ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!

নিউজ ডেস্ক। ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেতা তথা দুখীয়াৰ ভগৱান হিচাপে জনপ্ৰিয় চনু সুদ। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা শনিবাৰে দুপৰীয়া ঘােষণা কৰে অভিনেতাগৰাকীয়ে। টুইটাৰত তেওঁ উল্লেখ কৰে ”পৰীক্ষাত মই ক’ভিড-১৯ পজিটিভ হওঁ। সেয়ে সকলাে সাৱধানতা অৱলম্বন কৰি মই কােৱাৰেন্টাইনত আছােঁ আৰু নিজৰ স্বাস্থ্যৰ যতন লৈছােঁ। চিন্তাৰ কােনাে কাৰণ নাই। এতিয়া মই আপােনালােকৰ বাবে অধিক … Read more

১੦੦ কিলাে ওজনৰ অসুস্থ কাছই বিচৰণ কৰিছে স্কেট ব’ৰ্ডত! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এটা প্ৰকাণ্ড কাছ। ১০০ কিলো ওজনৰ এই বয়স্ক কাছটো আছে জাৰ্মানীৰ এখন চিৰিয়াখানাত। কাছটোৰ নাম হেলমুথ। হেলমুথৰ এটা ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটোত দেখা অনুসৰি এখন সম্পূৰ্ণ ভ্ৰাম্যমান স্কেট ব’ৰ্ডৰ ওপৰত কাছটো ঘূৰি ফুৰে চিৰিয়াখানাখনত। দৃশ্যটো সামাজিক মাধ্যম ফেচবুকৰ Zoom Erlebniswelt Gelsenkirchen নামৰ পেজটোৱে শ্বেয়াৰ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই। Zoom Erlebniswelt … Read more

চালকৰ তৎপৰতাৰ বাবেই ৰে’লপথত ৰৈ থকা বনৰীয়া হাতীৰ প্ৰাণৰক্ষা!

নিউজ ডেস্ক। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত সময়ে-সময়ে ৰে’লৰ খুন্দাত বনৰীয়া হাতী হতাহত হােৱাৰ বাতৰিয়ে উদ্বিগ্ন কৰি তােলে প্ৰকৃতি প্ৰেমীসকলক। এনে অধিকাংশ ঘটনাত মৃত্যু ঘটিছে গজৰাজৰ। এনে ঘটনাৰ বাবে মূলতঃ ৰে’ল বিভাগকে জগৰীয়া কৰা হয়, কাৰণ বনাঞ্চলৰ মাজেৰে তীব্ৰ গতিত ৰে’লৰ চলােৱাৰ ফলতে এনে শােকাৱহ ঘটনা সংঘটিত হয়। ইয়াৰ বাবে আনকি বহু সময়ত বন বিভাগেও … Read more

ATM ৰ কােঠালিৰ ভিতৰত অধ্যয়ন নিৰাপত্তা ৰক্ষীৰ, IAS বিষয়াৰ প্ৰেৰণাদায়ক ফটাে ভাইৰেল

নিউজ ডেস্ক। সকলাে সফল ব্যক্তিয়ে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিয়েই উপনীত হয় সফলতাৰ শীৰ্ষত। এনে সংগ্ৰামৰ সময়ত কিছুমান কথা নাইবা ঘটনাই ব্যক্তি এজনক উৎসাহ নাইবা অনুপ্ৰেৰণা যােগায়। বহ অভাৱ-সমস্যাৰ মাজেৰে বহু ত্যাগ আৰু কষ্টৰ বিনিময়তে সফলতাৰ শীৰ্ষত আৰােহণ কৰি আন এশজনৰ বাবে অনুপ্ৰেৰণা হৈ ৰৈ বহু লােক। বিভিন্ন ব্যক্তিয়ে সৰু-সৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে আধাতে সামৰে তেওঁলােকৰ … Read more

১৫ ফুট গভীৰ কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল তীব্ৰ অভিযান

নিউজ ডেস্ক। পুনৰ বিপদত পৰিল এটা বনৰীয়া হাতী পােৱালি। বনাঞ্চলৰ সমীপতে এটা পৰিত্যক্ত কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পােৱালিটাে। জীৱন্তে উদ্ধাৰৰ বাবে তৎপৰতাৰে নামি পৰিল বন বিভাগ তথা স্থানীয় লােক। হাতী পোৱালিটােক উদ্ধাৰৰ ভিডিঅ’ সম্প্ৰতি বিয়পি পৰিছে ছ’চিয়েল মিডিয়াত। এই ঘটনাটো শনিবাৰে সংঘটিত হৈছে উৰিষ্যাৰ ময়ুৰগঞ্জত। ভিডিঅ’টোত দেখা অনুসৰি এটা কুঁৱাত সোমাই পৰা হাতী পোৱালি … Read more

