মৃত ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন, দৰাৰ সাজত প্ৰতিবাদত নামিল ১০২ বছৰীয়া বৃদ্ধ…
নিউজ ডেস্কঃ মৃত ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন। বিয়াৰ সাজ পিন্ধি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল শোভাযাত্ৰা বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে এগৰাকী ১০২ বছৰীয়া বৃদ্ধই। এনে এক অদ্ভূত আৰু আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ৰোহতক জিলাত। জানিব পৰা মতে, ৰোহতকৰ নিৱাসী দিলো চান্দ নামৰ এগৰাকী ১০২ বৰ্ষীয় বৃদ্ধক চৰকাৰী নথিত মৃত লিপিবদ্ধ কৰি যোৱা … Read more