ৰাজপথত হঠাতে সৃষ্টি প্ৰকাণ্ড গাঁত, বন্ধ হৈ পৰিল যাতায়ত
নিউজ ডেস্ক। কিছুদিন পূৰ্বে দিল্লীৰ ৰাজপথত হঠাতে সৃষ্টি হৈছিল এক প্ৰকাণ্ড গাঁত। য’ত সোমাই পৰিছিল এখন বাহন। এইবাৰ পুনৰ দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত সৃষ্টি হল আন এক প্ৰকাণ্ড গাঁত। অৱশ্যে কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই গাঁতত। এই ঘটনা দিল্লীৰ হাউজ খাছ অঞ্চলৰ আইআইটি দিল্লী উৰণীয়া সেঁতুৰ তলত। খবৰ অনুসৰি, ৰাজধানী দিল্লীত বিগত কেইবাদিনো ধৰি … Read more