আইন ভংগ কৰি ভৰিলে জৰিমনা, অনুতপ্ত হৈ এইটাে কাম কৰিলে এগৰাকী মন্ত্ৰীয়ে…

নিউজ ডেস্ক। কি যে আজৱ কাণ্ড! আইন ভংগ কৰাৰ বাবে প্ৰায়শ্চিত্ত কৰিবলৈ ঝাডু মাৰি, আৱৰ্জনা পেলাই আৰু শৌচালয় চাফা কৰিলে এজন মন্ত্ৰীয়ে। এনে কাণ্ড কৰে মধ্য প্ৰদেশ চৰকাৰৰ এজন মন্ত্ৰীয়ে। তেওঁ হ’ল মধ্য প্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰদ্যুম্ন সিং টোমৰ। জানিব পৰা মতে, মন্ত্ৰীজনে ৪ দিন পূৰ্বে হেলমেট পৰিধান নকৰাকৈ ৰাজপথত চলাইছিল এখন স্কুটী। তেওঁ স্কুটী … Read more

গুৱাহাটী-কলকাতাৰ সৈতে বিমান সেৱাৰে সংযুক্ত হ’ল অৰুণাচল প্ৰদেশৰ পাছিঘাট

নিউজ ডেস্ক। কেন্দ্ৰীয় চৰকাৰৰ বিমান পৰিবহন মন্ত্ৰালয়ে ‘উড়ান’ আঁচনিৰ অধীনত ক্ষিপ্রতৰ কৰি তুলিছে দেশৰ বিমান পৰিবহন ব্যৱস্থা। সেই আঁচনি অনুসৰি দেশৰ পৰিত্যক্ত সকলোবোৰ বিমানবন্দৰ কাৰ্যক্ষম কৰি তোলা হৈছে। এইবাৰ সেই আঁচনিৰ অন্তৰ্ভুক্ত হ’ল অৰুণাচল প্ৰদেশৰ পাছিঘাট বিমানবন্দৰ। দেওবাৰে আঞ্চলিক বিমান সেৱা ‘ফ্লাইবিগে’ এখন বিমান অৱতৰণেৰে বিমানবন্দৰটোৰ পৰীক্ষণ সম্পন্ন কৰে। সেই পৰীক্ষণৰ পিছতেই সিদ্ধান্ত লোৱা হয় … Read more

অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌত বিৰূপ প্ৰভাৱ পৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশতাে। ক’ভিড -১৯ আক্ৰান্ত হৈ দেওবাৰে মৃত্যু হয় অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ডিবাং টাটাক। চিম্পুৰ এখন কভিড চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন মন্ত্ৰী গৰাকীৰ। তেওঁ ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৱা কিছুদিন ধৰি ভৰ্তি হৈ আছিল চিকিৎসালয়ত। টাটকে ৰামগং বিধানসভা সমষ্টিৰ পৰা দুবাৰৰ বাবে … Read more

ৰাজ্যত ৫.৫৭ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৭৯ জনৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌ নিয়ন্ত্ৰণ বাবে বলৱৎ কঠােৰ চৰকাৰী নিষেধাজ্ঞাৰ মাজতে অপেক্ষাকৃতভাৱে কিছু উন্নত হৈছে ক’ভিড পৰিস্থিতি। ক’ভিডত দৈনিক মৃত্যু হােৱাৰ লােকৰ সংখ্যাই উদ্বেগৰ কাৰণ যদিও ক্ৰমাৎ নিম্নগামী ক’ভিডৰ সংক্ৰমণৰ হাৰে এই ক্ষেত্ৰত কিছু আশাৰ সঞ্চাৰ ঘটাইছে। শনিবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ। এই হাৰ ৫.৫৭ শতাংশলৈ অৱনমিত হৈছে। … Read more

DRDO ৰ ক’ভিড প্ৰতিৰোধী ঔষধ 2DG ৰ উদ্ভাৱনৰ সৈতে জড়িত অসমৰ এগৰাকী জীয়ৰী

নিউজ ডেস্ক। এগৰাকী অসম কন্যাই গৌৰৱান্বিত কৰি তুলিছে অসমবাসীক। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা চমুকৈ DRDO ই উদ্ভাৱন কৰা ক’ভিড-১৯ৰ প্ৰতিৰোধী ঔষধ 2DG ৰ সৈতে জড়িত এইগৰাকী অসম জীয়ৰী। তেওঁ হ’ল অসমৰ কৰিমগঞ্জ জিলাৰ মহিষাসনৰ ড° জুবিলী পুৰকায়স্থ। তেওঁ বৰ্তমান দিল্লীৰ DRDO ৰ ইনষ্টিটিউট অব্ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইত চায়েন্স (Institute of Nuclear medicine and … Read more

মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলে ৩ লাখ টকা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক। অসমত ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৰ সৈতে মােকাবিলা কৰিবলৈ অব্যাহত আছে ছিটা প্ৰদানৰ কাৰ্যসূচী। ইয়াৰ লগতে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰি ক’ভিড ৰােগীসকলক পৰ্যাপ্ত চিকিৎসা সুবিধা প্ৰদানৰ বাবেও পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। চৰকাৰে ইয়াৰ বাবে ইতিমধ্যে খৰচ কৰিছে বৃহৎ পূঁজি। লগতে ৰাজ্যবাসীকাে এই ক্ষেত্ৰত আৰ্থিক বৰঙনি প্ৰদানৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী … Read more

ভাল খবৰ! অচিৰেই পিপিই কিটৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব স্বাস্থ্যকৰ্মীয়ে, বিশেষ পিপিই কিট উদ্ভাৱন

নিউজ ডেস্ক। ক’ভিড ৰোগীৰ চিকিৎসাৰ লগত জড়িত সকলো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীয়ে পি পি ই কীট পৰিধান কৰাটো বাধ্যতামূলক। কিন্তু পি পি ই কীট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাটোহে কষ্টকৰ। কিয়নো পি পি ই কীট পৰিধান কৰাৰ পিছত এজন লোকৰ শৰীৰত বৃদ্ধি পায় উশাহ লোৱাত কষ্ট হােৱাৰ সমস্যা। ঘামত তিতি যায় তেওঁৰ সমস্ত শৰীৰ। কিন্তু … Read more

ৰাজ্যত ৫.৮৮ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৮১ জনৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শুকুৰবাৰৰ পৰা ১৫ দিনৰ বাবে নিষিদ্ধ কৰা হ’ল আন্তঃজিলা যাতায়াত। ইতিপূৰ্বে চহৰ-নগৰাঞ্চলত বলৱৎ হৈছে দৈনিক ১৭ ঘন্টীয়া সান্ধ্য আইন। এই ক্ষেত্ৰত জনসাধাৰণে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হৈছে ক’ভিড-১৯ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। শুকুৰবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ। এই … Read more

চিৰিয়াখানাৰ এশিঙীয়া গঁড়ে বজালে কী-ব’র্ড, মূহুৰ্ততে ভাইৰেল হ’ল দৃশ্য

নিউজ ডেস্ক। কেৱল মানুহেই নহয়, কেতিয়াবা গঁড়েও বজাব পাৰে কীবৰ্ড। তেনে এক দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটো কলৰাডোৰ ডেনভাৰ চিৰিয়াখানাৰ। দৃশ্যটোত দেখা অনুসৰি, চিৰিয়াখানাখনত ‘বন্ধু’ নামৰ এটা এশিঙীয়া গঁড়ে বজাইছে এখন কীবৰ্ড। সি নিজৰ ১২ সংখ্যক জন্মদিন উপলক্ষে বজালে সেই কীবৰ্ড। যোৱা ১৯ মে’ত আছিল বন্ধু নামৰ গঁড়টোৰ জন্মদিন। সি নিজৰ ওপৰৰ … Read more

নিজৰ টেকেলিৰ সাঁচতীয়া ধন ক’ভিড টাস্ক ফ’ৰ্চক দান দিলে শিশুৱে

নিউজ ডেস্ক। দেশৰ অধিকাংশ ৰাজ্যতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে কােনাে কােনাে ৰাজ্যই পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ বিচাৰিছে ৰাইজৰ দান-বৰঙনি। চৰকাৰৰ এনে আহ্বানৰ পাছতে আগবাঢ়ি গৈছে বহু সচেতন ব্যক্তি তথা দল-সংগঠনাে। ইয়াৰ মাজতে এটি কণমানি শিশুৱেও চৰকাৰলৈ প্ৰদান কৰিছে আৰ্থিক সহায়। ইয়াৰ বাবে সামাজিক মাধ্যমত প্ৰশংসিত হৈ পৰিছে … Read more