চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

সাপ্তাহিক ৰাশিফলঃ ২১-২৭ মাৰ্চ, ২০২২ মেষ ৰাশি- মাতৃৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। বাৰ্তালাপত ধৈৰ্য্য ধৰক। কথা কোৱাত কঠোৰতাৰ প্ৰভাৱ থাকিব। এই সপ্তাহত আপোনাৰ জমা হোৱা সম্পদ হ্ৰাস হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰ আদিত সন্তোষজনক ফলাফল লাভ কৰিব। ঘৰ-পৰিয়ালত ধৰ্মীয় সংগীতৰ অনুষ্ঠান থাকিব। এই সপ্তাহত যদি বাহন ক্ৰয়ৰ পৰিকল্পনা কৰি আছে, তেন্তে সেয়া সফল … Read more

বহুচৰ্চিত ‘কাঁচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰক ব্যতিক্ৰমী কৃতজ্ঞতা এগৰাকী মৃৎ শিল্পীৰ…

নিউজ ডেস্ক। ‘কাঁচা বাদাম’ ভাইৰেল গীতেৰে সমগ্ৰ ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয় হৈ পৰা কলকতাৰ ভুৱন বাদ্যকাৰৰ নিৰ্মাণ হ’ল প্ৰতিমূৰ্তি। গাঁৱে গাঁৱে গৈ কেচা বাদাম বিক্ৰী কৰাৰ সময়ত গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এটা গীত নিজেই ৰচনা কৰিছিল ভুৱন বাদ্যকাৰে। সেই গীতটোৰ জৰিয়তেই এনিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা ভুৱন বাদ্যকাৰৰ এজন অনুৰাগীয়ে এতিয়া নিৰ্মাণ কৰি উলিয়াইছে তেওঁৰ এটি … Read more

‘পুষ্পা’ৰ গীতৰ তালে তালে আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত ব্লকবাষ্টাৰ ছবি ‘পুস্পা’ৰ প্ৰতিটো গীতেই লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা। সামাজিক মাধ্যমৰ ৰীল ভিডিঅ’ৰ পৰা বলীউডৰ চুপাৰষ্টাৰ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ সকলোৱে এই ছবিৰ গীত গাইছে, অভিনয় কৰিছে। কিন্তু এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এটা ভিডিঅ’। য’ত মুম্বাই আৰক্ষী বেণ্ডে সংগীতৰ লহৰ তুলিছে ‘পুস্পা’ৰ গীতত। যোৱা ১৩ মাৰ্চত মুম্বাই … Read more

এম্বুলেন্সৰ খুন্দাত অকালতে প্ৰাণ গ’ল সদ্য বিবাহিত যুৱকৰ…

নিউজ ডেস্ক। বিয়াৰ এবছৰ সম্পূৰ্ণ পাৰ নৌহওতেই অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বঙাইগাঁও জিলাৰ কায়েথপাৰা গাঁৱৰ ২৭ বৰ্ষীয় মণি সূত্ৰধৰ নামৰ যুৱকজনে! বুধবাৰে নিশা জিলাখনৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটী আৰু এম্বুলেন্সৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় মণি সূত্ৰধৰে। জানিব পৰা মতে, মণি সূত্ৰধৰে নিশা আন দুজন বন্ধুৰ সৈতে এএছ ১৯কিউ ১৪৬৪ নম্বৰৰ … Read more

প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰে আম আদমী পাৰ্টীয়ে, চলিছে চৰ্চা

নিউজ ডেস্ক। পঞ্জাৱত অভিলেখ বিজয় সাব্যস্ত কৰাৰ পিছতে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টী। প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ যো-জা চলাইছে পঞ্জাৱৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ভগৱত মানে। খবৰ অনুসৰি, ইতিমধ্যে হৰভজন সিঙক প্ৰদান কৰা হৈছে প্ৰস্তাৱ। অৱশ্যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব নে নাই, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব … Read more

ঠিক হৈছিল বিয়াৰ দিন! কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল ঝুমা-দিলীপৰ প্ৰাণ

