শচীনৰ পাছত চলমান খানৰ কাষত মীৰাবাঈ, বলিউডৰ ভাইজানে জনালে শুভেচ্ছা
নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ভাৰত্তােলনত ৪৯ কিলাে শাখাত ৰূপৰ পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ মীৰাবাঈ চানুৱে। টকিঅ’ৰ পৰা স্বদেশলৈ ঘূৰি অহা মীৰাবাঈ চানুৱে পৈতৃক গৃহত কেইটমান দিন অতিবাহিত কৰিলে, উদযাপন কৰিলে নিজৰ ওপজা দিন। ইয়াৰ পাছতে বিভিন্ন জনৰ আমন্ত্ৰণ ক্ৰমে মুম্বাইত উপস্থিত হৈছে চানু। Happy for u silver medalist @mirabai_chanu .. lovely meeting with … Read more