ভয়ংকৰ সংঘৰ্ষ! সেনা-আৰক্ষীৰ গুলীত নিহত আলফাৰ দুৰ্ধৰ্ষ কেডাৰ জ্ঞান অসম
নিউজ ডেস্কঃ বিগত কিছুদিন ধৰি নিষিদ্ধ উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বাধীন)লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সদস্যভৰ্তিৰ বাবে বহু সংখ্যক যুৱক-যুৱতীয়ে যাত্ৰা কৰাৰ সময়তে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ কাকোপথাৰত সংঘটিত সেনা আৰু আলফা স্বাধীনৰ মাজৰ সংঘৰ্ষত আলফাৰ এজন দুৰ্ধৰ্ষ কেডাৰ নিহত হােৱাৰ বাতৰি পােৱা গৈছে। জানিব পৰা মতে, কাকোপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দ … Read more