কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো আছে জীয়াই থকাৰ অধিকাৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। দেশত কোৰোনা পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ। মহামাৰী কোৰোনাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে দেশৰ জনসাধাৰণ। কিন্তু তেনে সময়তে এক আজৱ মন্তব্য কৰিছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে। তেওঁ কয় যে কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো জীয়াই থকাৰ অধিকাৰ আছে। এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে হৈ পৰিছে ভাইৰেল। ৰাৱাটে এক টিভি সাক্ষাৎকাৰত … Read more

মৰ্মান্তিক! কন্যাৰ বিবাহৰ প্ৰস্তুতিৰ মাজতে ক’ভিডত ভুগি ১২ ঘন্টাৰ ব্যৱধানত মৃত্যু হ’ল মাতৃৃ-কন্যাৰ

দিব্যজ্যােতি ৰাখজােৱা। এক হৃদয় বিদাৰক ঘটনা। নিজ কন্যাৰ বিবাহৰ বাবে চলাই আছিল প্ৰস্তুতি। মাতৃয়ে কন্যাৰ বিবাহৰ বাবে বজাৰ আৰু আত্মীয় স্বজনক আমন্ত্ৰণ কৰিবলৈ গৈ আক্ৰান্ত হ’ল কভিডত। মাতৃৰ লগতে আক্ৰান্ত হ’ল নিজ কন্যা অৰ্থাৎ কইনাও। মৃত্যু হ’ল মাতৃৰ। মাতৃৰ চিতাৰ জুই জ্বলি থাকোতেই মৃত্যু হ’ল কইনাৰ। এই শোকজনক ঘটনাটো সংঘটিত হয় ৰাজস্থানৰ কোটাত। ঘটনা অনুসৰি, … Read more

নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে

নিউজ ডেস্ক। দেশৰ বৰ্তমান কভিড পৰিস্থিতি অতিকে জটিল। এই ৰোগত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহুতে। বহুতে আক্ৰান্ত সকলক সহায়ৰ বাবে কৰিছে নানা কৰ্ম। যোগান ধৰিছে গাড়ী, অক্সিজেন অথবা খাদ্য। তেনে এক সময়তে পোহৰলৈ আহিছে আন এক ইতিবাচক ঘটনাৰ তথ্য। নিজৰ ক’ভিড আক্ৰান্ত গৰ্ভৱতী ভগ্নী আৰু আন-আন ক’ভিড ৰােগীৰ জীৱন ৰক্ষাৰ বাবে ক’ভিড আক্ৰান্ত এজন যুৱকে অক্সিজেন … Read more

হাতীৰ বেটিং, বলিং-ফিল্ডিং কৰিছে মানুহে! হাতী-মানুহৰ ক্ৰিকেট খেলৰ ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে বৃহৎ জন্তু হিচাপে হাতীয়ে বহুতো কাম কৰে অথবা গৰাকীয়ে কৰোৱাই। কিন্তু কিছুমান এনে কাম হাতীয়ে কৰে, যিটো দেখিলে আপুনিও আচৰিত হ’ব। এইবাৰ তেনে এক আচৰিত দৃশ্যই ক্ষণিকতে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যিটো দৃশ্যত হাতীয়ে কেইজনমান মানুহৰ লগত খেলিছে ক্ৰিকেট। হাতীয়ে কেনেকৈ ক্ৰিকেট খেলিব পাৰে বুলি ভাবি নিশ্চয় আপুনিও আচৰিত হৈছে। কিন্তু … Read more

তৃষ্ণাৰ্ত পথৰ কুকুৰক পানী খুৱালে আৰক্ষী জোৱানে! সামাজিক মাধ্যমত ভাইৰেল দৃশ্য

নিউজ ডেস্ক। কোৰোনাৰ গ্ৰাসত পৰি নানা সংকটৰ সন্মুখীন হৈছে মানুহ। কৰবাত চিকিৎসক নাই, কৰবাত নাই চিকিৎসালয়ৰ বিছনা। দেশজুৰি অক্সিজেনৰ হৈছে নাটনি। এনে সময়ত কোনোৱে আনৰ বাবে ভাবিবলৈ যেন আহৰি নাই। কিন্তু তেনে সময়তে এক দৃশ্যই সকলোকে কৰিছে মোহিত। সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যটোৱে আপোনাক কিছু ক্ষণৰ বাবে হলেও যোগাব উৎসাহ। দৃশ্যটো সাধাৰণ যেন লাগিলেও বৰ্তমান … Read more

