সদ্যজাত কন্যা সন্তানৰ মুখ এবাৰাে দেখা নাপালে দেৱীলালে! ঘৰলৈ ওভতাৰ পথত বৃদ্ধ পিতৃ-মাতৃৰ সৈতে হেৰুৱালে প্ৰাণ
ঘৰত লখিমীয়ে জন্মলাভ কৰিছিল। উখল মাখল হৈ পৰিছিল পৰিয়ালৰ প্ৰতিজন সদস্যৰে মনত। ঘৰৰ বাহিৰত থকা পিতৃৰ মন উদগ্ৰীৱ হৈ পৰিছিল নিজৰ সন্তানটিৰ মুখখন এবাৰ চাবলৈ। কিন্তু নিয়তিয়ে ভাগি চুৰমাৰ কৰি পেলালে সকলো সপোন। কন্যা সন্তানৰ মুখখন চোৱাৰ পূৰ্বেই পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পিতৃয়ে। উল্লেখ্য যে, যোৱা মঙ্গলবাৰে ৰাজস্থানৰ ভিলৱাৰা জিলাৰ থানা ৰাইলা … Read more