অনলাইনত অৰ্ডাৰ কৰিছিল হেডফােন, ঘৰলৈ আহিল শিলৰ টুকুৰা!

নিউজ ডেস্ক। আপুনি অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰে নেকি? যদি কৰে, তেন্তে এতিয়াৰ পৰা কিছু সাৱধাণ হওক। অন্যথা কেতিয়াবা আপোনাৰ সামগ্ৰী টোপোলাত অৰ্ডাৰ কৰা সামগ্ৰীৰ পৰিৱৰ্তে আহি যাব পাৰে শিলগুটি। তেনে এক ঘটনাই সংঘটিত হ’ল গুৱাহাটীৰ এজন ব্যক্তিৰ ক্ষেত্ৰত। জানিব পৰা মতে, উমংগ পাটোদিয়া নামৰ গুৱাহাটীৰ এজন ব্যক্তিয়ে অনলাইন সামগ্ৰী ক্ৰয়ৰ মাধ্যম ফ্লিপকাৰ্টৰ জৰিয়তে অৰ্ডাৰ দিছিল … Read more

আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হোৱাৰ অপূৰ্ব দৃশ্য বন্দী ড্ৰােন কেমেৰাত! ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। এটা সক্ৰিয় আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হােৱাৰ দৃশ্য শেহতীয়াকৈ সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। আইছলেণ্ডৰ ফাগৰাদালচজল পৰ্বতত আগ্নেয়গিৰিৰ পৰা নিৰ্গত হোৱা লাভাৰ দৃশ্য সামাজিক মাধ্যমত হৈছে ভাইৰেল। আইছলেণ্ডৰ ৰাজধানী চহৰ ৰেকজাভিকৰ পৰা ৪০ কিমি দূৰত্বত অৱস্থিত সেই পৰ্বতত নিৰ্গত হৈছে এই লাভা। যিটো দৃশ্য যোৱা ১৯ মাৰ্চত দ্র’ন কেমেৰাত বন্দী কৰে জন ষ্টেইনবেকে। … Read more

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ৰােগী তথা আত্মীয়ই লাভ কৰিব বিনামূলীয়া খাদ্য!

নিউজ ডেস্ক। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ তথা হৰে কৃষ্ণ মিছনৰ মাজত আজি বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত সম্পন্ন হয় এক বুজাবুজি চুক্তি। এই চুক্তি অনুসৰি এতিয়াৰে পৰা এই চিকিৎসালয়ত চিকিৎসাধীন ৰােগী আৰু তেওঁলোকৰ সৈতে থকা আত্মীয়ই লাভ কৰিব বিনামূলীয়া আহাৰ। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূবৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশ আৰু হৰে কৃষ্ণ … Read more

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…

চােৰাং সুৰা সৰবৰাহকৰীৰ কৌশল দেখি প্ৰতিক্ৰিয়া আনন্দ মহিন্দ্ৰাৰ নিউজ ডেস্ক। অবৈধ ব্যৱসায় বা সামগ্ৰী সৰবৰাহ ৰোধৰ বাবে আৰক্ষী তথা তদাৰকী দলে যিমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সিমানেই যেন সৰবৰাহৰ কৌশল সলনি কৰিছে সৰবৰাহকাৰীয়ে। এইবাৰ সৰবৰাহকাৰীয়ে সুৰা সৰবৰাহৰ বাবে প্ৰয়োগ কৰিলে এক অভিনৱ কৌশল। যিটো দেখিলে আপুনিও আচৰিত হ’ব। তেনে এক দৃশ্য টুইটাৰত শ্বেয়াৰ কৰিলে দেশৰ … Read more

আজব ঘটনা! প্ৰকৃত গৰাকীক চিনাক্ত কৰিবলৈ সম্পন্ন হ’ল পােহনীয়া কুকুৰৰ DNA পৰীক্ষা

নিউজ ডেস্ক। এক আচৰিত কাণ্ড। হেৰুওৱা কুকুৰক পুনৰ লাভ কৰিবলৈ আৰক্ষীৰ শৰণাপন্ন হ’ল নিজকে কুকুৰটােৰ গৰাকী বুলি দাবী কৰা দুজনকৈ লােক। কুকুৰটােৰ প্ৰকৃত গৰাকীক চিনাক্ত কৰিবলৈ সম্পন্ন কৰিব লগা হ’ল কুকুৰটােৰ ডিএনএ পৰীক্ষা। এই ঘটনা মধ্য প্ৰদেশৰ হুশাংবাদৰ। জানিব পৰা মতে, সাদৱ খান নামৰ এজন সাংবাদিকৰ ক’ক’ নামৰ এটা পোহনীয়া কুকুৰ হেৰাইছিল ২০২০ বৰ্ষৰ আগষ্টত। … Read more

দুখীয়াৰ ভগৱান চনু সুদলৈ ব্যক্তিগত খণ্ডৰ বিমান কােম্পানীৰ ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপন!