বিয়াত বহিয়েই পুনৰ ক’ভিড ৰােগীৰ চিকিৎসাত নামিল এগৰাকী মহিলা চিকিৎসক

নিউজ ডেস্ক। দেশত কাল কোৰোনাই লৈছে ভয়ংকৰ ৰূপ। আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে দ্ৰুতগতিত। এনে সময়ত আহৰি নাইকীয়া হৈছে ক’ভিড যোদ্ধা সকলৰ। বিশেষকৈ প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচিত হোৱা চিকিৎসক সকলে উশাহ লবলৈয়ো পোৱা নাই অকণমান সময়। বহুতো চিকিৎসকে পিতৃ-মাতৃ অথবা আত্মীয়ৰ মৃত্যু হোৱা সত্ত্বেও অব্যাহত ৰাখিছে মানৱ সেৱা। দুখ, শোক আৰু কষ্টক নেওচি … Read more

নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থাকিও আনক যােগান ধৰিছে প্ৰাণবায়ু!

নিউজ ডেস্ক। দেশৰ জটিল ক’ভিড জনিত পৰিস্থিতিৰ মাজতে ভয়াৱহ ৰূপত দেখা দিছে অক্সিজেনৰ নাটনিয়ে। একাংশ লােকে ক’ভিডক ৰােগীক অক্সিজেন যােগান ধৰাৰ নামত নামি পৰিছে ক’লা ব্যৱসায়ত। তেনে সময়তে নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থকা এজন গাড়ী চালক অহৰ্নিশে ব্যস্ত আনক প্ৰাণবায়ু অক্সিজেন যােগান ধৰাৰ কামত। ছবিখনত দেখা পোৱা এই লােকজনৰ নাম মঞ্জুৰ আহমেদ। বয়স ৪৫ … Read more

হিমন্তলৈ শুভেচ্ছা-সৰ্বানন্দক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ

নিউজ ডেস্ক। সােমবাৰে অসমৰ পঞ্চাদশ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি উত্তৰ পূবৰ কেবাখনাে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ল শপত গ্ৰহণ অনুষ্ঠান। ৰাজ্যপাল পােঃ জগদীশ মুখীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাক শপত বাক্য পাঠ কৰায়। ইয়াৰ লগতে … Read more

কোৰোনাত আক্ৰান্ত হ’ল একে পৰিয়ালৰ ২১ জন! ৬ মহীয়া কেঁচুৱাৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈকে আক্ৰান্ত সকলো

নিউজ ডেস্ক। দেশত বেয়াকৈ প্ৰভাৱ পেলাইছে কাল কোৰোনাই। চহৰৰ পৰা গাৱঁলৈকে গ্ৰাস কৰিছে এই মহামাৰী কোৰোনাই। এইবাৰ পুনেৰ এখন গাঁৱত কোৰোনাই ললে ভয়ংকৰ ৰূপ। পুনেৰ মাণ্ডবাগান ফাৰাতা গাৱঁৰ একেটা পৰিয়ালৰ ২১ জন সদস্যৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ। এই যুগ্ম পৰিয়ালত থকা ৬ মহীয়া কেঁচুৱাটোৰ পৰা ৮০ বছৰীয়া বৃদ্ধজনলৈকে হৈছে আক্ৰান্ত, যাৰ ফলত জিলা প্ৰশাসনে … Read more

বিয়াৰ দিন ধৰি এই বিশেষ কাৰণত পত্নীৰ লগতে নিজেও মংগলসূত্ৰ পিন্ধে স্বামীয়ে…

নিউজ ডেস্ক। সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এহাল দম্পতী। ইয়াৰ কাৰণ এইটােৱে যে বিয়াৰ দিন ধৰি পত্নীৰ দৰেই ডিঙিত মংগলসূত্ৰ পিন্ধে স্বামীয়েও। মূলতঃ সমাজত পুৰুষ-নাৰীক সমান মৰ্যাদা প্ৰদানৰ এক বাৰ্তা কঢ়িয়াই এই ব্যতিক্ৰমী পদক্ষেপ ল’লে এজন যুৱকে। প্ৰথম অৱস্থাত দৰাজনৰ এই পদক্ষেপক লৈ কইনাৰ লগতে পৰিয়াল, আত্মীয়-স্বজন হতবাক হৈ পৰিছিল যদিও পাছত এই … Read more