হৃদয় বিদাৰক! কাবুল বিমানবন্দৰত পৰিত্যক্ত অৱস্থাত ৭ মহীয়া কেঁচুৱাৰ কান্দোন

নিউজ ডেস্ক। সামাজিক মাধ্যমত তালিবানে নিয়ন্ত্ৰণ কৰিবলৈ লোৱাৰ পিছৰে পৰা আফগানিস্তানৰ ৰাজধানীত কেইবাটাও ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ লোকে আহি থকা তালিবানৰ শাসনৰ পৰা মুক্ত হবলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছে। কাবুল বিমানবন্দৰত এখন টেক্সিং বিমানৰ চাৰিওফালে শ শ লোকক পলায়ন কৰিবলৈ চেষ্টা কৰা এটা ভাইৰেল ভিডিঅ’ দেখা পোৱা গৈছিল। আন এটা ভিডিঅ’ত কাবুল … Read more

মিজোৰামৰ যুৱ বিধায়ক এণ্ড্ৰিউ এইচ থাংলিয়ানাৰ মৃত্যু

নিউজ ডেস্ক। মিজোৰামৰ বিধায়ক এণ্ড্ৰিউ এইচ থাংলিয়ানাৰ মৃত্যু। মঙলবাৰে আইজলৰ এখন চিকিৎসালয়ত মৃত্যু হয় জোৰাম নেচনেলিষ্ট মভমেণ্ট দলৰ বিধায়ক গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৩ বছৰ। এবেনেজাৰ চিকিৎসা কেন্দ্ৰৰ পৰিচালনা সঞ্চালক ডাঃ ভানলালচিয়ামাই জনোৱা অনুসৰি টুইৰিয়াল সমষ্টিৰ বিধায়কজনৰ যকৃত বিকল হোৱা আৰু হৃদ ৰোগত আক্ৰান্ত হোৱাকে ধৰি কেইবাটাও জটিলতাৰ ফলত মৃত্যু হয়। বিধায়কজনক ৫ … Read more

এখন বাইকত ৭ জনৰ যাত্ৰা! চালান কটাৰ আগতে আৰক্ষীয়ে হাত যোৰ কৰি ক’লে এই কথা…

নিউজ ডেস্ক। যান-বাহনৰ নিয়ম সন্দৰ্ভত আৰক্ষীয়ে সদায় জনতাক নিৰন্তৰ সজাগ কৰি আহিছে। যদি কোনোৱে আইন ভংগ কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰে আৰক্ষীয়ে। তথাপিও কিছুমান লোকে যান-বাহনৰ নিয়ম উপেক্ষা কৰে। কিন্তু এইবাৰ এনে এক দৃশ্য দেখা পোৱা গৈছে, য’ত নিয়ম ভংগ কৰা আৰোহীক জৰিমনা বিহাৰ পৰিৱৰ্তে হাত যোৰ কৰিছে আৰক্ষীয়ে। সেই দৃশ্য উত্তৰ প্ৰদেশৰ … Read more

সমনীয়াক নতুন চাইকেল দেখুৱাবলৈ গৈছিল, আদবাটতে সংঘটিত হ’ল কৰুণ ঘটনা

নিউজ ডেস্ক। এগৰাকী ছাত্ৰীক নতুনকৈ পিতৃয়ে ক্ৰয় কৰি দিছিল এখন চাইকেল। পিছদিনা পুৱাই বান্ধৱীক তেওঁ দেখুৱাবলৈ গৈছিল নতুন চাইকেল। কিন্তু চলাই যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই হঠাতে পৰিলে তেওঁ। ইয়াৰ ফলত নতুন চাইকেলৰ প্ৰথম ভ্ৰমনতে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হ’ল ছাত্ৰীগৰাকীৰ। এই ঘটনা সংঘটিত হৈছে কেৰেলাৰ কঝিকডেত। মৃত্যু হোৱা ছাত্ৰী গৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী বৃন্দা বিনোদ। খবৰ অনুসৰি, … Read more

কাবুল বিমানবন্দৰত অঘটন, উৰন্ত বিমানৰ পৰা পৰি নিহত দুজন

নিউজ ডেস্ক। সমগ্ৰ আফগানিস্তান বৰ্তমান তালিবানৰ কব্জাত। ৰাষ্ট্ৰপতি আশ্ৰাফ গণি বৰ্তমান সন্ধানহীন। ঠিক দুই দশক পূৰ্বৰ অনুৰূপ পৰিৱেশ ঘূৰি আহিছে আফগানিস্তানলৈ। দেশ এৰি আন নিৰাপদ ঠাইলৈ যাবলৈ দেওবাৰে বিয়লি হাজাৰ হাজাৰ আফগান বাসিন্দাই ভিৰ কৰিছেহি কাবুল বিমানবন্দৰত। কলৈ যাব, কেনেকৈ যাব একোৱেই নাজানে তেওঁলোকে। কিন্তু তেওঁলোকৰ উদ্দেশ্য মাত্ৰ নিৰাপদ ঠাইলৈ যোৱা। সোমবাৰে কাবুল বিমানবন্দৰত মাৰ্কিন … Read more

