চাৰ্জিঙৰ সময়ত ইলেক্ট্ৰিক স্কুটাৰত বিস্ফােৰণ! পিতৃ-কন্যাৰ মৃত্যু

নিউজ ডেস্ক। কিমান সুৰক্ষিত ইলেক্ট্ৰিক চাৰ্জিং বাইক? শেহতীয়াকৈ দেশত সংঘটিত দুটাকৈ দুৰ্ঘটনাই গ্ৰাহকৰ মনত সৃষ্টি কৰিছে এই প্ৰশ্নৰ। দুটা পৃথক ঘটনাত ইলেক্ট্ৰিক বাইকত সংঘটিত অগ্নিকাণ্ডৰ ফলত মৃত্যু ঘটে পিতৃ-কন্যাৰ। যোৱা ২৫ আৰু ২৬ মাৰ্চত তামিলনাডু আৰু পুনেত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ পুনেৰ লোহেগাঁৱত ২৬ মাৰ্চ, শনিবাৰে অগ্নিকাণ্ড সংঘটিত হয় এখন ৰখাই … Read more

নৰ্দমা শোধন প্ৰকল্পৰ টেংক পৰিস্কাৰ কৰিবলৈ গৈ বিষাক্ত গেছৰ ফলত মৃত্যু ২ ভাতৃৰ

নিউজ ডেস্ক। নৰ্দমা শোধন প্ৰকল্পৰ টেংক পৰিষ্কাৰৰ সময়ত বিষাক্ত গেছৰ ফলত উশাহ বন্ধ হৈ মৃত্যুক সাৱটি ল’লে দুই ভাতৃয়ে। ইফালে এই ঘটনাৰ পিছতে প্ৰকল্পটোৰ যুটীয়া অভিযন্তাৰ বিৰুদ্ধে অপৰাধমূলক হত্যাৰ বাবে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় হাৰিয়ানাৰ নুহ জিলাত। জিলাখনৰ এটা নৰ্দমা শোধন প্ৰকল্পত পাম্প অপাৰেটৰ আৰু মালী হিচাপে কৰ্মৰত আছিল … Read more

বিয়াৰ বাবে বিবাহ বাহৰ ঠিক কৰি ওভতাৰ পথতেই ঘটিল ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ! প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই

নিউজ ডেস্ক। কন্যাৰ বিবাহ অনুষ্ঠানৰ বাবে বিবাহথলী বুক কৰি অহাৰ সময়তে সংঘটিত এক শোকাবহ ঘটনাৰ প্ৰাণ গ’ল পিতৃ-কন্যাৰ! বাংগালুৰুৰ উল্লাল অঞ্চলত বুধবাৰে সংঘটিত এক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত অকাল মৃত্যুক সাৱটি লয় সেই সময়ত বাইকেৰে আহি থকা ৫৫ বছৰীয়া শিৱৰাজ আৰু ১৯ বছৰীয়া চৈতন্যাৰ। জানিব পৰা মতে বুধবাৰে পিতৃ-কন্যাই চৈতন্যাৰ বিয়াৰ বাবে বিবাহ বাহৰ বুক কৰি বাইকেৰে … Read more

মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যু ‘গলি বয়’ৰ ৰেপাৰ এমচি তোড়ফোড়ৰ

নিউজ ডেস্ক। মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যু ‘গলি বয়’ খ্যাত ৰেপাৰ এমচি তোড়ফোড়ৰ। মুম্বাইৰ হিপহপ গ্ৰুপ স্বদেশীৰ সদস্য এম চি তোড়ফোড়ৰ প্ৰকৃত নাম আছিল ধৰ্মেশ পৰমৰ। ৰেপাৰ জনৰ মৃত্যু কিদৰে হ’ল, সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যে, ২০১৩ চনত গঠন কৰা হৈছিল স্বদেশী নামৰ ৰেপ আৰু হিপ-হপ চঙৰ গ্ৰুপটো। এই গ্ৰুপটোৰে সদস্য … Read more

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰনাতিৰ বিবাহত এগৰাকী মহিলা হ’ল কাজী

