বনাঞ্চলত হাতীৰ জাকৰ দীৰ্ঘতম যাত্ৰা, ড্ৰােন কেমেৰাত বন্দী বহু দুৰ্লভ দৃশ্য

নিউজ ডেস্ক। অলপতে বনৰীয়া হাতীৰ জাকৰ বনাঞ্চলত বিচৰণৰ এক দৃশ্য সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে। দৃশ্যটোত দেখা অনুসৰি চীনৰ এক বনাঞ্চলৰ পৰা ওলাই যোৱা হাতীৰ এটা জাকে শুই পৰিছে হাবিৰ মাজত। সেই দৃশ্যই সামাজিক মাধ্যমত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছে। বি বি চিত প্ৰকাশ পোৱা খবৰ অনুসৰি, যোৱা ডিচেম্বৰত হাতীৰ জাকটোৱে চীনৰ য়ুনান প্ৰদেশৰ পুৱেৰ চহৰৰ … Read more

জেনেভাত ‘Kofi Annan Changemakers 2021’ লৈ নিৰ্বাচিত মণিপুৰৰ যুৱতী জেইনৰিন আংকাং

নিউজ ডেস্ক। কফি আন্নান ফাউণ্ডেশ্যনে ‘Kofi Annan Changemakers 2021’ লৈ নিৰ্বাচিত কৰিছে বিশ্বৰ ১২ গৰাকী অনুপ্ৰেৰণামূলক যুৱ নেতৃত্বক। সেই সকলৰ ভিতৰত নাম অন্তৰ্ভুক্ত হৈছে মণিপুৰৰ উখ্ৰুলৰ মহিলা জেইনৰিন ষ্টিফেন আংকাংৰ নাম। যিয়ে সেই অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই আন্তপ্ৰজন্মমূলক ছমহীয়া আলোচনাত অংশ লোৱাৰ বাবে বিশ্বৰ ১২ গৰাকী যুৱ নেতাই আমন্ত্ৰণ লাভ কৰিছে। এই আলোচনা চক্ৰ … Read more

ভাৰতৰ সীমাত প্ৰৱেশ কৰা বাংলাদেশী কিশােৰক উপহাৰ দি স্বদেশলৈ ঘূৰাই পঠিয়ালে বি এছ এফে

নিউজ ডেস্ক। মানৱতাৰ নিদৰ্শন সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফ-ৰ। মংগলবাৰে ভাৰতত আৱদ্ধ কাষৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কিশোৰক আইনী ব্যৱস্থাৰ পৰিৱৰ্তে সসন্মানে গতাই দিলে বাংলাদেশ সীমা সুৰক্ষা বাহিনীক। পৰস্পৰ সহযোগিতা আৰু দুয়ো ৰাষ্ট্ৰৰ সীমান্তৰ জনসাধাৰণৰ ওপৰত সঠিক গুৰুত্ব প্ৰদানৰ চিন হিচাপে এই পদক্ষেপ গ্ৰহণ কৰে বি এছ এফে। বি এছ এফে জনোৱা অনুসৰি, বাংলাদেশৰ ১২ বছৰীয়া কিশোৰজন … Read more

হঠাতে খেতি পথাৰত সৃষ্টি হ’ল ৩০০ ফুট বহল প্ৰকাণ্ড গাঁত! তীব্ৰ কৌতূহল

নিউজ ডেস্ক। এক আচৰিত ঘটনা। হঠাৎ খেতি পথাৰৰ মাজত সৃষ্টি হ’ল এক প্ৰকাণ্ড গাঁত। দৃশ্যটো বন্দী হ’ল কেমেৰাত। এই অস্বাভাৱিক ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ। ৩০০ ফুট বহল সেই গাঁতৰ দৃশ্য দেখা পোৱা গ’ল মেক্সিকোৰ পুৱেবলা ৰাজ্যৰ ছান্টা মাৰিয়া জাকাটাপটাক নগৰৰ সমীপত। বৰ্তমান গাঁতটো সম্পূৰ্ণ পানীৰে ভৰি আছে আৰু ক্ৰমান্বয়ে খহি খহি ই বিশাল … Read more

দুঃসাহসিক! পোহনীয়া কুকুৰৰ জীৱন ৰক্ষাৰ বাবেই ১৭ বছৰীয়া যুৱতীৰ ভালুকৰ সৈতে যুঁজ…

নিউজ ডেস্ক। নিজৰ মৰমৰ পোহনীয়া জন্তুটোৰ কাৰণে সকলোৱেই কৰিব পাৰে কষ্ট অথবা ত্যাগ। নিজে নাখাইয়ো খুৱাব পাৰে মৰমৰ জন্তুক। এইবাৰ এনে এক দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিলে, যিটো দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে কিমান মৰম থাকিলে নিজৰ জীৱনৰ কথা পাহৰিয়ো কোনোৱে উদ্ধাৰ কৰিব পাৰে পোহনীয়া জন্তুক। তেনে এক দৃশ্য দেখা পোৱা গ’ল আমেৰিকাত। … Read more

