আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গভাইত গাড়ী চােৰ, জব্দ ১৫ খন চুৰি স্কুটী-বাইক…

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰত দিনকদিনে বৃদ্ধি পাইছে গাড়ী চুৰি চক্ৰৰ দৌৰাত্ম্য। গাড়ী চুৰি চক্ৰৰ লক্ষ্য দুচকীয়া বাহন, বিশেষকৈ নামী-দামী ব্ৰেণ্ডৰ স্কুটী। ৫੦ হাজাৰ টকাৰ কৰা ১ লাখ টকা পৰ্যন্ত মূল্যৰ এই স্কুটী চুৰি কৰি এই চক্ৰটােৱে গ্ৰাহকক বিক্ৰী কৰিছে ৫ হাজাৰ পৰা ১৫ হাজাৰ টকা মূল্যত। এই সন্দৰ্ভত ভুক্তভােগীৰ এজাহাৰৰ পিছতে … Read more

..ময়াে যাম! আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী

নিউজ ডেস্ক। সামাজিক মাধ্যমত নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱতী। চৰাইদেউ জিলাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা এই যুৱতীগৰাকীৰ নাম মইনা চুতীয়া বয়স ২৩ বছৰ। উল্লেখ্য যে, ৰাইদঙীয়া চাৰিআলিৰ এইগৰাকী যুৱতীয়ে ফেচবুকত অলপতে ‘আই লাভ আলফা, আলফাৰ লিংক পালে ময়ো যাম’ বুলি এটা … Read more

ভয়ংকৰ ঘটনা! অটােৰিক্সাৰ ওপৰত পৰিল গছ, থিতাতে মৃত্যু চালকৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে জনজীৱন। ঠায়ে-ঠায়ে হােৱা বান, গৰাখহনীয়া আৰু ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাইছে কেবাজনাে লােকে। ইয়াৰ মাজতে কৰিমগঞ্জ চহৰত বুধবাৰে দুপৰীয়া সংঘটিত হ’ল এক শােকাৱহ ঘটনা। এখন চলন্ত অটােৰিক্সাৰ ওপৰত এডাল প্ৰকাণ্ড গছ পৰাৰ ফলতে থিতাতে মৃত্যু হয় অটাে চালকজনৰ। কৰিমগঞ্জ চহৰৰ মাজমজিয়াত থকা অগ্নি নিৰ্বাপক বাহিনীৰ … Read more

নগদ ১੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ কােষাগাৰৰ গাণনিক বিষয়া

নিউজ ডেস্ক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই অব্যাহত ৰাখিছে দুৰ্নীতি বিৰােধী অভিযান। এইবাৰ নগদ ১੦ হাজাৰ টকাৰ উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ হ’ল শিলচৰ কােষাগাৰৰ জ্যেষ্ঠ গাণনিক বিষয়া মােহন সিং। কাছাৰ আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ বিষয়াসকলে। জানিব পৰা মতে, শিলচৰ কোষাগাৰ কাৰ্যালয়ৰ … Read more

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ১৮ দিন অতিবাহিত, স্বদেশলৈ ঘূৰি যােৱাৰ পথত ২ চীনা নাগৰিক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। কােনাে বৈধ অনুমতি অবিহনে যােৱা ২৪ মে’ত নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল দুজন চীনা নাগৰিকে।‌ আনকি বিগত ১৮ দিন ধৰি বিভিন্ন ঠাই ঘূৰি ফুৰিছিল দুয়ো। ১০ জুনলৈকে উত্তৰ প্ৰদেশৰ নয়ডাত বন্ধুৰ ঘৰত থকাৰ পিছত, টেক্সিৰে সীতামাঢ়ী হৈ নেপাললৈ যাওঁতে এছএছবি জােৱানে ইণ্ডো-নেপাল সীমান্তৰ সীতামাঢ়ী জিলাত টহল দিয়াৰ সময়ত শনিবাৰে সন্ধিয়া ৭.৩০ বজাত দুয়োকে … Read more

মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম্য! ডাম্পাৰৰ খুন্দাত বাইক আৰােহী বিজেপি নেতাৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গুৱাহাটী মহানগৰীতাে অব্যাহত আছে শিল, বালি, মাটি কঢ়িওৱা একাংশ ট্ৰাক-ডাম্পাৰ চালকৰ সন্ত্ৰাস। এনে একাংশ উদণ্ড চালকৰ বাবে নিতৌ সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা। এইবাৰ মহানগৰীৰ সাতগাঁও অঞ্চলত এটা তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে বাইক। শনিবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত বিজেপিৰ এগৰাকী দলীয় যুৱনেতাৰ শােকাৱহ মৃত্যু ঘটে। নিহত যুৱ-নেতাগৰাকীৰ নাম ধুনুমণি … Read more