ডাঙৰ খবৰ! মহানগৰীত পুনৰ ভয়াৱহ ৰূপত ক’ভিড-১৯ৰ সংক্ৰমণ, শিক্ষয়িত্ৰীৰ মৃত্যু

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰীৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰী। তেওঁ গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল। শনিবাৰে পুৱা হেল্থ চিটি হাস্পতালত তেওঁ শেষ নিস্বাস ত্যাগ কৰে। জানিব পৰা মতে, যােৱা ৩ … Read more

অঘটন! পুনৰ গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কৰ্তব্যৰত বনৰক্ষীয়ে

নিউজ ডেস্ক। পুনৰ গঁড়ৰ আক্ৰমণত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে বন বিভাগৰ কৰ্মচাৰীয়ে। এইবাৰ ঘটনাৰ স্থান মানাহ ৰাষ্ট্ৰীয় উদ্যান। শুকুৰবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা ৰেঞ্জত কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয়।অনিমেষ ডেকা (৩৫) নামৰ অসম ফৰেষ্ট বেটেলিয়নৰ জােৱানজনে। দ্বিতীয় অসম বন সুৰক্ষা বাহিনীত কৰ্মৰত শ্বহীদ জোৱানজন। জানিব পৰা মতে, শ্বহীদ জােৱানজনৰ ঘৰ বজালী জিলাৰ … Read more

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বনৰীয়া হাতী নিধনৰ ঘটনাৰ তদন্তত নামিল চি বি আই

নিউজ ডেস্ক। দেশৰ বিভিন্ন ৰাজ্যত নিতৌ অপ্ৰাকৃতিক কাৰণত মৃত্যুমুখত পৰিছে বনৰীয়া জীৱ-জন্তু। বিশেষকৈ একাংশ অসাধু লােক তথা চােৰাং চিকাৰীয়ে য’ধে-ম’ধে নিধন কৰিছে বনৰীয়া হাতী। অনুৰূপ ধৰণে, তামিলনাডুৰ কেইবাখনো অভয়াৰণ্যত ধাৰাবাহিক ভাৱে যোৱা কেইবছৰ হৈ আহিছে হস্তী নিধন। এই নিধন প্ৰক্ৰিয়া বন্ধ কৰাৰ ক্ষেত্ৰত সফল হোৱা নাছিল কোনো। সেয়েহে সমাজকৰ্মী আৰু সামাজিক সংস্থাৰ আবেদনৰ ভিত্তিত মাদ্ৰাজ … Read more

ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰা ৩৭ জন চিকিৎসক আক্ৰান্ত হ’ল কৰােনাত!

নিউজ ডেস্ক। দেশত ক’ভিড-১৯ সংক্ৰমণৰ দ্বিতীয় ঢৌ অব্যাহত আছে। দেশজুৰি ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া পূৰ্ণ গতিত অব্যাহত থকাৰ মাজতে একাধিক ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। ইপিনে, এক উদ্বেগজনক খবৰ পােহৰলৈ আহিছে যে ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰা লােকাে এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে। শেহতীয়াকৈ দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ৰ ৩৭ জন চিকিৎসকৰ দেহত ধৰা … Read more

ঘৰ সাজিবলৈ মাটি খান্দােতে ওলাল পৌৰাণিক যুগৰ সোণ-ৰূপৰ অলংকাৰ!

নিউজ ডেস্ক। এইবাৰ পৌৰাণিক যুগৰ কিছু সোণ-ৰূপৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে তেলেংগানাৰ জনগাওঁ জিলাৰ পেম বাৰ্থি গাৱঁত। ইয়াৰ ভিতৰত ১৮৯.৮৯০ গ্ৰাম সোণ আৰু ১.৭২৭ কিলো ৰূপ আছিল। নৰসিংহ নামৰ এজন লোকে ঘৰ সাজিবলৈ বুলি মাটি খান্দোতে উদ্ধাৰ হয় এই অলংকাৰখিনি। যিখিনিক কাকতীয় বংশৰ সম্ৰাজ্যৰ সময়ৰ অলংকাৰ বুলি বিশ্বাস কৰা হৈছে। এটা কপাৰৰ বাকচত থকা অলংকাৰখিনিক … Read more