ৰাইজৰ তৎপৰতাত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল বনৰীয়া হাতী আৰু পােৱালি
নিউজ ডেস্ক। নগাঁৱত সন্দেহজনক বজ্ৰপাতৰ ঘটনাত একেলগে ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে সকলাে প্ৰকৃতিপ্ৰেমী লােকক। তাৰ মাজতে আহিছে এক ভাল খবৰ। ৰাইজৰ তৎপৰতাৰ বাবেই নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল এটা বনৰীয়া হাতী তথা পােৱালি। বিগত কেইবাদিন ধৰি এটা পাহাৰীয়া শিলৰ ফাঁকত আবদ্ধ হৈ থকা হাতী দুটাক পানী আৰু খাদ্য যােগান ধৰি … Read more