ৰহস্যজনক! এয়াৰ হোষ্টেছ হিচাপে কৰ্মৰত অসমীয়া যুৱতীৰ বহিঃৰাজ্যত মৃত্যু

নিউজ ডেস্ক। কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ পুনৰ ৰহস্যজনকভাৱে মৃত্যু এগৰাকী অসমীয়া যুৱতীৰ। নতুন দিল্লীত এয়াৰ হোষ্টেছ হিচাপে কৰ্মৰত অসমৰ এগৰাকী যুৱতীৰ ৰহস্যজনক ভাবে নিজৰ ভাড়াঘৰত মৃত্যুদেহ উদ্ধাৰ হয়। মৃত যুৱতীগৰাকী গুৱাহাটীৰ পূজা বৰুৱা। দিল্লীৰ মালবিয়া নগৰৰ বেগমপুৰ নামৰ অঞ্চলটোত ভাড়া ঘৰত মৃত অৱস্থাত উদ্বাৰ হয় পূজাৰ মৃতদেহ ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱতী গৰাকী কোঠাৰ ভিতৰত … Read more

উত্তৰ গুৱাহাটীত পাহাৰ খননৰ সময়তে ওলাল বৃহৎ আকৃতিৰ শিৱলিংগ

পংকজ নাথ। উত্তৰ গুৱাহাটী ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ৰ সমীপত চলি থকা পাহাৰ খননৰ সময়তে ওলাল বৃহৎ আকৃতিৰ শিৱলিংগ। জানিব পৰা মতে, এক্সাভেটৰেৰে এফালৰ পৰা খহাই পেলোৱা হৈছিল এই পাহাৰখন। তেনে সময়তে যেন মানৱৰূপী দানৱক বাধা দিবলৈ আবিৰ্ভাব হ’ল মহাদেৱৰ। হঠাৎ মাটিৰ লগত পাহাৰৰ ওপৰৰ পৰা তললৈ সৰি পৰে এটি সুন্দৰ শিৱ লিংগ। এক্সাভেটৰৰ হেঁচাত শিৱ লিংগটোৰ … Read more

যেন চিনেমাৰ কাহিনী! জন্মৰ ৩ বছৰ পিছত নিজৰ সন্তানক ওভতাই পালে এহাল দম্পতীয়ে

নিউজ ডেস্ক। হাস্পতালত দুগৰাকী প্ৰসূতিৰ একে নামৰ বাবে সৃষ্টি হোৱা বিসংগতি আৰু হাস্পতাল কৰ্তৃপক্ষৰ ভুলৰ বাবেই তিনি বছৰে নিজৰ সন্তানৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল এহাল পিতৃ-মাতৃ। কিন্তু অৱশেষত আদালতে এই ঘটনাৰ ৰায় প্ৰদান কৰি তিনি বছৰ পিছত পিতৃ-মাতৃৰ হাতত তুলি দিলে তেওঁলোকৰ প্ৰকৃত সন্তানক। চিনেমাৰ কাহিনীৰ দৰে লগে এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাত। বৰপেটা … Read more

নাই দৰা, নাই পুৰোহিত! অৱশেষত সম্পন্ন হ’ল ক্ষমা বিন্দুৰ বহু চৰ্চিত বিবাহখন

নিউজ ডেস্ক। অৱশেষত সম্পন্ন হ’ল নিজৰ বিয়াক লৈ চৰ্চাত থকা ক্ষমা বিন্দুৰ বহু চৰ্চিত বিবাহখন। ক্ষমা বিন্দুৱে অহা ১১ জুনত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল যদিও পৰিয়ালৰ বিবাদ জনিত কাৰণত তাৰ পূৰ্বেই বিবাহখন সম্পন্ন কৰে। উল্লেখ্য যে, ক্ষমা বিন্দুৰ বিবাহখন বিবাহখন ব্যতিক্ৰম এইকাৰণেই যে, তেওঁৰ বিয়াত নাছিল কোনো দৰা। নাছিল কোনো পুৰোহিত। চাউণ্ড চিষ্টেমত … Read more