মৰ্মান্তিক! পানীভৰ্তি বাল্টিত সোমাই ১০ মহীয়া শিশুৰ মৃত্যু
নিউজ ডেস্ক। মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত নিউ সোণোৱাল চাহ বাগিচাত সংঘটিত হ’ল এক শোকাৱহ ঘটনাত এটি কণমানি শিশুৰ মৃত্যু হয়। নিউ সোণোৱাল চাহ বাগিচাৰ বাপন ভূমিজ আৰু তেওঁৰ পত্নী নিভা ভূমিজ প্ৰায় ১০ মহীয়া পুত্ৰ মাইনা ভূমিজৰ এটা পানীভৰ্তি বাল্টিত সোমাই যোৱাত শোকাৱহ মৃত্যু হয়। বাপন ভূমিজৰ পত্নী ঘটনাৰ সময়ত ওচৰতে থকা মাকৰ ঘৰত আছিল। … Read more