আচৰিত! একেলগে ১০ কিলো জলকীয়া খাব পাৰে এজন ব্যক্তিয়ে… চাওক ভিডিঅ’

নিউজ ডেস্ক। আপুনি বা মই যদি এটা জলকীয়া খাওঁ, তেতিয়া শেহাই থাকিব নোৱাৰা হওঁ বা জলাৰ কোবত চকুৰে আমাৰ পানী ওলাই যায়। কিন্তু এইবাৰ আমি আপোনালোকক কবলৈ ওলাইছো এজন অসাধাৰণ মানুহ যিয়ে জলকীয়া খাই চানা খোৱাৰ দৰে। একো সাৰ-শুৰ নাইকীয়াকৈ তেওঁ খাব পাৰে ১০ কিলো পৰ্যন্ত জলকীয়া। ব্যক্তিজনৰ তেনে এক জলকীয়া খোৱা ভিডিঅ’ আনকি সামাজিক … Read more

অগপ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে পৰমাই, কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ ৰূপেশ

নিউজ ডেস্ক। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দলত্যাগ কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। শনিবাৰে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰে ৰাজবংশীয়ে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক যােগদান কাৰ্যসূচীত দলটােৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, লোকসভাৰ সাংসদ পল্লৱ লোচন দাস আৰু অন্যান্য শীৰ্ষ নেতাসকলৰ উপস্থিতিত ৰাজবংশীয়ে বিজেপিত … Read more

পদপথত চানাচুৰ বিক্ৰী কৰিছে ৯৮ বছৰীয়া বৃদ্ধই! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এজন ৯৮ বছৰীয়া বৃদ্ধ লোক। নাম বিজয় পাল সিং। ঘৰ উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীৰ হৰচান্দপুৰত। যিটো বয়সত আন লোকে কেনেকৈ কাম কৰিম বুলি অজুহাত দেখুৱাই তেনে বয়সত তেওঁ গাঁৱে গাঁৱে গৈ বিক্ৰী কৰে চানাচুৰ। এক প্ৰকাৰ সকলোৰে বাবে চানাৱালা। তেওঁক অৱশ্যে সকলোৱে বাবা বুলিহে মাতে আৰু সামাজিক মাধ্যমত এই বৃদ্ধজনৰ এটা ভিডিঅ’ এতিয়া হৈ … Read more

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

হনী ঝাঁঁঝৰী। অসম বিধানসভা আগন্তুক সাধাৰণ নিৰ্বাচনত ভোটাদানৰ বাবে সজাগতা সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে। অনুৰাগীসকলৰ মাজত ‘ৰাকু দা’ হিচাপে পৰিচিত জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াক জিলা প্ৰশাসনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বাছেডৰ হিচাপে নিযুক্তি দিছে। জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই জনােৱা মতে “ৰাজকুমাৰ ঠাকুৰীয়া এজন জনপ্ৰিয় অভিনেতা। তেওঁৰ অনুৰাগীৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাইছে। অনন্য … Read more

বিধানসভা নিৰ্বাচনঃ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ বিজেপিৰ

নিউজ ডেস্ক। অৱশেষত আনুষ্ঠানিকভাৱে প্ৰকাশ পালে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰদলৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা। শুক্ৰবাৰে সন্ধিয়া নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ নাম ঘােষণা কৰা হয়। প্ৰকাশিত তালিকা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােনােৱালে মাজুলীৰ … Read more

পুনৰ চৰ্চাত ‘লাডেন’! এই বিশেষ কাৰণত চৰ্চালৈ আহিছে ওচামা বিন লাডেনৰ পুত্ৰ…

নিউজ ডেস্ক। এইবাৰ শিৰোনাম দখল কৰিছে একালৰ বিশ্বত্ৰাস হিচাপে পৰিচিত সন্ত্ৰাসবাদী ওচামা বিন লাডেনৰ পুত্ৰই। অৱশ্যে কোনো হীন কৰ্মৰ বাবে তেওঁ দখল কৰা নাই শিৰোনাম। তাৰ পৰিৱৰ্তে পুত্ৰ ওমৰ বিন লাডেনে এক ভাল কামৰ বাবে নিজৰ সুকীয়া পৰিচয়েৰে দখল কৰিছে শিৰোনাম। শেহতীয়াকৈ তেওঁৰ এটা সংবাদ গোষ্ঠীৰ সৈতে হোৱা সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছে। কভিড মহামাৰীৰ সময়ত … Read more

