লাভলীনাৰ সফলতা নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ সমল হৈ ৰ’বঃ ৰাজ্যপাল

নিউজ ডেস্ক। বজ্ৰকন্যা লাভলীনা বৰগােহাঁইক সম্বৰ্দ্ধনা জ্ঞাপনৰ লগতে নগদ ৫ লাখ টকাৰ উপহাৰ প্ৰদান অসমৰ ৰাজ্যপাল প্ৰােঃ জগদীশ মুখীৰ। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ নাম খোদিত কৰা লাভলীনা বৰগোহাঁইক বৃহস্পতিবাৰে ৰাজভৱনত সম্বৰ্দ্ধনা জনায় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। এই অনুষ্ঠানত ৰাজ্যপাল মুখীৰ লগতে তেওঁৰ সহধৰ্মিণী প্ৰেম মুখীও উপস্থিত থাকে। টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জ পদক জিনি প্ৰথমবাৰলৈ … Read more

পুৰুষৰ জেভলিন থ্ৰ’ ৰেংকিঙত বিশ্বৰ দ্বিতীয় স্থানলৈ উন্নীত নীৰজ চোপ্ৰা

নিউজ ডেস্ক। নীৰজ চোপ্ৰাৰ ৰেকৰ্ড। টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী কৃতিত্বৰ পিছত নীৰজ চোপ্ৰাই শেহতীয়াকৈ পুৰুষৰ জেভলিন থ্ৰ’ ৰেংকিঙত বিশ্বৰ দ্বিতীয় স্থানত উপনীত হৈছে। এয়া হৈছে ২৩ বছৰীয়া নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং। গ্ৰীষ্মকালীন ক্ৰীড়াৰ পূৰ্বে ভাৰতীয় খেলুৱৈগৰাকী বিশ্বৰ ১৬ নম্বৰ স্থানত আছিল। উল্লেখ্য যে নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক ২০২০ ত স্বাধীন ভাৰতৰ প্ৰথম ট্ৰেক এণ্ড … Read more

একাধিক কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ

নিউজ ডেস্ক। এআইইউডিএফ প্ৰধান তথা ধুবুৰী লােকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক সাক্ষাৎ কৰে। বুধবাৰে দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰে আজমলে। তেওঁক সংগ দিয়ে সোনাই সমষ্টিৰ এআইইউডিএফ বিধায়ক কৰিম উদ্দিন বৰভূঞাই। এই সন্দৰ্ভত টুইটাৰত আজমলে কয়, “আজি মই শেহতীয়া অসম-মিজোৰাম সীমা বিবাদ সম্পৰ্কত সোনাই … Read more

অফাৰ! নীৰজ আৰু সিন্ধু নামৰ ব্যক্তিলৈ বিনামূলীয়া তেল প্ৰদানৰ ঘােষণা এটা পেট্ৰ’ল পাম্পৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা আৰু ব্ৰঞ্জ বিজয়ী পি ভি সিন্ধুলৈ শুভেচ্ছা জনায় বিশেষ পদক্ষেপ লৈছে এটা পেট্ৰল পাম্পে। নীৰজ আৰু সিন্ধু নামৰ গ্ৰাহকে সেই পাম্পটোত লাভ কৰিব বিনামূলীয়া পেট্ৰল। এই অফাৰ আগবঢ়াইছে তামিলনাডুৰ কাৰোৰ জিলাৰ তিৰুমানিলাইয়ুৰ গাৱঁৰ এটা পেট্ৰল পাম্পে। এই কথা ঘোষণা কৰি পেট্ৰল পাম্পটোৰ মালিক তথা প্ৰাক্তন বিধায়ক এ … Read more

মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ এদিনৰ পিছতে ক’ভিড-১৯ত প্ৰাণ গ’ল পুত্ৰৰ

নিউজ ডেস্ক। ক’ভিড-১৯ৰ বাবেই পুনৰ কাল অমানিশা নামিল আহিল এটা পৰিয়াললৈ। এই অতি সংক্ৰামক ভাইৰাছৰ সংক্ৰমণত মাতৃৰ মৃত্যুৰ এদিনৰ পাছতে প্ৰাণ হেৰুৱালে পুত্ৰই। এই শােকাৱহ ঘটনা সংঘটিত হৈছে শিৱসাগৰত। জানিব পৰা মতে, শিৱসাগৰ এ এছ টি চি বুক ষ্টলৰ স্বত্বাধিকাৰী পাৰ্থপ্ৰতিম দাস (৩১)ৰ মংগলবাৰে পুৱা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ … Read more