নিউজ ডেস্ক। কৰােনা মহামাৰীৰ সময়ত চৰকাৰে বলৱৎ কৰা তলাবন্ধৰ সময়ত লাখ লাখ দৰিদ্ৰ, অসহায় লোকক সহায় কৰি দুখীয়াৰ ভগৱান হিচাপে স্বীকৃতি লাভ কৰা জনপ্ৰিয় অভিনেতা চনু সুদলৈ এইবাৰ বিৰল সন্মান প্ৰদান কৰিলে স্পাইচ জেট বিমান কৰ্তৃপক্ষই। স্পাইচ জেটৰ Boeing 737 বিমান খনৰ বহিঃ ভাগত চনু সুদৰ এক ডাঙৰ ফটো লগাই দিলে বিমান কৰ্তৃপক্ষই। মানৱ দৰদী … Read more

ৰাখে হৰি… ব্যস্ত ৰাজপথত চলন্ত গাড়ীৰ পৰা হঠাতে বাহিৰলৈ ওলাই পৰিল কণমানি শিশু, তাৰ পিছত…

নিউজ ডেস্ক। এক ভয়ংকৰ দৃশ্য। ব্যস্ত ৰাজপথত চলন্ত গাড়ীৰ পৰা হঠাতে পৰি গল এটি শিশু। পৰি যোৱা কণমানি শিশুটোৱে উঠি লৈ দৌৰি যায় নিজৰ গাড়ীখনলৈ। অৱশ্যে কিছু দূৰতহে গাড়ী খন ৰয়গৈ। এই দৃশ্য দেখি ৰাজপথৰ সকলো যান-বাহন ৰৈ দিয়ে। বৰ্তমান এই দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটোত দেখা অনুসৰি, ট্ৰেফিক ছিগনেল মানি ৰৈ আছে … Read more

অৱশেষত আহিল বৰষুণ! আনন্দতে নাচি উঠিল এগৰাকী মহিলা বন বিষয়া, Video ভাইৰেল

নিউজ ডেস্ক। তেনে দৃশ্য সাধাৰণতে বলিউদৰ ছবিতহে দেখা যায়। বাস্তৱত তেনেদৰে বৰষুণ আহিলে সম্ভৱত কাকো দেখা নাযায়। ঠিক বলিউদৰ দৰেই এক দৃশ্য দেখা হ’ল উৰিষ্যাৰ শিমলিপালৰ এখন বনাঞ্চলত। বৃষ্টিৰ আগমনত আত্মহাৰা হৈ চিঞৰি নাচি উঠিল এগৰাকী মহিলা বন বিষয়া। তেনে এক দৃশ্যই এতিয়া মন জিনিছে সকলোৰে। জানিব পৰা মতে, কিছুদিনৰ পৰা বনাঞ্চলখনৰ গছ, বন শুকাই … Read more

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেলৰ মাজতে হঠাতে শুই পৰিল সকলাে খেলুৱৈ আৰু অম্পায়াৰ!

নিউজ ডেস্ক। চলি আছে ৱেষ্ট ইণ্ডিজ আৰু শ্ৰী লংকাৰ মাজত এদিনীয়া শৃংখলা। সেই সময়ত অব্যাহত আছে ৩৮ নম্বৰ অভাৰৰ খেল। বেটিং কৰি আছে শ্ৰীলংকাৰ দুই বেটচমেনে। বল কৰিবলৈ আগবাঢ়ি গৈছে ৱেষ্ট ইণ্ডিজৰ এণ্ডাৰছন ফিলিপ। বেটিং কৰি থকা বেটচমেনে সাজু হৈছে ফিলিপৰ বল মাৰিবলৈ। ফিলিপে বল দিবলৈ কিছুদূৰ আগুৱাই যাওঁতেই দেখা গ’ল এক সাংঘাতিক দৃশ্য। বলাৰ … Read more

সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ বুমৰাহ, শ্বেয়াৰ কৰিলে ফটাে

নিউজ ডেস্ক। সকলাে জল্পনা-কল্পনাক অন্ত পেলাই অৱশেষত ক্ৰীড়া সঞ্চালিকা সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ। জানিব পৰা মতে, গোৱাৰ এখন হোটেলত সম্পূৰ্ণ বিবাহৰ মাংগলিক অনুষ্ঠান সম্পন্ন কৰা হয়। এই অনুষ্ঠানত দুই পক্ষৰ পৰিয়ালৰ কেইগৰাকীমান লোকৰ উপৰি পাত্ৰ-পাত্ৰীৰ ঘনিষ্ঠ কেইগৰাকীমান বন্ধু-বান্ধৱী উপস্থিত আছিল। উল্লেখ্য, দৰা-কইনা উভয় পৰিয়ালৰ সদস্যই এই বিবাহ পৰ্বক লৈ … Read more