হাতীয়ে এফালৰ পৰা ধ্বংস কৰিলে কলৰ বাগান, স্পৰ্শ নকৰিলে চৰাইৰ বাহ থকা গছজােপাক!

নিউজ ডেস্ক। আচলতে হাতীক জনা যায় সৰ্ব শক্তিমান জন্তু হিচাপে। বিশেষকৈ বনৰীয়া হাতীৰ জাকবােৰে চলােৱা ধ্বংসলীলা নাইবা আন আন কাৰ্য নিয়ন্ত্ৰণ কৰাটাে আনকি মানুহৰ বাবেও অতি জটিল। হাতীয়ে একো নুবুজি ধ্বংসহে কৰে বুলি কয় সকলোৱে। কিন্তু তেনে এক শক্তিমান প্ৰাণীয়ে এইবাৰ দেখুৱালে মমতাৰ এক উজ্বল নিদৰ্শন। পাহাৰৰ পৰা অহা এদল বনৰীয়া হাতীয়ে এফালৰ পৰা ধংস … Read more

কােন হ’ব মুখ্যমন্ত্ৰী? বিশেষ বিমানেৰে একেলগে নতুন দিল্লীলৈ উৰা মাৰিলে সৰ্বানন্দ-হিমন্ত বিশ্বই

নিউজ ডেস্ক। কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? যােৱা ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘােষণাৰ পাছতাে এই পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীত্বক লৈ স্থিতি স্পষ্ট হােৱা নাই। কিন্তু শেহতীয়াকৈ পােহৰলৈ অহা তথ্য অনুসৰি, শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বই ঘােষণা কৰিব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। জানিব পৰা মতে, এই উদ্দেশ্যৰেই সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ জৰুৰী … Read more

ৰাজ্যত এদিনতে আক্ৰান্ত ৫ সহস্ৰাধিক, ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে ৪৭ জন লােকে

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শুকুৰবাৰে ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৪৭ জনকৈ লােকৰ। উল্লেখ্য যে বুধবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪৬ জন লােকে প্ৰাণ হেৰুৱাইছিল। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৫,৬২৬ জন লােক নতুনকৈ ক’ভিডত … Read more

সমাপ্ত হোৱা নাই শিক্ষা, মাত্ৰ ২১ বছৰ বয়সতেই গাঁও পঞ্চায়তৰ সভানেত্ৰী হ’ল এগৰাকী যুৱতী

নিউজ ডেস্ক। যোৱা কিছুদিনৰ নিৰ্বাচন সমূহ সঁচাই যেন কিছু ব্যতিক্ৰম। বিশেষকৈ নিৰ্বাচনৰ ফলাফলত দেখা পোৱা গৈছে যে বহুতো কম বয়সীয়া নতুন মুখে লোকসভা, বিধানসভা অথবা স্থানীয় পঞ্চায়ত আৰু পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজয়ী হবলৈ সক্ষম হৈছে। নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষণ বঢ়াটো নিশ্চয় কৈ এক সুখবৰ। সেই অনুসৰি যোৱা কেইবাটাও নিৰ্বাচনত কম বয়সীয়া নতুন … Read more

৯০ ফুট দ গাঁতত সোমাই পৰিল ৪ বছৰীয়া শিশু! তাৰ পাছত চলিল শ্বাসৰূদ্ধকৰ উদ্ধাৰ অভিযান

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে যে ‘ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে’। এই আপ্তবাক্য শাৰীয়েই যেন পুণৰ সত্যতা প্ৰমাণ হল এটি ৪ বছৰীয়া দেৱ শিশুৰ ক্ষেত্ৰত। যি ৯০ ফুট গভীৰ এক গাঁতত পৰিও ১৮ ঘণ্টা সময় গাঁতত থাকি উদ্ধাৰ হল জীৱন্তে। এই ঘটনাটো সংঘটিত হয় বৃহস্পতিবাৰে ৰাজস্থানৰ জালোৰ জিলাৰ লাছৰি গাঁৱত। ঘটনা … Read more

