নৰ্দমা শোধন প্ৰকল্পৰ টেংক পৰিস্কাৰ কৰিবলৈ গৈ বিষাক্ত গেছৰ ফলত মৃত্যু ২ ভাতৃৰ

নিউজ ডেস্ক। নৰ্দমা শোধন প্ৰকল্পৰ টেংক পৰিষ্কাৰৰ সময়ত বিষাক্ত গেছৰ ফলত উশাহ বন্ধ হৈ মৃত্যুক সাৱটি ল’লে দুই ভাতৃয়ে। ইফালে এই ঘটনাৰ পিছতে প্ৰকল্পটোৰ যুটীয়া অভিযন্তাৰ বিৰুদ্ধে অপৰাধমূলক হত্যাৰ বাবে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় হাৰিয়ানাৰ নুহ জিলাত। জিলাখনৰ এটা নৰ্দমা শোধন প্ৰকল্পত পাম্প অপাৰেটৰ আৰু মালী হিচাপে কৰ্মৰত আছিল … Read more

বিয়াৰ বাবে বিবাহ বাহৰ ঠিক কৰি ওভতাৰ পথতেই ঘটিল ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ! প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই

নিউজ ডেস্ক। কন্যাৰ বিবাহ অনুষ্ঠানৰ বাবে বিবাহথলী বুক কৰি অহাৰ সময়তে সংঘটিত এক শোকাবহ ঘটনাৰ প্ৰাণ গ’ল পিতৃ-কন্যাৰ! বাংগালুৰুৰ উল্লাল অঞ্চলত বুধবাৰে সংঘটিত এক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত অকাল মৃত্যুক সাৱটি লয় সেই সময়ত বাইকেৰে আহি থকা ৫৫ বছৰীয়া শিৱৰাজ আৰু ১৯ বছৰীয়া চৈতন্যাৰ। জানিব পৰা মতে বুধবাৰে পিতৃ-কন্যাই চৈতন্যাৰ বিয়াৰ বাবে বিবাহ বাহৰ বুক কৰি বাইকেৰে … Read more

মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যু ‘গলি বয়’ৰ ৰেপাৰ এমচি তোড়ফোড়ৰ

নিউজ ডেস্ক। মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যু ‘গলি বয়’ খ্যাত ৰেপাৰ এমচি তোড়ফোড়ৰ। মুম্বাইৰ হিপহপ গ্ৰুপ স্বদেশীৰ সদস্য এম চি তোড়ফোড়ৰ প্ৰকৃত নাম আছিল ধৰ্মেশ পৰমৰ। ৰেপাৰ জনৰ মৃত্যু কিদৰে হ’ল, সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যে, ২০১৩ চনত গঠন কৰা হৈছিল স্বদেশী নামৰ ৰেপ আৰু হিপ-হপ চঙৰ গ্ৰুপটো। এই গ্ৰুপটোৰে সদস্য … Read more

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰনাতিৰ বিবাহত এগৰাকী মহিলা হ’ল কাজী

নিউজ ডেস্ক। হিন্দুৱেই হওক বা মুছলমান, সকলো ধৰ্মীয় কাৰ্যসূচী সম্পন্ন কৰাৰ দায়িত্ব লয় কেৱল পুৰুষে। বিশেষকৈ বিবাহৰ দৰে অনুষ্ঠানত কাজী অথবা ব্ৰাহ্মন বুলিলে আমাৰ সকলোৰে চকুৰ সন্মুখত ভাঁহি উঠে এখন পুৰুষ মুখ। এয়া পৰম্পৰা। বছৰ বছৰ ধৰি এই পৰম্পৰা অব্যাহত আছে আমাৰ সমাজত। সময় সলনি হৈছে, প্ৰয়োজনীয়তা সলনি হৈছে, কিন্তু সলনি হোৱা নাই মাথো পৰম্পৰা। … Read more

পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। জৰুৰীকালীন অৱস্থাত আৰক্ষীৰ যিকোনো সহায়ৰ বাবে ডায়েল কৰা হয় ১০০। কিন্তু পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ দাখিল কৰা আপুনি কেতিয়াবা শুনিছেনে? হয়, এনে উদ্ভট ঘটনাই সংঘটিক হৈছে তেলেংগানাত। হোলীৰ উৎসৱৰ সময়ত ঘৰত পত্নীয়ে মটন কাৰী ৰান্ধি নিদিয়াৰ বাবেই এবাৰ দুবাৰ নহয়, ৬ বাৰকৈ ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ … Read more

