গৰু-ম’হ নহয়, এইবাৰ পথৰ দাঁতিত বস্তাৰ ভিতৰত উদ্ধাৰ ৩১টাকৈ কুকুৰ

নিউজ ডেস্কঃ চোৰাং গৰু-ম’হ নহয়, এইবাৰ বোকাখাতত উদ্ধাৰ হ’ল ৩১ টাকৈ দেশীয় জাতৰ কুকুৰ। বোকাখাতৰ কুৰুৱাবাহীত পথৰ দাঁতিত বস্তাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰে কুকুৰ কেইটা। আৰক্ষীয়ে এই কুকুৰ কেইটা কোনো দুস্কৃতিকাৰীয়ে সৰবৰাহৰ চেষ্টা চলোৱা বুলি সন্দেহ কৰিছে। অৱশ্যে কুকুৰ সৰবৰাহৰে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। ইফালে এই … Read more

পুনৰ মুকলি আকাশৰ তলত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ৩ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী…

নিউজ ডেস্ক। পুনৰ মুকলি আকাশৰ তললৈ আহিল উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হােৱা ৩ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী। দুৰ্নীতি নিবাৰক শাখৰ অভিযানত গ্ৰেপ্তাৰ বৰণ কৰা এজন আবকাৰী অধীক্ষকৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ এজন উপ-পঞ্জীয়ক আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলে লাভ কৰিলে জামিন। এই তিনি বিষয়া-কৰ্মচাৰীসকল হৈছেঃ মৰিগাঁও জিলাৰ আবকাৰী বিষয়া বৰষা বৰা … Read more

চাকৰিয়ালৰ যিদৰে দৰমহা বাঢ়ে, সেইদৰে নিয়মমাফিক বিদ্যুতৰ বিল বাঢ়িবইঃ দায়সৰা মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিউজ ডেস্কঃ এতিয়া প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধ্বিত মূল্যই জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। এসাজ ভাতৰ যোগাৰ কৰি আন এসাজৰ কথা চিন্তা কৰিবলৈ গৈ হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ আৰু দৰিদ্ৰ জনতাই। তাৰ ওপৰতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি বিগত কিছু মাহত ৰাজ্যত অকল্পনীয়ভাৱে বৃদ্ধি পাইছে বিদ্যুৎ মাচুল। একেখিনি বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰি যিটো পৰিয়ালে মাহেকত ৩০০-৪০০ টকা … Read more

সকাহ! ভিক্টৰ দাসৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক। অৱশেষত ভিক্টৰ দাসলৈ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ভিক্টৰ দাসক অন্তৱৰ্তীকালীন জামিন প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ভিক্টৰ দাসৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। আদালতে লগতে আৰক্ষীক অহা ২৯ ছেপ্টেম্বৰত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, অলপতে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় … Read more

এয়াই ভালপোৱা! পত্নীক ন্যায়াধীশ বনাবলৈ বেংকৰ চাকৰি ত্যাগ কৰিলে স্বামীয়ে, অৱশেষত লাভ কৰিলে ত্যাগৰ বিনিময়…

নিউজ ডেস্কঃ যি ভালপোৱাৰ বাবে সৰ্বস্ব ত্যাগ কৰিব পাৰি, তেনে ভালপোৱাক হয়তো ভাষাৰে বুজাবলৈ কঠিন। কিন্তু কৰ্মই পৰিস্ফুট কৰি তোলে অন্তৰৰ পৰা নিৰ্গত গভীৰ ভালপোৱা। হাৰিয়ানাৰ ৰোহতকৰ নিৱাসী সুমিতেও অত্যাধিক ভালপায় তেওঁৰ পত্নী মঞ্জুলাক। আৰু সেইবাবেই পত্নীৰ সপোন পূৰণ কৰিবলৈ নিজৰ চাকৰি পৰ্যন্ত ত্যাগ কৰিবলৈ সক্ষম হৈছিল সুমিতে। অৱশেষত সেই ত্যাগৰ বিনিয়ম যেন লাভ কৰিলে … Read more