নিউজ ডেস্ক। বিয়াৰ দিন ঠিক হৈছিল। অতি শীঘ্ৰে সামাজিকভাৱে এক হোৱাৰ কথা আছিল দুয়োৰে। কিন্তু এটা ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে মষিমূৰ কৰি পেলালে তেওঁলোকৰ যুগ্ম জীৱনৰ সপোন। মৃত্যুৰ শীতল কোলাত ঢলি পৰিল বিহালীৰ গাংমৌথানৰ শান্তিপুৰৰ নিৱাসী ঝুমা দৰ্জী (৩৭) আৰু ধেমাজি থানাৰ অন্তৰ্গত ২নং বৰালী চুকৰ দিলীপ দৰ্জী (৪২)ৰ। এই দুৰ্ঘটনা মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত … Read more

নিজ গাঁৱখনৰ প্ৰথমজন ছাত্ৰ হিচাপে অধ্যয়নৰ বাবে বিদেশলৈ গ’ল পৱন, দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ…

নিউজ ডেস্ক। সুদূৰ কানাডাত শিক্ষা গ্ৰহণ কৰিবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতৰ ৫ গৰাকীকৈ ছাত্ৰই। দক্ষিণ অণ্টাৰিঅ’ৰ কুইণ্টেষ্ট চহৰৰ ৪০১নং ঘাইপথত শনিবাৰে এখন যাত্ৰীবাহী ভান আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মাজৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱায় ছাত্ৰবন্ধু কেইজনে। হাৰিয়ানাৰ এখন সৰু গাঁও লীলাছৰ পৰা উচ্চ শিক্ষাৰ বাবে কানাডালৈ যোৱা ২৩ বৰ্ষীয় পৱন কুমাৰৰো প্ৰাণ কাঢ়ি নিলে … Read more

৩ বছৰীয়া প্ৰেম, ৪ বছৰীয়া বৈবাহিক জীৱনৰ কৰুণ পৰিসমাপ্তি! আৰক্ষী স্বামীৰ বন্দুকৰ গুলীত মৃত্যু গৰ্ভৱতী পত্নীৰ

নিউজ ডেস্ক। তিনি বছৰীয়া প্ৰেম, তাৰ পিছত বিবাহ! আৰু অৱশেষত স্বামীৰ চাৰ্ভিছ পিষ্টলৰ গুলীয়ে থকা সৰকা কৰিলে শৰীৰ! পেটত চাৰিমহীয়া সন্তানটোৰ বাবে দেখা অলেখ সপোন থানবান হৈ পৰিল মাত্ৰ এটা মুহূৰ্তৰ ভিতৰত। পাৰিবাৰিক সংঘাতৰ পৰিণতিত মৃত্যুক সাৱটি ল’বলগীয়া হ’ল জয়শ্ৰী চেতিয়াই। দেওবাৰে নিশা প্ৰায় ১ বজাত নিচাগ্ৰস্ত স্বামীৰ হাতৰ চাৰ্ভিছ কাৰ্বাইন পিষ্টলৰ দুটা গুলীয়ে বুকু … Read more

চাঞ্চল্যকৰ ঘটনা! গৰ্ভৱতী পত্নীক চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা আৰক্ষী স্বামীৰ…

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। ডিব্ৰুগড় সদৰ আৰক্ষী থানা চৌহদত সংঘটিত হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম আৰক্ষীৰ এজন কনিষ্টবলে গুলীয়াই হত্যা কৰিছে নিজৰ অন্তঃসত্বা পত্নীক। অৱশ্যে হত্যাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, ২০১৮ চনৰ ১২ আগষ্টত বিবাহ পাশত … Read more

বস্ত্ৰনগৰী শুৱালকুছিত পাট-মুগাৰ কাপোৰ দেখি অভিভূত ইউছুফ পাঠান

নিউজ ডেস্ক। বস্ত্ৰনগৰী শুৱালকুছিত শনিবাৰে উপস্থিত হয় ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ ইউছুফ পাঠান। অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত ক্ৰিকেট একাডেমী উদ্বােধন কৰিবলৈ অহা পথত ক্রিকেটাৰজন হঠাৎ ইয়াত উপস্থিত হৈ শুৱালকুছিত। শুৱালকুছিত উপস্থিত হয় ইয়াত উৎপাদিত মুগা-পাট বস্ত্ৰশিল্পৰ বুজ লোৱাৰ লগতে শিল্পটোৰ লগত জড়িত শিপিনীসকলৰ লগত মত বিনিময় কৰে। পাট-মুগাৰ বিভিন্ন কাপোৰ প্ৰত্যক্ষ কৰাৰ … Read more