শচীনৰ পাছত চলমান খানৰ কাষত মীৰাবাঈ, বলিউডৰ ভাইজানে জনালে শুভেচ্ছা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ভাৰত্তােলনত ৪৯ কিলাে শাখাত ৰূপৰ পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ মীৰাবাঈ চানুৱে। টকিঅ’ৰ পৰা স্বদেশলৈ ঘূৰি অহা মীৰাবাঈ চানুৱে পৈতৃক গৃহত কেইটমান দিন অতিবাহিত কৰিলে, উদযাপন কৰিলে নিজৰ ওপজা দিন। ইয়াৰ পাছতে বিভিন্ন জনৰ আমন্ত্ৰণ ক্ৰমে মুম্বাইত উপস্থিত হৈছে চানু। Happy for u silver medalist @mirabai_chanu .. lovely meeting with … Read more

এসময়ৰ বহুচৰ্চিত IAS দম্পতীৰ বিবাহ বিচ্ছেদত অনুমােদন আদালতৰ

নিউজ ডেস্ক। এইবাৰ দুই প্ৰশাসনিক বিষয়া অৰ্থাৎ বিষয়া দম্পতীৰ বিবাহ বিচ্ছেদ। আইএএছ টিনা ডাবি আৰু আইএএছ আথাৰ আমিৰৰ বিবাহ বিচ্ছেদত অনুমোদন আদালতৰ। দুয়োজনে ২০১৫ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। টিনা ডাবি সেইবাৰ শীৰ্ষস্থানত আছিল আৰু আথাৰ দ্বিতীয় স্থানত আছিল। মংগলবাৰে দুয়োৰে বিবাহ বিচ্ছেদত অনুমোদন জনায় আদালতে। যেতিয়া পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ ওপৰত ৰায় … Read more

জম্মু-কাশ্মীৰত সাংবাদিকৰ পৰা উদ্ধাৰ হেণ্ড গ্রেনেড, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত মংগলবাৰে বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ কেইঘন্টামানৰ পিছতেই সাংবাদিকৰ বেগত উদ্ধাৰ হ’ল হেণ্ড গ্রেনেড। আৰক্ষীয়ে গ্রেনেড সহ গ্ৰেপ্তাৰ কৰে সাংবাদিকজনক। মংগলবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি এক স্থানীয় সংবাদ সংস্থাৰ সাংবাদিক হিচাপে কৰ্মৰত সাংবাদিকজন। সাংবাদিকজনক আদিল ফাৰুক ভট বুলি জানিব পৰা যায়। তেওঁ খ্ৰী পাম্পৰেৰ বাসিন্দা। আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে জনোৱা অনুসৰি, “তালাচীৰ … Read more

তীব্ৰবেগী বাহনে মহটিয়ালে বাইকসহ পথচাৰীক, ৯ মাহৰ গৰ্ভৱতীসহ নিহত ৩

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ৯ মহীয়া গৰ্ভৱতী মহিলা-স্বামীসহ ৩ আন এগৰাকী মহিলাই। এই ঘটনা মংগলবাৰে দুপৰীয়া সংঘটিত হয় তামিলনাডুৰ মায়ীলাডুথুৰাই জিলাৰ চিৰ্কাঝিত। জানিব পৰা মতে, কান্নীয়াকুদি গাৱঁৰ এক দম্পতী এখন মটৰ চাইকেলত আহি আছিল। দম্পতীদ্বয় আছিল পুৰুষোত্তমন (৩৮) আৰু তেওঁৰ পত্নী টানি ঝবানি (২৮)। গৰ্ভৱতী পত্নীক ভাইথেশ্বৰণ চৰকাৰী চিকিৎসালয়ত … Read more

মুম্বাইত মীৰাবাই চানুৱে সাক্ষাৎ কৰিলে শচীন তেণ্ডুলকাৰক

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ৰূপৰ পদক প্ৰাপক মীৰাবাই চানুৱে সাক্ষাৎ কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক। বুধবাৰে পুৱা চানুৱে ক্ৰিকেটাৰ গৰাকীক সাক্ষাৎ কৰে মুম্বাইস্থিত তেওঁৰ বাসভৱনত। য’ত চানুক শুভেচ্ছা জনায় মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে। এক দৃশ্যত দেখা অনুসৰি চানুৱে তেণ্ডুলকাৰক তেওঁৰ অলিম্পিক মেডেলটো দেখুৱায়। তেণ্ডুলকাৰক সাক্ষাৎ কৰা দুখন ফটো টুইটাৰত শ্বেয়াৰ কৰে অলিম্পিক পদক বিজয়ী চানুৱে। টুইটাৰত … Read more