ৰাজ ফেটী সাপ উদ্ধাৰ অভিযানত ঘটিল এই ঘটনা, ভিডিঅ’ ভাইৰেল…
নিউজ ডেস্ক। জন্তুৰ সৈতে মুখামুখি হোৱাটো কেতিয়াবা বিপদজনক হ’ব পাৰে। আনকি অভিজ্ঞ বা বিশেষজ্ঞৰ বাবেও ই হৈ পৰিব পাৰে বিপদজনক। বৰ্তমান তেনে এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। য’ত দেখা পোৱা গৈছে এক প্ৰকাণ্ড ৰাজ ফেঁটী সাপ উদ্ধাৰ কৰিবলৈ গৈ একেবাৰে ওচৰত মুখামুখি হল উদ্ধাৰকাৰী। যি সময়ত সাপডালে তুলি আহিছিল ফনা। সামাজিক মাধ্যমত ভাইৰেল … Read more