শােকাৱহ! পিঞ্জৰাবদ্ধ ফেঁটী সাপৰ দংশনত মৃত্যু চিৰিয়াখানাৰ কৰ্মচাৰীৰ

নিউজ ডেস্ক। কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ এখন চিৰিয়াখানাত চাফাইৰ কামত নিয়ােজিত অসমৰ এগৰাকী কৰ্মচাৰী পিঞ্জৰাবদ্ধ বাঘৰ আক্ৰমণত মৃত্যুৰ পাছতে এইবাৰ অনুৰূপ ধৰণে পিঞ্জৰাবদ্ধ ফেঁটী সাপৰ দংশনত চিৰিয়াখানাৰ কৰ্মচাৰীৰ ঘটনা সংঘটিত হৈছে কেৰেলাত। জানিব পৰা মতে, বৃহস্পতিবাৰে তিৰুৱনন্তপুৰম চিৰিয়াখানাৰ এজন কৰ্মীক চিৰিয়াখানাখনৰ এটা ৰজা ফেঁটী সাপে দংশন কৰাৰ ফলত মৃত্যুবৰণ কৰে। কৰ্মীজনে দুপৰীয়া সাপৰ পিঞ্জৰা পৰিষ্কাৰ … Read more

যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগত মৰ্মাহত হৈছে ৰাজ্যখনৰ সাংবাদিকসকল। মাত্ৰ বছৰ পূৰ্বে নিজ মাতৃক হেৰুওৱা সাংবাদিক মিন্টু তামুলীৰ মৃত্যুৰ খবৰে অসমৰ সংবাদ মহলতাে গভীৰ শােকৰ ছাঁ পেলাইছে। অতি কম সময়তে সংবাদজগতৰ চিনাকি মুখ হৈ পৰা তামুলীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩২ বছৰ। জানিব পৰা মতে বৃহস্পতিবাৰে বিয়লি হৃদক্ৰিয়া … Read more

দলং ভাঙি উফন্দি উঠা নৈত ডাম্পাৰসহ উটি যােৱা অসমৰ ৩ যুৱকৰ নাই কােনাে শুংসূত্ৰ

নিউজ ডেস্ক। মৌচুমীৰ আগমনৰ লগে লগে প্ৰবল বাৰিষই বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত। ঠায়ে-ঠায়ে পাহাৰত সংঘটিত ভয়াৱহ ভূমি স্খলনৰ ফলত বন্ধ হৈ পৰিছে বাট-পথ। আনহােতে, একাধিক ঠাইত উফন্দি উঠা নৈ-উপনৈয়ে উটুৱাই নিছে দলং। যাৰ ফলত বিভিন্ন অঞ্চলৰ সৈতে জিলা সদৰ সমূহৰ যােগাযােগাে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ইপিনে, চলিত সপ্ততাহৰ মংগলবাৰে … Read more

শােকাৱহ পথ দুৰ্ঘটনাত ৩ সেনা জােৱানৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। পাহৰৰ পৰা তললৈ খহি পৰিল সেনাৰ বাহন। ৩ সেনা জােৱানৰ মৃত্যু। এই ঘটনাৰ স্থান ছিকিম। জানিব পৰা মতে, বুধবাৰে ছিকিমৰ জৱাহৰলাল নেহৰু পথৰ ৬ মাইলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। পূব ছিকিমলৈ যাত্ৰা কৰি থকা এখন ট্ৰাক খাৱৈত পৰি যোৱাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। জানিব পৰা মতে ভাৰত-চীন … Read more

নতুন উদ্ভাৱন! মাস্ক পিন্ধিলেই জানিব পাৰিব শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি

নিউজ ডেস্ক। বৰ্তমান দেশজুৰি অব্যাহত আছে ক’ভিড-১৯ৰ সংক্ৰমণ। এই ক’ভিড-১৯ ভাইৰাছ মানুহৰ দেহত ধৰা পেলাবলৈ প্ৰয়োজন হয় ৰেপিড্ এন্টিজেন নাইবা RT-PCR টেষ্টৰ। কিন্তু এতিয়াৰ পৰা আৰু ক’ভিড চিনাক্ত কৰিবলৈ প্ৰয়োজন নহ’ব কােনাে পৰীক্ষাৰ। এইবাৰ আপুনি পৰিধান কৰি থকা মাস্কখনতে ওলাই পৰিব আপোনাৰ দেহত কভিডৰ অৱস্থিতি। তেনে এক মাস্ক উদ্ভাৱন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গৱেষকৰ দলে। … Read more