ভাৰতীয় জাতীয় মহিলা ফুটবল দলৰ বাবে মণিপুৰৰ ১০ গৰাকী মহিলা খেলুৱৈ নিৰ্বাচিত

নিউজ ডেস্ক: উত্তৰ পূৱবাসীৰ বাবে এক ভাল খবৰ। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে ভাৰতীয় জাতীয় ফুটবল দলৰ বাবে মণিপুৰৰ পৰা মুঠ ১০ গৰাকী মহিলা ফুটবলাৰ বাছনি কৰে। ক্ৰীড়া ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ অৱদান হিচাপে বিবেচিত এই খেলুৱৈ কেইগৰাকীক ১৬ আগষ্টৰ পৰা জামছেদপুৰত অনুষ্ঠিত হ’বলগীয়া জ্যেষ্ঠ মহিলা ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে, পৰৱৰ্তী … Read more

মৰ্মান্তিক! বিবাহৰ এমাহ পূৰ্বে পথ দুৰ্ঘটনাত প্ৰেমিক যুগলৰ মৃত্যু

নিউজ ডেস্ক। এক কৰুণ ঘটনা। এক প্ৰেম কাহিনীৰ শােকাৱহ পৰিসমাপ্তি। অহা মাহত বিবাহপাশত আবদ্ধ হ’বলগীয়া প্ৰেমিক যুগলৰ শৰাইঘাট দলঙত পথ দুৰ্ঘটনাত প্ৰাণহানি। নিহত প্ৰেমিক যুগলদ্বয় হৈছে দৰং জিলাৰ ছিপাঝাৰৰ মৰােৱাচুকীৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে স্বাধীনতা দিৱসৰ নিশা ঘৰৰ পৰা এএছ ০১ বি এফ ০৩৮০ নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহনেৰে গুৱাহাটী অভিমুখে ফুৰিবলৈ … Read more

এইবাৰ কংগ্ৰেছৰ সংগ এৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেবে

নিউজ ডেস্ক। অসমত পুনৰ এক মােক্ষম আঘাতৰ সন্মুখীন হ’ল কংগ্ৰেছ দল। একাধিক নিৰ্বাচিত দলীয় বিধায়কৰ দলত্যাগৰ পাছতে এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিলে বৰাকৰ শক্তিশালী কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেবে। ১৫ আগষ্টৰ দিনাই দলৰ হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ। Former Congress MP Sushmita Dev resigns from the party (file photo) pic.twitter.com/tlEyG5aKxX … Read more

শিক্ষয়িত্ৰী-গল্পকাৰ কৰিশ্মা শইকায়ীৰ ক’ভিড-১৯ত অকাল মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও অব্যাহত আছে ক’ভিড-১৯ ভাইৰাছৰ বিভীষিকা। ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা অকালতে হেৰাই গৈছে বহু লােক। অকালতে হেৰাই গৈছে বহু প্ৰতিভাসম্পন্ন ব্যক্তিত্ব। ইয়াৰ মাজতে গোলাঘাটত এগৰাকী জনপ্ৰিয় শিক্ষয়িত্ৰী তথা গল্পকাৰ, কৰিশ্মা শইকীয়াৰ মৃত্যুৰ ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন … Read more

ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ গ’ল এগৰাকী তবলা বাদকৰ

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে ক’ভিড-১৯ৰ সংহাৰ। সৰ্থেবাৰীত ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ গ’ল এগৰাকী তবলা বাদকৰ। সৰ্থেবাৰী বাপুজী নগৰ নিবাসী জনপ্ৰিয় তবলা বাদক হীৰেণ চৌধুৰী ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটে। সমগ্ৰ সৰ্থেবাৰী বাসীৰ বাবেই পৰিচিত হীৰেণ চৌধুৰী নিজে এজন ভাল তবলা বাদক হোৱাৰ লগতে নিজ কন্যা যুক্তাশ্ৰীক এগৰাকী ভাল শিল্পী হিচাপে গঢ় দিয়াত সফল হৈছিল। … Read more