নিউজ ডেস্ক। হিন্দুৱেই হওক বা মুছলমান, সকলো ধৰ্মীয় কাৰ্যসূচী সম্পন্ন কৰাৰ দায়িত্ব লয় কেৱল পুৰুষে। বিশেষকৈ বিবাহৰ দৰে অনুষ্ঠানত কাজী অথবা ব্ৰাহ্মন বুলিলে আমাৰ সকলোৰে চকুৰ সন্মুখত ভাঁহি উঠে এখন পুৰুষ মুখ। এয়া পৰম্পৰা। বছৰ বছৰ ধৰি এই পৰম্পৰা অব্যাহত আছে আমাৰ সমাজত। সময় সলনি হৈছে, প্ৰয়োজনীয়তা সলনি হৈছে, কিন্তু সলনি হোৱা নাই মাথো পৰম্পৰা। … Read more

পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। জৰুৰীকালীন অৱস্থাত আৰক্ষীৰ যিকোনো সহায়ৰ বাবে ডায়েল কৰা হয় ১০০। কিন্তু পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ দাখিল কৰা আপুনি কেতিয়াবা শুনিছেনে? হয়, এনে উদ্ভট ঘটনাই সংঘটিক হৈছে তেলেংগানাত। হোলীৰ উৎসৱৰ সময়ত ঘৰত পত্নীয়ে মটন কাৰী ৰান্ধি নিদিয়াৰ বাবেই এবাৰ দুবাৰ নহয়, ৬ বাৰকৈ ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ … Read more

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

সাপ্তাহিক ৰাশিফলঃ ২১-২৭ মাৰ্চ, ২০২২ মেষ ৰাশি- মাতৃৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। বাৰ্তালাপত ধৈৰ্য্য ধৰক। কথা কোৱাত কঠোৰতাৰ প্ৰভাৱ থাকিব। এই সপ্তাহত আপোনাৰ জমা হোৱা সম্পদ হ্ৰাস হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰ আদিত সন্তোষজনক ফলাফল লাভ কৰিব। ঘৰ-পৰিয়ালত ধৰ্মীয় সংগীতৰ অনুষ্ঠান থাকিব। এই সপ্তাহত যদি বাহন ক্ৰয়ৰ পৰিকল্পনা কৰি আছে, তেন্তে সেয়া সফল … Read more

বহুচৰ্চিত ‘কাঁচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰক ব্যতিক্ৰমী কৃতজ্ঞতা এগৰাকী মৃৎ শিল্পীৰ…

নিউজ ডেস্ক। ‘কাঁচা বাদাম’ ভাইৰেল গীতেৰে সমগ্ৰ ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয় হৈ পৰা কলকতাৰ ভুৱন বাদ্যকাৰৰ নিৰ্মাণ হ’ল প্ৰতিমূৰ্তি। গাঁৱে গাঁৱে গৈ কেচা বাদাম বিক্ৰী কৰাৰ সময়ত গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এটা গীত নিজেই ৰচনা কৰিছিল ভুৱন বাদ্যকাৰে। সেই গীতটোৰ জৰিয়তেই এনিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা ভুৱন বাদ্যকাৰৰ এজন অনুৰাগীয়ে এতিয়া নিৰ্মাণ কৰি উলিয়াইছে তেওঁৰ এটি … Read more

‘পুষ্পা’ৰ গীতৰ তালে তালে আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত ব্লকবাষ্টাৰ ছবি ‘পুস্পা’ৰ প্ৰতিটো গীতেই লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা। সামাজিক মাধ্যমৰ ৰীল ভিডিঅ’ৰ পৰা বলীউডৰ চুপাৰষ্টাৰ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ সকলোৱে এই ছবিৰ গীত গাইছে, অভিনয় কৰিছে। কিন্তু এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এটা ভিডিঅ’। য’ত মুম্বাই আৰক্ষী বেণ্ডে সংগীতৰ লহৰ তুলিছে ‘পুস্পা’ৰ গীতত। যোৱা ১৩ মাৰ্চত মুম্বাই … Read more

এম্বুলেন্সৰ খুন্দাত অকালতে প্ৰাণ গ’ল সদ্য বিবাহিত যুৱকৰ…

নিউজ ডেস্ক। বিয়াৰ এবছৰ সম্পূৰ্ণ পাৰ নৌহওতেই অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বঙাইগাঁও জিলাৰ কায়েথপাৰা গাঁৱৰ ২৭ বৰ্ষীয় মণি সূত্ৰধৰ নামৰ যুৱকজনে! বুধবাৰে নিশা জিলাখনৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটী আৰু এম্বুলেন্সৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় মণি সূত্ৰধৰে। জানিব পৰা মতে, মণি সূত্ৰধৰে নিশা আন দুজন বন্ধুৰ সৈতে এএছ ১৯কিউ ১৪৬৪ নম্বৰৰ … Read more