ক’ভিডত আক্ৰান্ত হৈ ৰাজ্যত পুনৰ সাংবাদিকৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে নিতৌ বেয়া খবৰ কঢ়িয়াইছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে। ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে সংবাদ জগততাে শােকৰ সৃষ্টি কৰিছে ক’ভিডে। ক’ভিড-১৯ৰ সংক্ৰমণত ৰাজ্যৰ আন এগৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যু। ৰাজ্যৰ বিশিষ্ট সাংবাদিক শচীন বৰুৱাৰ দেহাৱসান। জানিব পৰা মতে, শচীন বৰুৱা দ্যা হিন্দুস্তান টাইমছ নামৰ দেশৰ আগশাৰীৰ ইংৰাজী সংবাদ পত্ৰৰ প্ৰাক্তন সাংবাদিক। বিগত কিছুদিন ধৰি … Read more

ক’ৰোনাক জয় কৰি ঘৰলৈ উভতিল বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে এক ভাল খবৰ। ক’ভিডক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল বিশিষ্ট সাংবাদিক, সাহিত্যিক, চিন্তাবিদ হােমেন বৰগােহাঞি। শুকুৰবাৰে তেওঁৰ ক’ভিডৰ পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহে। ইয়াৰ পাছতে জিএমচিএইছৰ পৰা তেওঁক অব্যাহতি দিয়া। শনিবাৰে তেওঁ চিকিৎসালয়ৰ পৰা স্বগৃহত উপস্থিত হয়। উল্লেখ্য যে যােৱা ২৪ এপ্ৰিলত তেওঁক ক’ভিড … Read more

উৰণৰ পাছতে সৰি পৰিল এয়াৰ এম্বুলেন্সৰ চকা, চকা অবিহনেই জৰুৰী অৱতৰণ

নিউজ ডেস্ক। এক নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰিল ৫ জনকৈ লােকৰ। এখন এয়াৰ এম্বুলেন্সে বিমানবন্দৰৰ পৰা উৰণৰ পাছতে চকা খুলি তললৈ সৰি পৰাৰ পাছতে সৃষ্টি হয় এক জৰুৰীকালীন পৰিস্থিতিৰ। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা হায়দৰাবাদলৈ ৰােগী কঢ়িয়াইছিল এখন এয়াৰ এম্বুলেন্সে। জেটচাৰ্চ এভিয়েচনৰ চি-৯੦ বিমানখনে বৃহস্পতিবাৰে বিয়লি নাগপুৰ বিমানবন্দৰৰ ৩২ নং ৰানৱে’ৰ পৰা উৰা … Read more

উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৪৬ জন লােকে, গুৱাহাটীত মৃত ১৩

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধিৰ লগতে অব্যাহত আছে মৃত্যুৰ ঘটনাও। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৪৬ জনকৈ লােকৰ। উল্লেখ্য যে বুধবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৫৫ জন লােকে প্ৰাণ হেৰুৱাইছিল। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৪,৯৩৬ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে … Read more

ৰসগোল্লা বিতৰণ কৰি বিপদত পৰিল দুই যুৱক! আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ৰসগোল্লা বিতৰণৰ বাবে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্বাভাৱিকতে প্ৰশ্নৰ উত্থাপন হ’ব যে কি কাৰণত ৰসগোল্লা সহ দুজন লোকক কৰা হ’ল গ্ৰেপ্তাৰ? আচলতে ক’ভিড বিধি ভংগ কৰাৰ বাবে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লোক দুজনৰ পৰা ২০ কিলো ৰসগোল্লাও জব্দ কৰিছে আৰক্ষীয়ে। এই ঘটনাটো ঘটিছে বুধবাৰে উত্তৰ প্ৰদেশৰ হাপুৰত। হাপুৰ আৰক্ষীয়ে সামাজিক মাধ্যমত … Read more