ভৱিষ্যতৰ প্ৰযুক্তি ! মাজ সাগৰত উৰন্ত সৈনিকৰ অনুশীলনৰ ভিডিঅ’ক লৈ বিশ্বজুৰি চাঞ্চল্য
নিউজ ডেস্ক। বিশ্বজুৰি সলনি হৈছে যুদ্ধৰ কৌশল। অপৰম্পৰাগত পদ্ধৰিৰে যুদ্ধ জয় কৰিবলৈ ন ন প্ৰযুক্তি উদ্ভাৱনত নামি পৰিছে বিশ্বৰ আগশাৰীৰ বহু দেশ। শেহতীয়াকৈ সামুদ্ৰিক অভিযানত উৰন্ত সৈনিকৰ অনুশীলন এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ত জেট চ্যুট নিৰ্মাতা প্ৰতিষ্ঠান গ্ৰেভিটি ইণ্ডাষ্ট্ৰীয়ে ইংলেণ্ডৰ সামৰিক বাহিনী ৰয়েল মেৰিনৰ সৈতে যুটীয়া প্ৰচেষ্টাৰে পৰীক্ষা কৰিলে অত্যাধুনিক জেট … Read more