দুৰ্ঘটনাত আহত হৈ AMCH ত চিকিৎসাধীন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু

নিউজ ডেস্ক। অৱশেষত মৃত্যুৰে সৈতে যুঁজ দি হাৰ মানিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ তথা ডিব্ৰুগড় জিলাৰ মৰাণ-খােৱাঙৰ বাসিন্দা চাবিনা মিঞ্জে। উল্লেখ্য যে কিছুদিন পূৰ্বে এক ভয়ংকৰ পথ দুর্ঘটনাত আহত হৈ ডিব্ৰুগড় AMCH ত চিকিৎসাধীন হৈ আছিল চাবিনা। কিন্তু শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে। জানিব পৰা মতে, খোৱাঙৰ শালমাৰি চাহ বাগিছাৰ বাসিন্দা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা … Read more

পুনৰ ছেলফি কাণ্ড! পাহাৰৰ পৰা পিচলি পৰি মৃত্যু নৱ বিবাহিতাৰ…

নিউজ ডেস্ক। গাৰ পৰা মাহ হালধিৰ গোন্ধ মাৰ নাযাওঁতেই মৃত্যুক সাৱটি ল’লে এগৰাকী ন-কইনাই। মধুচন্দ্ৰিকা যাপনৰ সময়তে ছেলফি ল’বলৈ ধৰোতেই পাহাৰৰ দ খাৱৈত পৰি যায় মৃত্যু ঘটে ন-কইনাগৰাকীৰ। এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ কিন্নােৰ জিলাত। জানিব পৰা মতে, পশ্চিমবঙ্গৰ দমদম পাইকপাৰা অঞ্চলৰ ৰাহুল পোদ্দাৰে ২০ ফেব্ৰুৱাৰীত আগৰপাৰা নৰ্থ ষ্টেচন ৰোড অঞ্চলৰ জয়ীতা দাসৰ সৈতে … Read more

প্ৰশিক্ষণৰ সময়তে প্ৰাণ ত্যাগ আৰক্ষী পিতৃৰ একমাত্ৰ সন্তান মনেশ্বৰৰ…

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে- দাতাই দিলেও বিধাতাই নিদিয়ে। এই কথাই যেন বাস্তৱায়িত হ’ল অসম আৰক্ষীৰ এগৰাকী নৱ-নিযুক্ত উপ-পৰিদৰ্শকৰ ক্ষেত্ৰত। সৰুৰে পৰা আৰক্ষী পিতৃৰ দৰেই নিজে এগৰাকী আৰক্ষী বিষয়া হােৱাৰ সপােন দেখা কােকৰাঝাৰৰ মনেশ্বৰ পণ্ডিৰ এই সপােন পূৰ্ণ হ’ল যদিও প্ৰশিক্ষণৰ সময়তে নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি নিলে তেওঁৰ প্ৰাণ। মনেশ্বৰ পণ্ডিত উল্লেখ্য যে শ্বিলঙৰ … Read more

৪০ শতাংশ পাঠ কৰ্তনেৰে অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষাঃ শিক্ষাৰ্থীক আশ্বস্ত কৰি শিক্ষামন্ত্ৰীয়ে ক’লে এই কথা..

নিউজ ডেস্ক। ৪০ শতাংশ পাঠ কৰ্তনেৰে অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা। সংবাদ মাধ্যমৰ সন্মুখত এই কথা স্পষ্ট কৰি দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকতত লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ২০২১ চনত যি প্ৰশ্নকাকত ৪০ শতাংশ পাঠ্যক্ৰম কৰ্তনেৰে প্ৰস্তুত কৰা হৈছিল, সেই প্ৰশ্নকাকতেৰেই এইবাৰ পৰীক্ষা অনুষ্ঠিত হব। শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘২০২১ বৰ্ষত কোভিড পৰিস্থিতিৰ … Read more

