ভূঁইকঁপৰ ফলত ভূগৰ্ভৰ পৰা ওলোৱা পানী সংগ্ৰহ কৰিবলৈ হাতত কলহ-কেটেলী লৈ ৰাইজৰ ভীৰ…

২৮ এপ্ৰিলৰ পুৱাই বৰভূঁইকপে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য। ভূমিকম্পক লৈ বহু কাল্পনীক কাহিনী সৰ্বজন বিদিত। কিন্তু আধুনিক বিজ্ঞানৰ দৃষ্টিকোণে এনে কল্পকাহিনী বা আখ্যানক দূৰতে বিদূৰ কৰি প্ৰায়ভাগ শিক্ষিতৰে মনত ভূমিকম্পৰ বৈজ্ঞানিক ব্যাখ্যা উপলব্ধ কৰিছে। কিন্তু বৰভূঁইকঁপৰ পিছত ৰাজ্যত দেখা গ’ল তেনেই এক দৃশ্য। তেজপুৰৰ ঘগৰা অঞ্চলত আজি ভূমিকম্পৰ ফলত মাটি ফুটি ওলোৱা পানী সংগ্ৰহ কৰে … Read more

পিপিই কিটত ক’ভিড পজিটিভ কইনা, ক’ভিড চিকিৎসালয় পৰিণত হ’ল বিবাহ স্থলীলৈ!

নিউজ ডেস্ক। সঁচাই কি যে আচৰিত। কেতিয়া কাৰ ক’ত কেনেকৈ বিবাহ হয়, সেইয়া যেন সঁচাই কোনেও ক’ব নোৱাৰে। এইবাৰ চিকিৎসালয়ৰ ক’ভিড কক্ষ পৰিণত হ’ল বিবাহ ভৱনলৈ। এই ঘটনা হৈছে ২৫ এপ্ৰিলৰ দিনা কেৰেলাৰ অলাপুজ্জা জিলাৰ ভাণ্ডানাম চিকিৎসা মহাবিদ্যালয়ত। ঘটনা অনুসৰি, কেৰেলাৰ কইনাকাৰী অঞ্চলৰ দৰা সাৰথ মন আৰু থেক্কানাৰায়ড অঞ্চলৰ কইনা অভিৰামিৰ বিবাহৰ দিন ঠিক হৈছিল … Read more

অতি সংকটজনক অৱস্থাত থকা মহিলাৰ বাবে এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা চনু সুদৰ

নিউজ ডেস্ক। বিগত বৰ্ষৰ পৰা এতিয়ালৈকে আৰ্তজনক সহায় কৰি বাস্তৱৰ নায়ক হৈ পৰিছে বলিউড অভিনেতা চনু সুদ। বিগত বৰ্ষৰ লকডাউনৰ সময়ত তেওঁ নি:স্বাৰ্থভাৱে সহায় কৰিছিল শ্ৰমিক সকলক। বিশেষ গাড়ী আৰু বাছেৰে শ্ৰমিক সকলক তেওঁ প্ৰেৰণ কৰিছিল ঘৰলৈ। বহুতো কৰ্মহীন লোকক তেওঁ প্ৰদান কৰিছিল সংস্থাপন। তেওঁ পৰিচিত হৈ পৰিছিল দুখীয়াৰ ভগৱান হিচাপে। এতিয়াও ঠিক একেই। বিপদৰ … Read more

ভাগ কােৰোনা ভাগ! কোৰোনা খেদিবলৈ হাতত ভোটা লৈ গাঁওবাসীৰ দৌৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। দেশত মাৰাত্মক কোৰোনা ভাইৰাছৰ সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ। আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও পাইছে বৃদ্ধি। এই মহামাৰীৰ পৰা জনতাক সুৰক্ষা দিবলৈ চৰকাৰে প্ৰস্তুত কৰিছে বিভিন্ন বিধি। প্ৰতিষেধক প্ৰদানৰ পৰা লকডাউন প্ৰযোজ্যলৈকে কৰিছে ন ন নিয়ম। কিন্তু তেনে সময়তে এই মাৰাত্মক ভাইৰাছক নিঃশেষ কৰিবলৈ এক পন্থা অৱলম্বন কৰিলে এখন গাৱঁৰ ৰাইজে। … Read more

ক’ভিড যােদ্ধা! গৰ্ভত ৫ মহীয়া সন্তান লৈ ৰাজপথত কৰ্তব্য সমাপন কৰিছে এগৰাকী ডিএছপিয়ে!

