শচীনৰ পাছত চলমান খানৰ কাষত মীৰাবাঈ, বলিউডৰ ভাইজানে জনালে শুভেচ্ছা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ভাৰত্তােলনত ৪৯ কিলাে শাখাত ৰূপৰ পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ মীৰাবাঈ চানুৱে। টকিঅ’ৰ পৰা স্বদেশলৈ ঘূৰি অহা মীৰাবাঈ চানুৱে পৈতৃক গৃহত কেইটমান দিন অতিবাহিত কৰিলে, উদযাপন কৰিলে নিজৰ ওপজা দিন। ইয়াৰ পাছতে বিভিন্ন জনৰ আমন্ত্ৰণ ক্ৰমে মুম্বাইত উপস্থিত হৈছে চানু। Happy for u silver medalist @mirabai_chanu .. lovely meeting with … Read more

এসময়ৰ বহুচৰ্চিত IAS দম্পতীৰ বিবাহ বিচ্ছেদত অনুমােদন আদালতৰ

নিউজ ডেস্ক। এইবাৰ দুই প্ৰশাসনিক বিষয়া অৰ্থাৎ বিষয়া দম্পতীৰ বিবাহ বিচ্ছেদ। আইএএছ টিনা ডাবি আৰু আইএএছ আথাৰ আমিৰৰ বিবাহ বিচ্ছেদত অনুমোদন আদালতৰ। দুয়োজনে ২০১৫ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। টিনা ডাবি সেইবাৰ শীৰ্ষস্থানত আছিল আৰু আথাৰ দ্বিতীয় স্থানত আছিল। মংগলবাৰে দুয়োৰে বিবাহ বিচ্ছেদত অনুমোদন জনায় আদালতে। যেতিয়া পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ ওপৰত ৰায় … Read more

জম্মু-কাশ্মীৰত সাংবাদিকৰ পৰা উদ্ধাৰ হেণ্ড গ্রেনেড, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত মংগলবাৰে বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ কেইঘন্টামানৰ পিছতেই সাংবাদিকৰ বেগত উদ্ধাৰ হ’ল হেণ্ড গ্রেনেড। আৰক্ষীয়ে গ্রেনেড সহ গ্ৰেপ্তাৰ কৰে সাংবাদিকজনক। মংগলবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি এক স্থানীয় সংবাদ সংস্থাৰ সাংবাদিক হিচাপে কৰ্মৰত সাংবাদিকজন। সাংবাদিকজনক আদিল ফাৰুক ভট বুলি জানিব পৰা যায়। তেওঁ খ্ৰী পাম্পৰেৰ বাসিন্দা। আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে জনোৱা অনুসৰি, “তালাচীৰ … Read more

তীব্ৰবেগী বাহনে মহটিয়ালে বাইকসহ পথচাৰীক, ৯ মাহৰ গৰ্ভৱতীসহ নিহত ৩

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ৯ মহীয়া গৰ্ভৱতী মহিলা-স্বামীসহ ৩ আন এগৰাকী মহিলাই। এই ঘটনা মংগলবাৰে দুপৰীয়া সংঘটিত হয় তামিলনাডুৰ মায়ীলাডুথুৰাই জিলাৰ চিৰ্কাঝিত। জানিব পৰা মতে, কান্নীয়াকুদি গাৱঁৰ এক দম্পতী এখন মটৰ চাইকেলত আহি আছিল। দম্পতীদ্বয় আছিল পুৰুষোত্তমন (৩৮) আৰু তেওঁৰ পত্নী টানি ঝবানি (২৮)। গৰ্ভৱতী পত্নীক ভাইথেশ্বৰণ চৰকাৰী চিকিৎসালয়ত … Read more

মুম্বাইত মীৰাবাই চানুৱে সাক্ষাৎ কৰিলে শচীন তেণ্ডুলকাৰক

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ৰূপৰ পদক প্ৰাপক মীৰাবাই চানুৱে সাক্ষাৎ কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক। বুধবাৰে পুৱা চানুৱে ক্ৰিকেটাৰ গৰাকীক সাক্ষাৎ কৰে মুম্বাইস্থিত তেওঁৰ বাসভৱনত। য’ত চানুক শুভেচ্ছা জনায় মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে। এক দৃশ্যত দেখা অনুসৰি চানুৱে তেণ্ডুলকাৰক তেওঁৰ অলিম্পিক মেডেলটো দেখুৱায়। তেণ্ডুলকাৰক সাক্ষাৎ কৰা দুখন ফটো টুইটাৰত শ্বেয়াৰ কৰে অলিম্পিক পদক বিজয়ী চানুৱে। টুইটাৰত … Read more