তীব্ৰবেগী অ’ডিৰ খুন্দাত বিধ্বস্ত অটােৰিক্সা, আটক চালকসহ ৩ জন

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বিলাসী অ’ডি গাড়ীৰ খুন্দাত মৃত্যু হ’ল এজন অটোৰিক্সাৰ যাত্ৰীৰ। এই দুৰ্ঘটনাৰ স্থান তেলেংগানাৰ হায়দৰাবাদৰ চাইবাৰাবাদ। বৰষুণত তিতি থকা পথত অ’ডি গাড়ীখনে অটোৰিক্সাত খুন্দা মৰাৰ দৃশ্যটো মঙলবাৰে চাইবাৰাবাদ ট্ৰেফিক আৰক্ষীয়ে মুকলি কৰে। পথ দুৰ্ঘটনাৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২৯ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা অনুসৰি, বৰষুণত তিতি আছে ৰাজপথ। … Read more

শৰীৰত এটা হাওঁফাওঁ, এটা বৃক্ক! তথাপিও ক’ভিডক জয় দিব্যাংগ কিশোৰীৰ

নিউজ ডেস্ক। কোৰোনা মহামাৰীৰ সংহাৰ বৰ্তমানেও আছে অব্যাহত। ইয়াৰ মাজতে মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা আহিছে এক ভাল খবৰ। এগৰাকী ১২ বছৰীয়া দিব্যাংগ কিশোৰীয়ে কোৰোনাক কৰিছে পৰাস্ত। জানিব পৰা মতে কিশোৰী গৰাকীৰ দেহত সৰুৰে পৰা আছে এটা হাঁওফাঁও, এটা বৃক্ক আৰু এটা হাত। আৰু তেওঁৱেই অলপতে আক্ৰান্ত হৈছিল কোৰোনাত। যিয়ে সাহসেৰে কোৰোনাৰ সৈতে যুঁজিছিল। সেই সময়ছোৱাত … Read more

মৰ্মান্তিক! ১৩ বছৰীয়া পুত্ৰক এৰি একদিনাই চিৰ বিদায় ল’লে ঢকুৱাখনাৰ এহাল দম্পতীয়ে

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌত ৰাজ্যজুৰি অব্যাহত আছে মৃত্যুৰ বিভীষিকা। শেহতীয়াকৈ এই সংক্ৰমণে ৰাজ্যৰ বহু চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতাে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। ইপিনে, ক’ভিড-১৯ৰ সংক্ৰমণত একেদিনাই স্বামী-স্ত্ৰীৰ মৃত্যুৰ ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলাইছে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ আমকটীয়া গাঁৱত। জানিব পৰা মতে, ক’ভিড-১৯ত আক্রান্ত হৈ একেদিনাই চিৰ বিদায় ল’লে গাঁওখনৰ দুদুল মোহন বৰুৱা (৫১) আৰু তেওঁৰ … Read more

মৰ্মান্তিক! ১১ মহীয়া শিশু আয়ানৰ প্ৰাণ কাঢ়ি নিলে নিয়তীয়ে…

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌ ক্ৰমাৎ স্তিমিত হৈছে যদিও এই ভাইৰাছে শেহতীয়াকৈ সংক্ৰমিত কৰিছে বহু শিশুক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ত ক্ৰমে বৃদ্ধি পাইছে ক’ভিড-১৯ত সংক্ৰমিত শিশুৰ সংখ্যা। এই খবৰে অভিভাৱকসকলক উদ্বিগ্ন কৰি তােলাৰ সময়তে ডিব্ৰুগড়ত ক’ভিড-১৯ত প্ৰাণ গ’ল এটি ১১ মহীয়া শিশুৰ। ডিব্ৰুগড় জিলাৰ … Read more

মৰ্মান্তিক! ৩ মাহ পূৰ্বে একেটা দিনতে সম্পন্ন হৈছিল দুই ভাতৃৰ বিয়া, দুৰ্ঘটনাত দুয়ােজনৰে মৃত্যু

নিউজ ডেস্ক। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! পিতৃ-মাতৃ তথা পৰিয়ালৰ পৰা একেলগে কাঢ়ি নিলে দুই ভাতৃক। মাত্ৰ ৩ মাহ পূৰ্বে একে দিনাই বিয়াত বহা দুই ভাতৃয়ে একেলগে হ’ল দুৰ্ঘটনাত পতিত। গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসালয়ত দুয়ােজনেই হেৰুৱালে প্ৰাণ। এই হৃদয় কঁপাই যােৱা ঘটনাৰ স্থান ধেমাজী জিলাৰ চিলাপথাৰ। চিলাপথাৰৰ শিয়াল চাপৰিৰ অনু ৰাজবংশীৰ দুই পুত্ৰ বাবু (২৭) আৰু … Read more