মাজ আকাশত অঘটন! পাইলটক ‘টিকটবিহীন’ মেকুৰীৰ আক্ৰমণৰ বাবেই জৰুৰী অৱতৰণ বিমানৰ

নিউজ ডেস্ক। বিভিন্ন জৰুৰী অৱস্থাৰ বাবে বিমানে গন্তব্য স্থানৰ সলনি আন ঠাইৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। কাৰিকৰী বিজুতি, বতৰ নাইবা যাত্ৰীৰ স্বাস্থ্যজনিত জৰুৰ অৱস্থাৰ বাবে বিমানৰ জৰুৰী অৱতৰণ কােনাে নতুন কথা নহয় যদিও এইবাৰ পাইলটক এটা মুকৰিৰ আক্ৰমণৰ বাবেই এখন বিমানে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হােৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। এই ‘টিকটবিহীন’ যাত্ৰীয়ে আক্ৰমণ … Read more

গাড়ী নহয়, ‘বিলাসী’ চোৰৰ লক্ষ্য দামী গাড়ীৰ চকা! CCTV ত বন্দী চােৰৰ কাণ্ড

নিউজ ডেস্ক। গাড়ী চুৰিৰ ঘটনা সঘনাই সংঘটিত হৈ থকাৰ মাজতে এইবাৰ চােৰৰ লক্ষ্য হৈ পৰিছে বিলাসী গাড়ীৰ চকা। চোৰৰ লক্ষ্য হৈ পৰিছে পৰিছে Hyundai Creta আৰু Kia Seltos ৰ দৰে ব্যয়বহুল বাহনৰ চকা। বিশেষকৈ এই দুয়োখন গাড়ীৰ এলয় হুইল সমূহ হৈছে অতি আকৰ্ষণীয় আৰু ব্যয়বহুল। সেয়েহে চোৰৰ লক্ষ্য এই দুখন গাড়ীৰ এলয় হুইল। বৰ্তমান চোৰে … Read more

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!

নিউজ ডেস্ক। সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ এইমছত গ্ৰহণ কৰিলে কভিড-১৯ ৰ প্ৰতিষেধক ক’ভেক্সিন। প্ৰধানমন্ত্ৰীৰ সেই কাৰ্যক এতিয়া ভূঁয়সী প্ৰশংসা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই। সোমবাৰে এই সন্দৰ্ভত মন্ত্ৰীজনে কয় যে- “প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধক গ্ৰহণ কৰি দেশৰ সকলো জনতাক অনুপ্ৰেৰণা যোগালে। যিয়ে সকলোকে প্ৰতিষেধক গ্ৰহণত আগ্ৰহ যোগাব। তেওঁ … Read more

অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ ষ্টাৰ কেম্পেইনাৰ অৰৱিন্দ কেজৰিৱাল!

নিউজ ডেস্ক। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘােষণা কৰাৰ পিচতে ৰাজ্যলৈ ঢাপলি মেলিছে বিভিন্ন ৰাজনৈতিক দলৰ ষ্টাৰ কেম্বেইনাৰ। অৱশ্যে এই পৰ্যন্ত নৱগঠিত অসম জাতীয় পৰিষদ তথা ৰাইজৰ দলৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমলৈ কােন আহিব সেয়া স্পষ্ট নাছিল। শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, এই দুই মিত্ৰদলে ষ্টাৰ কেম্পেইনাৰৰূপে প্ৰক্ষেপ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ … Read more