নেতা হ’লগৈ চোৰ, বিধায়ক গুচি হ’লগৈ ডকাইত! ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰীৰ কবিতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক। নিজস্ব কন্ঠশৈলী আৰু স্পষ্টবাদিতাৰ বাবে সততে চৰ্চাত থকা ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী বান্না গুপ্তাই আকৌ এবাৰ দখল কৰিছে বাতৰিৰ শিৰোনামা । হোলী প্ৰীতিৰ এক অনুষ্ঠানত তেওঁ কবিতা পাঠ কৰি কয় যে বৰ্তমান সময়ত চোৰ সকলো হৈ পৰিছে নেতা আৰু ডকাইতসকল হৈ পৰিছে বিধায়ক। বান্না গুপ্তা ফেনচ ক্লাবে আয়োজন কৰা কবি সন্মিলন তথা হোলী প্ৰীতি … Read more

এতিয়াৰে পৰা ৰাজ্যত নাথাকিব ৰেভিনিউ টাউন, জানক কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে

নিউজ ডেস্ক। সোমবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মেলযোগে জানিবলৈ দিয়ে এই সিদ্ধান্ত সমূহৰ বিষয়ে। সোমবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা অসমত নাথাকিব কোনো ৰেভিনিউ টাউন। পূৰ্বে মিউনিচিপাল বোৰ্ড … Read more

তীব্ৰবেগী ডাম্পাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু দুই যুৱকৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু বাইক আৰােহী দুই যুৱকৰ। সংঘৰ্ষৰ পিছতে জ্বলি উঠিল দুয়ােখন বাহন। এই শােকাৱহ পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্রায় ৫.১৫ বজাত সংঘটিত দুৰ্ঘটনাৰ পাচতে দুয়োখন বাহন ৰাজপথতে দাওদাওকৈ … Read more

মোক ঢুকি পাবলৈ ৭টা জনম লাগিব সীমান্ত শেখৰকঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। এফালে শিল্পী, সাহিত্যক, বুদ্ধিজীৱী। আনফালে নেতা, পালিনেতা, মন্ত্ৰী, মুখ্যমন্ত্ৰী। অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুটি কিমান দিন পাতিব লাগে, তাক লৈ ৰাজ্যত আৰম্ভ হৈছে চৰ্চা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব’হাগ বিহু সাত দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ জনোৱা আহ্বানৰ বিৰোধিতা কৰি বাৰপুজিয়াৰ সাংস্কৃতিক মঞ্চৰ পৰা মুখ্যমন্ত্ৰীক “হু দ্য হেল ইউ আৰ” বুলি প্ৰশ্ন কৰিছিল শিল্পী জুবিন … Read more

মাজুলীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে হেৰাল মুখ্যমন্ত্ৰীৰ ফোন!

নিউজ ডেস্ক। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে হেৰাল মুখ্যমন্ত্ৰীৰ মোবাইল ফোন। কিছু সময়ৰ বাবে প্ৰচাৰ মঞ্চত সৃষ্টি হল হাহাকাৰ পৰিস্থিতিৰ। সকলোৱে বিচাৰিলে। মঞ্চৰ প্ৰতিটো চুক-কোণত মুখ্যমন্ত্ৰীৰ মোবাইল বিচাৰি চলাথ কৰিলে নেতা-কৰ্মী আৰু নিৰাপত্তাৰক্ষীয়ে। অৱশ্যে পিছত নিৰপত্তাৰক্ষীৰ বাহনতে উদ্ধাৰ হল মোবাইল ফোনটো। দৰাচলতে মাজুলীৰ উপ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাজুলীত বাহৰ পাতি তেওঁ … Read more

কিংবদন্তি অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু

কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ ৫২ বছৰ বয়সত মৃত্যু। বাতৰি অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ক্ৰিকেটাৰ গৰাকীৰ। জানিব পৰা মতে, শ্বেন ৱাৰ্ণক তেওঁৰ মেনেজমেণ্টৰ লোকে নিজ ভিলাত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকে অলেখ প্ৰচেষ্টা চলাইও ক্ৰিকেটাৰ গৰাকীক বচাব নোৱাৰিলে। আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক উইকেত দখলৰ অভিলেখেৰে ক্ৰিকেটৰ … Read more