প্ৰচণ্ড তুষাৰপাতৰ মাজতে কান্ধত তুলি চিকিৎসালয়লৈ নি প্ৰসূতি-নৱজাতকৰ প্ৰাণৰক্ষা ভাৰতীয় সেনা জােৱানৰ
কেৱল দেশৰ সীমান্তৰ ৰক্ষাই নহয়, দেশবাসীৰ দুখ-দুৰ্যােগৰ সময়তাে সহায়ত হাত আগবঢ়ায় ভাৰতীয় সেনাই। পুনৰবাৰ তেনে কাৰ্য কৰি সকলােৰে প্ৰশংসাৰ পাত্ৰ হৈছে ভাৰতীয় সেনা। শেহতীয়াকৈ দেশৰ বিভিন্ন অঞ্চলত তুষাৰপাতৰ মাজতে আবদ্ধ হৈ পৰে শ শ পৰ্যটক, জনসাধাৰণ তথা ৰােগীলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় সেনাই। তেনে কাৰ্যৰ বহু ফটাে, ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমতাে। প্ৰচণ্ড … Read more