নিউজ ডেস্ক। দেশজুৰি কৰােনা ভাইৰাছৰ দ্বিতীয়টাে ঢৌৰ মাজতে কঠােৰ হৈছে আৰক্ষী-প্ৰশাসন। সকলাে ঠাইতে নাগৰিকে ক’ভিড প্ৰ’ট’কল মানি চলাটাে বাধ্যতামূলক কৰা হৈছে। তেনে সময়তে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ এক দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। সামাজিক মাধ্যমত ভাইৰেল হােৱা ভিডিঅ’ত প্ৰকাশ পােৱা অনুসৰি, গৰ্ভৱতী মহিলা উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ছত্তীশগড়ৰ ৰাজপথৰ জনতাক ক’ভিড প্ৰ’ট’কল তথা লকডাউন … Read more

তলাবন্ধৰ ঘােষণাৰ পাছতে দিল্লীত সুৰাৰ বিপণীৰ সন্মুখত দীঘলীয়া শাৰী, তাৰ মাজতে…

নিউজ ডেস্ক। কোৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে বৰ্তমান মাৰাত্মক ৰূপ ধাৰণ কৰিছে দেশৰ বিভিন্ন ৰাজ্যত। এই ভাইৰাছৰ সংক্ৰমণত নিয়ন্ত্ৰিত কৰিবলৈ উঠি-পৰি লাগিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। তাৰ মাজতে বৰ্ধিত সংক্ৰমণ নিয়ন্ত্ৰিত কৰিবলৈ দিল্লীত বলৱৎ কৰা হৈছে সপ্তাহজোৰা লকডাউন। কিন্তু তেনে সময়তে সোমবাৰে এগৰাকী মহিলাই দিছে এই ভয়ংকৰ পৰিস্থিতি মষীমূৰৰ এক উপায়। মহিলা গৰাকীৰ সেই উপাই এতিয়া … Read more

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!

নিউজ ডেস্ক। ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেতা তথা দুখীয়াৰ ভগৱান হিচাপে জনপ্ৰিয় চনু সুদ। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা শনিবাৰে দুপৰীয়া ঘােষণা কৰে অভিনেতাগৰাকীয়ে। টুইটাৰত তেওঁ উল্লেখ কৰে ”পৰীক্ষাত মই ক’ভিড-১৯ পজিটিভ হওঁ। সেয়ে সকলাে সাৱধানতা অৱলম্বন কৰি মই কােৱাৰেন্টাইনত আছােঁ আৰু নিজৰ স্বাস্থ্যৰ যতন লৈছােঁ। চিন্তাৰ কােনাে কাৰণ নাই। এতিয়া মই আপােনালােকৰ বাবে অধিক … Read more

চালকৰ তৎপৰতাৰ বাবেই ৰে’লপথত ৰৈ থকা বনৰীয়া হাতীৰ প্ৰাণৰক্ষা!

নিউজ ডেস্ক। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত সময়ে-সময়ে ৰে’লৰ খুন্দাত বনৰীয়া হাতী হতাহত হােৱাৰ বাতৰিয়ে উদ্বিগ্ন কৰি তােলে প্ৰকৃতি প্ৰেমীসকলক। এনে অধিকাংশ ঘটনাত মৃত্যু ঘটিছে গজৰাজৰ। এনে ঘটনাৰ বাবে মূলতঃ ৰে’ল বিভাগকে জগৰীয়া কৰা হয়, কাৰণ বনাঞ্চলৰ মাজেৰে তীব্ৰ গতিত ৰে’লৰ চলােৱাৰ ফলতে এনে শােকাৱহ ঘটনা সংঘটিত হয়। ইয়াৰ বাবে আনকি বহু সময়ত বন বিভাগেও … Read more

ATM ৰ কােঠালিৰ ভিতৰত অধ্যয়ন নিৰাপত্তা ৰক্ষীৰ, IAS বিষয়াৰ প্ৰেৰণাদায়ক ফটাে ভাইৰেল

নিউজ ডেস্ক। সকলাে সফল ব্যক্তিয়ে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিয়েই উপনীত হয় সফলতাৰ শীৰ্ষত। এনে সংগ্ৰামৰ সময়ত কিছুমান কথা নাইবা ঘটনাই ব্যক্তি এজনক উৎসাহ নাইবা অনুপ্ৰেৰণা যােগায়। বহ অভাৱ-সমস্যাৰ মাজেৰে বহু ত্যাগ আৰু কষ্টৰ বিনিময়তে সফলতাৰ শীৰ্ষত আৰােহণ কৰি আন এশজনৰ বাবে অনুপ্ৰেৰণা হৈ ৰৈ বহু লােক। বিভিন্ন ব্যক্তিয়ে সৰু-সৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে আধাতে সামৰে তেওঁলােকৰ … Read more

১৫ ফুট গভীৰ কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল তীব্ৰ অভিযান

নিউজ ডেস্ক। পুনৰ বিপদত পৰিল এটা বনৰীয়া হাতী পােৱালি। বনাঞ্চলৰ সমীপতে এটা পৰিত্যক্ত কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পােৱালিটাে। জীৱন্তে উদ্ধাৰৰ বাবে তৎপৰতাৰে নামি পৰিল বন বিভাগ তথা স্থানীয় লােক। হাতী পোৱালিটােক উদ্ধাৰৰ ভিডিঅ’ সম্প্ৰতি বিয়পি পৰিছে ছ’চিয়েল মিডিয়াত। এই ঘটনাটো শনিবাৰে সংঘটিত হৈছে উৰিষ্যাৰ ময়ুৰগঞ্জত। ভিডিঅ’টোত দেখা অনুসৰি এটা কুঁৱাত সোমাই পৰা হাতী পোৱালি … Read more