শক্তিশালী IED বিস্ফােৰণত কঁপি উঠিল শ্বিলং, CCTV কেমেৰাত বন্দী বিস্ফােৰণৰ দৃশ্য

নিউজ ডেস্ক। স্বাধীনতা দিৱসৰ মাজত মাত্ৰ ৪ দিন থকাৰ মাজতে এক শক্তিশালী বিস্ফােৰণত কঁপি উঠিল অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং। মঙ্গলবাৰে দিনৰ প্ৰায় ১ঃ৩০ বজাত সংঘটিত হয় এক শক্তিশালী IED বিস্ফোৰণ। ৰাজধানী শ্বিলঙৰ লাইটুমখ্ৰা অঞ্চলত এই বিস্ফােৰণ সংঘটিত কৰে সন্দেহজনক HNLC উগ্ৰপন্থীয়ে। এই বিস্ফোৰণৰ ফলত আহত হৈছে এগৰাকী মহিলাসহ ২জন লোক। #WATCH #cctv … Read more

দুৰ্ঘটনাৰ পাছত চলিল উদ্ধাৰ অভিযান, জােৱানৰ হাতত উঠিল নিজ মাতৃৰ মৃতদেহ

নিউজ ডেস্ক। উদ্ধাৰকাৰী দলৰ জোৱানে ট্ৰেক্টৰ দুৰ্ঘটনা হৈ পুখুৰীত পৰা মানুহক কৰি আছিল উদ্ধাৰ। তেনেতে উদ্ধাৰকাৰী দলৰ জোৱানৰ হাতত উঠি আহিল এটা মৃতদেহ। নিজেই পাৰলৈ তুলি আনি প্ৰত্যক্ষ কৰোতে দেখে যে সেইয়া তেওঁৰ মাতৃ। আৰু মাতৃক দেখি চিঞৰি কান্দি উঠিল জোৱান পুত্ৰ। এই ঘটনা সোমবাৰে সংঘটিত হয় ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত। এই ঘটনাত চাৰিজন লোক নিহত … Read more

উৎকােচ প্ৰত্যাখ্যান কৰি কােটি টকাৰ চোৰাং সোণ জব্দ কৰা দুই আৰক্ষীৰ সম্বৰ্দ্ধনা ডিজিপিৰ

নিউজ ডেস্ক। চােৰাং সামগ্ৰী সৰবৰাহকাৰীৰ মােটা অংকৰ ধনৰ প্ৰলােভন নেওচি গৃহৰক্ষীৰ পৰা কনিষ্টবল পদত নিযুক্ত হৈছিল বৰছিং বে’। আনকি বৰছিং বে’ক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছিল বিশেষ অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে অসম আৰক্ষীৰ সকলাে বিষয়া-জােৱানক সৎ পথেৰে আগবাঢ়ি গৈ ৰাইজৰ সেৱা কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এনে পৰামৰ্শ শিৰােধাৰ্য কৰি পুনৰ পুৰস্কৃত হ’ল অসম … Read more

ছাদ্দামক বিচাৰি সুদূৰ কেৰালাৰ পৰা অসমলৈ আহিল আৰক্ষী

নিউজ ডেস্ক। অসম আৰক্ষীয়ে অপৰাধী চক্ৰৰ বিৰুদ্ধে জােৰদাৰ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ এটা অপৰাধীক বিচাৰি সুদূৰ কেৰালাৰ পৰা অসমত উপস্থিত হ’ল কেৰালা আৰক্ষীৰ এটা দল। অসম আৰক্ষীৰ সহযােগত অভিযান চলিল নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত উপৰকাহুন্দা গাঁৱত। এই যৌথ অভিযানত কুখ্যাত অপৰাধী চক্ৰৰ নায়ক ছাদ্দাম হুছেইন (৩৫)ক আটক কৰে আৰক্ষীয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, … Read more

জনপ্ৰিয় অভিনেত্ৰী সাৰান্য সাচিৰ ৩৫ বছৰ বসয়ত মৃত্যু

নিউজ ডেস্ক। জনপ্ৰিয় মালায়ালাম অভিনেত্ৰী সাৰান্য সাচিৰ মৃত্যু। ৩৫ বছৰ বয়সত মৃত্যুবৰণ কৰে অভিনেত্ৰী গৰাকীয়ে। সোমবাৰে কেৰেলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় অভিনেত্ৰী সাৰান্য সাচিৰ। জানিব পৰা মতে, অভিনেত্ৰী গৰাকীয়ে যোৱা এবছৰ ধৰি ভুগি আছিল ব্ৰেইন টিউমাৰত। তেওঁৰ চিকিৎসাও অব্যাহত আছিল। চিকিৎসাৰ বাবে তেওঁৰ কেইবাবাৰো অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল। Actress Saranya Sasi dies after battling cancer … Read more