিস্কুট। মণিপুৰৰ ৰাজধানী ইম্ফলত চলিছিল বিভাগটােৰ এই অভিযান। চোৰাং কাৰবাৰীয়ে ব্যৱহাৰ কৰা এখন বাহনত তালাচী চলাই … Read more

জটিল অস্ত্ৰোপচাৰেৰে প্ৰসূতি সহ নৱজাতকৰ জীৱন ৰক্ষা কৰিলে সেনাৰ চিকিৎসকে

নিউজ ডেস্ক। সেনাৰ এক চিকিৎসকৰ দলৰ প্ৰশংসনীয় কাৰ্য। প্ৰসূতি আৰু নৱজাতকৰ জীৱন ৰক্ষাৰ বাবেই সম্পন্ন কৰিলে এক জটিল অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰ কৰা হয় অৰুণাচল প্ৰদেশৰ ডাহুংস্থিত সেনাৰ চিকিৎসালয়ত। বুধবাৰে সেনাৰ গজৰাজ শাখাই টুইটাৰ যোগে জানিবলৈ দিয়ে সেই কথা। টুইটাৰত তেওঁলোকে লিখে, “বৰ্তমান কভিড-১৯ ৰ প্ৰত্যাহ্বানৰ সময়ত অৰুণাচলৰ ডাহুংত সেনাৰ চিকিৎসকে এক জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে প্ৰসূতি … Read more

অসমৰ এইখন প্ৰতিবেশী ৰাজ্যত বাতিল হ’ল দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

নিউজ ডেস্ক। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বুধবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ চূড়ান্ত সিদ্ধান্ত লয় মণিপুৰ চৰকাৰে। এই কথা পৃথকে পৃথকে ঘোষণা কৰে মণিপুৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু মণিপুৰ উচ্চ শিক্ষা পৰিষদে। এই সন্দৰ্ভত মণিপুৰ মাধ্যমিক শিক্ষা পৰিষদে কয়, “কভিড-১৯ ৰ অনিশ্চিত পৰিস্থিতিৰ সন্দৰ্ভত বিভিন্ন জনৰ পৰা অহা পৰামৰ্শ অনুসৰি পৰিষদে উচ্চ মাধ্যমিক পৰীক্ষা ২০২১ … Read more

জৰিমনা হিচাপে লাভ কৰা ধনেৰে উপায়ুক্তই গঠন কৰিলে ‘কভিড কেয়াৰ’ বেংক

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত এগৰাকী আই এ এছ বিষয়া তথা ইষ্ট ছিয়াং জিলাৰ উপায়ুক্ত ড° কিন্নী সিঙৰ এক উল্লেখনীয় পদক্ষেপ। জিলাখনৰ বিভিন্ন ব্যক্তি অথবা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা জৰিমনাৰ ধনেৰে তেওঁ গঠন কৰিলে এক ‘কভিড কেয়াৰ বেংক’। যিটো বেংকৰ দ্বাৰা কভিড আক্ৰান্ত লোক সকলক চিকিৎসা সামগ্ৰী প্ৰদান কৰি কৰা হয় সহায়। এই সন্দৰ্ভত তেওঁ … Read more

প্ৰসিদ্ধ বিজ্ঞানী তথা বাঁহৰ বটলৰ উদ্ভাৱক ড° পৱন কে কৌশিকৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। প্ৰসিদ্ধ বিজ্ঞানী তথা জীৱিকা সম্প্ৰসাৰণ বন গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° পৱন কে কৌশিক (৫২) ৰ সোমবাৰে আবেলি ত্ৰিপুৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক’ভিডজনিত সমস্যাত মৃত্যু হয়। ড° কৌশিকৰ ঘৰ আছিল মধ্য প্ৰদেশত। বিগত ১৫ বছৰ ধৰি কৰ্মসূত্ৰে তেওঁ আছে ত্ৰিপুৰাত। ত্ৰিপুৰাৰ বাঁহ উদ্যোগত তেওঁ আনিছিল এক যুগান্তকাৰী পৰিৱৰ্তন। ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত বাঁহ শিল্পৰে জীৱিকা … Read more

গুৱাহাটী-কলকাতাৰ সৈতে বিমান সেৱাৰে সংযুক্ত হ’ল অৰুণাচল প্ৰদেশৰ পাছিঘাট

নিউজ ডেস্ক। কেন্দ্ৰীয় চৰকাৰৰ বিমান পৰিবহন মন্ত্ৰালয়ে ‘উড়ান’ আঁচনিৰ অধীনত ক্ষিপ্রতৰ কৰি তুলিছে দেশৰ বিমান পৰিবহন ব্যৱস্থা। সেই আঁচনি অনুসৰি দেশৰ পৰিত্যক্ত সকলোবোৰ বিমানবন্দৰ কাৰ্যক্ষম কৰি তোলা হৈছে। এইবাৰ সেই আঁচনিৰ অন্তৰ্ভুক্ত হ’ল অৰুণাচল প্ৰদেশৰ পাছিঘাট বিমানবন্দৰ। দেওবাৰে আঞ্চলিক বিমান সেৱা ‘ফ্লাইবিগে’ এখন বিমান অৱতৰণেৰে বিমানবন্দৰটোৰ পৰীক্ষণ সম্পন্ন কৰে। সেই পৰীক্ষণৰ পিছতেই সিদ্ধান্ত লোৱা হয় … Read more