শাৰী পৰিধান কৰি দুঃসাহসিক স্কেটিং ৪৬ বছৰীয়া মহিলাৰ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। ইচ্ছা আৰু একাগ্ৰতা থাকিলে সকলোৱেই সম্ভৱ। সেই কথা এইবাৰ প্ৰমাণ কৰিলে এগৰাকী ৪৬ বছৰীয়া মহিলাই। এই মহিলাগৰাকীয়ে শাৰী পৰিধান কৰি প্ৰদৰ্শন কৰি দেখুৱালে ‘স্কেট বৰ্ডিং’ খেল। মহিলা গৰাকীৰ নাম হল অৰ্বী ৰয়। তেওঁ তৰণ্টত সেই খেল প্ৰদৰ্শন কৰে আৰু ‘আণ্টী স্কেটচ’ হিচাপে জনপ্ৰিয় সেই খেলৰ তেওঁৰ সেই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক … Read more

নাই দৃষ্টিশক্তি! অদম্য সাহস-দূৰদৰ্শিতাৰে জয় কৰিলে পৃথিৱীৰ সৰ্বােচ্চ শৃংগ

নিউজ ডেস্ক। চেষ্টাৰ অসাধ্য একােৱেই নাই। এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এজন লােকে। দৃষ্টি শক্তি নথকা লােকজনে অদম্য সাহস আৰু কষ্ট স্বীকাৰ কৰি আৰােহন কৰিলে পৃথিৱীৰ সৰ্বােচ্চ শৃংগ এভাৰেষ্ট। তেওঁ হ’ল চীনৰ বাসিন্দা ঝাং হং(৪৬)। এভাৰেষ্ট জয় কৰা এছিয়াৰ প্ৰথম গৰাকী আৰু বিশ্বৰ তৃতীয় গৰাকী অন্ধ হিচাপে ৰেকৰ্ড স্থাপন কৰিছে লােকজনে। তেওঁ ৮,৮৪৯ মিটাৰ … Read more

২৬ ঘণ্টাত এভাৰেষ্ট জয়! বিশ্ব ৰেকৰ্ড গঢ়িলে এগৰাকী শিক্ষয়িত্ৰীয়ে!

নিউজ ডেস্ক। চেষ্টাৰ অসাধ্য একাে নাই। ইচ্ছা শক্তিৰ ওচৰত সদায় হাৰ মানিবলৈ বাধ্য হয় সকলো বাধাই। যদি লক্ষ্য স্থিৰ হয়, তেন্তে সফলতা অনিবাৰ্য। তেনেদৰেই যুগে যুগে অসম্ভৱকো সম্ভৱ কৰি আহিছে বহুতে। ঠিক তেনেদৰে এইবাৰ ২৬ ঘণ্টাতকৈয়ো অলপ কম সময়ৰ ভিতৰতে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰত খোজ দি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় হংকংৰ এগৰাকী … Read more

প্ৰয়াত মাতৃলৈ শ্ৰদ্ধা জনাই আৰক্ষী বিষয়াই আৰোহণ কৰিলে এভাৰেষ্টৰ শিখৰ

নিউজ ডেস্ক। নৱী মুম্বাইৰ আৰক্ষীৰ এজন আৰক্ষী বিষয়াই আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্টৰ শিখৰ। তেওঁ হ’ল অতিৰিক্ত আৰক্ষী পৰিদৰ্শক সম্ভজী গুৰাৱ। এভাৰেষ্ট আৰোহণ কৰা তেওঁ হৈছে মহাৰাষ্ট্ৰৰ তৃতীয়জন আৰক্ষী। যোৱা ২৩ মে’ত বিষয়াজনে আৰোহণ কৰে এভাৰেষ্ট। তেওঁ এই সফলতা নিজ মাতৃৰ নামত উৎসৰ্গা কৰিছে। ২০১৮ চনত মৃত্যু হৈছিল তেওঁৰ মাতৃৰ। সেয়েহে তেওঁ এভাৰেষ্টৰ শিখৰত খোজ দিয়াৰ … Read more

চিৰিয়াখানাৰ এশিঙীয়া গঁড়ে বজালে কী-ব’র্ড, মূহুৰ্ততে ভাইৰেল হ’ল দৃশ্য

নিউজ ডেস্ক। কেৱল মানুহেই নহয়, কেতিয়াবা গঁড়েও বজাব পাৰে কীবৰ্ড। তেনে এক দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটো কলৰাডোৰ ডেনভাৰ চিৰিয়াখানাৰ। দৃশ্যটোত দেখা অনুসৰি, চিৰিয়াখানাখনত ‘বন্ধু’ নামৰ এটা এশিঙীয়া গঁড়ে বজাইছে এখন কীবৰ্ড। সি নিজৰ ১২ সংখ্যক জন্মদিন উপলক্ষে বজালে সেই কীবৰ্ড। যোৱা ১৯ মে’ত আছিল বন্ধু নামৰ গঁড়টোৰ জন্মদিন। সি নিজৰ ওপৰৰ … Read more