দিন বেয়া! ৰে’লৰ খিৰিকীৰে ম’বাইল চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…

নিউজ ডেস্কঃ চলন্ত ৰে’লত মোবাইল চুৰি কৰিবলৈ আহি খিৰিকিৰ বাহিৰত ওলমি ৰ’ল এটা মোবাইল চোৰ। এনে এটি ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভাইৰেল ভিডিঅ’ৰ স্থান বিহাৰৰ খগৰীয়া ৰে’ল ষ্টেছন বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি, মোবাইল চোৰটোৱে খিৰিকিৰে যাত্ৰীৰ মোবাইল থপিয়াব খোজতেই যাত্ৰীৰ হাতত ধৰা পৰে। আনহাতে সেই সময়তে ৰে’লখনে খগৰীয়া ষ্টেছন এৰাত … Read more

আকৌ সামাজিক সংকীৰ্ণতাৰ ঘটনা! ঘৰত ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই সমাজে এঘৰীয়া কৰি ৰাখিছে অপূৰ্বৰ পৰিয়ালক…

নিউজ ডেস্কঃ যুগৰ যিমানেই পৰিৱৰ্তন নহ’লেও সলনি হোৱা নাই সামাজিক সংকীৰ্ণতা। শেহতীয়াকৈ অসমত সামাজিক সংকীৰ্ণতাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। এইবাৰ তেনে এক সামাজিক সংকীৰ্ণতাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে এজন যুৱকে ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই সামাজিকভাৱে এঘৰীয়া কৰা হ’ল তেওঁৰ পৰিয়ালটোক। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত। জানিব পৰা মতে, … Read more

শোকাবহ! পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু কৃতী শিক্ষক হেমন্ত বৈশ্যৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ বিগত ৪ দিন হাস্পতালত মৃত্যু সৈতে যুঁজি অৱশেষত হাৰ মানিলে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কৃতী শিক্ষক হেমন্ত বৈশ্য (৫৭)ই। ঘগ্ৰাপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক তথা সামাজিক কৰ্মী হিচাপে পৰিচিত হেমন্ত বৈশ্যৰ বিয়োগে মৰ্মাহত কৰিছে সমগ্ৰ ঘগ্ৰাপাৰবাসীক। উল্লেখ্য যে, যোৱা ১০ ছেপ্টেম্বৰৰ পুৱা বিদ্যালয়লৈ বাইকেৰে গৈ থকা সময়ত এক দুৰ্ঘটনাত … Read more

ঘৰৰ মেৰামতিৰ কাম কৰাই দিয়া নাছিল পাৰিশ্ৰমিক, ক্ষুব্ধ হৈ ৰাজমিস্ত্ৰীয়ে ৰাজপথত জ্বলাই দিলে মালিকৰ বিলাসী মাৰ্চিডিজ বাহন

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়ডাৰ ৰাজপথত সংঘটিত এক ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এজন ব্যক্তিয়ে এখন বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ কৰাৰ এই লোমহৰ্ষক ভিডিঅ’ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিলাসী বাহন জ্বলাই দিয়া ৰণবীৰ নামৰ অভিযুক্তজনক। দেওবাৰে পুৱা নয়ডাৰ ৩৯ চেক্টৰত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, লোকজনে আন এজন … Read more

শোকাবহ! স্কুটী চলাই ক্লিনিকলৈ গৈ থকা সময়তে দ্ৰুতবেগী ট্ৰাকে মহতিয়াই থৈ গ’ল মহিলা চিকিৎসকক, মৃত্যু

নিউজ ডেস্কঃ স্কুটী চলাই ক্লিনিকলৈ গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই থৈ যায় এগৰাকী মহিলা চিকিৎসক। এই দুৰ্ঘটনাত থিতাতে নিহত হয় চিকিৎসকগৰাকী। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ পিম্পৰিত। মঙলবাৰে দুপৰীয়া মহিলা চিকিৎসগৰাকীয়ে ঘৰত আহাৰ গ্ৰহণ কৰি নিজৰ ক্লিনিকলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। নিহত চিকিৎসকগৰাকীক কেৰালাৰ … Read more