ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে গুহাবাসী সন্ন্যাসীয়ে !
দেশজুৰি চৰ্চিত হৈছে ‘ফক্কৰ বাবা’ নিউজ ডেস্ক। ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ অন্যান্য দেশসমূহৰ পৰাও ৰাম ভক্তসকলে দান-বৰঙনি আগবঢ়াইছে। দেশৰ ৰাষ্ট্রপতি ৰামনাথ কৱিন্দৰ পৰা আৰম্ভ বিভিন্ন লােকে সুবিশাল ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আর্থিক বৰঙণি আগবঢ়াইছে। কিন্তু ইয়াৰ মাজতে হঠাতে চৰ্চালৈ আহিছে এগৰাকী সন্যাসীৰ নাম, যিগৰাকী সন্যাসী বিগত প্ৰায় ৬੦ বছৰে বাস … Read more