বহুচৰ্চিত ‘কাঁচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰক ব্যতিক্ৰমী কৃতজ্ঞতা এগৰাকী মৃৎ শিল্পীৰ…

নিউজ ডেস্ক। ‘কাঁচা বাদাম’ ভাইৰেল গীতেৰে সমগ্ৰ ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয় হৈ পৰা কলকতাৰ ভুৱন বাদ্যকাৰৰ নিৰ্মাণ হ’ল প্ৰতিমূৰ্তি। গাঁৱে গাঁৱে গৈ কেচা বাদাম বিক্ৰী কৰাৰ সময়ত গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এটা গীত নিজেই ৰচনা কৰিছিল ভুৱন বাদ্যকাৰে। সেই গীতটোৰ জৰিয়তেই এনিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা ভুৱন বাদ্যকাৰৰ এজন অনুৰাগীয়ে এতিয়া নিৰ্মাণ কৰি উলিয়াইছে তেওঁৰ এটি … Read more

‘পুষ্পা’ৰ গীতৰ তালে তালে আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত ব্লকবাষ্টাৰ ছবি ‘পুস্পা’ৰ প্ৰতিটো গীতেই লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা। সামাজিক মাধ্যমৰ ৰীল ভিডিঅ’ৰ পৰা বলীউডৰ চুপাৰষ্টাৰ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ সকলোৱে এই ছবিৰ গীত গাইছে, অভিনয় কৰিছে। কিন্তু এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এটা ভিডিঅ’। য’ত মুম্বাই আৰক্ষী বেণ্ডে সংগীতৰ লহৰ তুলিছে ‘পুস্পা’ৰ গীতত। যোৱা ১৩ মাৰ্চত মুম্বাই … Read more

প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰে আম আদমী পাৰ্টীয়ে, চলিছে চৰ্চা

নিউজ ডেস্ক। পঞ্জাৱত অভিলেখ বিজয় সাব্যস্ত কৰাৰ পিছতে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টী। প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ যো-জা চলাইছে পঞ্জাৱৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ভগৱত মানে। খবৰ অনুসৰি, ইতিমধ্যে হৰভজন সিঙক প্ৰদান কৰা হৈছে প্ৰস্তাৱ। অৱশ্যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব নে নাই, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব … Read more

হায়দৰাবাদত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছুইগীত কৰ্মৰত অসমৰ অমৰ ৰাভাই

নিউজ ডেস্ক। খাদ্য বিতৰণ প্ৰতিষ্ঠানত ডেলিভাৰী বয় হিচাপে কাম কৰি থকা অসমৰ এজন ৩৪ বছৰীয়া যুৱকৰ সোমবাৰে হাইদৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হয়। ঘটনাটো সংঘটিত হোৱাৰ সময়ত অমৰ ৰাভা নামৰ মৃত যুৱকজনে হায়দৰাবাদত খাদ্যৰ হােম ডেলিভাৰী কৰাৰ উদ্দেশ্যে গৈ আছিল। এই ঘটনাই হায়দৰাবাদত খাদ্য বিতৰণ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ বাবে কাম কৰা শ শ ডেলিভাৰী বয়ৰ মাজত … Read more

পুনৰ ছেলফি কাণ্ড! পাহাৰৰ পৰা পিচলি পৰি মৃত্যু নৱ বিবাহিতাৰ…

নিউজ ডেস্ক। গাৰ পৰা মাহ হালধিৰ গোন্ধ মাৰ নাযাওঁতেই মৃত্যুক সাৱটি ল’লে এগৰাকী ন-কইনাই। মধুচন্দ্ৰিকা যাপনৰ সময়তে ছেলফি ল’বলৈ ধৰোতেই পাহাৰৰ দ খাৱৈত পৰি যায় মৃত্যু ঘটে ন-কইনাগৰাকীৰ। এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ কিন্নােৰ জিলাত। জানিব পৰা মতে, পশ্চিমবঙ্গৰ দমদম পাইকপাৰা অঞ্চলৰ ৰাহুল পোদ্দাৰে ২০ ফেব্ৰুৱাৰীত আগৰপাৰা নৰ্থ ষ্টেচন ৰোড অঞ্চলৰ জয়ীতা দাসৰ সৈতে … Read more